• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

2 years ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

1 hour ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

1 hour ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

2 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

11 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

11 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

12 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

12 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

12 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

13 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

15 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

editor by editor
February 16, 2025
in ভাৰত, ৰাজনীতি
0
‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ
0
SHARES
520
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ

ৰাজধানী দিল্লীৰ নতুন দিল্লীৰ ৰেলৱে ষ্টেছনত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাত ১৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱা ঘটনাই বৰ্তমানে দেশজুৰি শোকৰ লহৰ তুলিছে। মহাকুম্ভ মেলা বুলি এইদৰে ষ্টেছনত ভিৰ হৈছিল বহু লোকৰ। যাৰ বাবেই পদপিষ্ট গৈ প্ৰাণ হেৰুৱাই শিশু-মহিলাসহ ১৮ গৰাকী লোকে।

এই ঘটনা সন্দৰ্ভতেই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৰে দিয়া এক মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। এক বিতৰ্কিত মন্তব্য দিছে লালু প্ৰসাদ য়াদৱে। তেখেতে কৈছে – ‘ফাল্টু হয় মহাকুম্ভ’।

আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে ৰে’ল প্ৰশাসনকো তীব্ৰ সমালোচনা কৰে। তেওঁ এই ঘটনাক “প্ৰশাসনৰ ডাঙৰ ব্যৰ্থতা” বুলি অভিহিত কৰি ৰে’ল মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনায়। মহাকুম্ভৰ বিষয়ে যেতিয়া তেওঁক প্ৰশ্ন সোধা হৈছিল, তেতিয়া লালু প্ৰসাদে ইয়াক অসাৰ বুলি অভিহিত কৰিছিল, যাৰ ফলতেই বিতৰ্কৰ সৃষ্টি হৈছে।

লালু যাদৱে লগতে ইয়াকো কয় যে, ‘এয়া অতি দুখজনক ঘটনা। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ৰেলৱেৰ গাফিলতিৰ বাবে ইমানবোৰ প্ৰাণ হেৰুওৱা হ’ল। ইয়াৰ বাবে ৰে’ল মন্ত্ৰীয়ে সম্পূৰ্ণ দায়িত্ব ল’ব লাগে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi railway stationDelhi Tragic caseLalu Prashad YadavMahakumbh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
Next Post
উলুবাৰী লোমহৰ্ষক ঘটনাৰ ন ন তথ্য ফাদিল, পাছে কি সঁচা-কি মিছা

উলুবাৰী লোমহৰ্ষক ঘটনাৰ ন ন তথ্য ফাদিল, পাছে কি সঁচা-কি মিছা

বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

বিয়া কৰাব আহি দৰাৰ লটিঘটি, কইনাৰ খুৰীয়েকৰ সৈতে প্ৰেম, ৰভাতলিতে দৰাক দিলে পিটন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.