• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক…

ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক…

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

19 minutes ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

3 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

4 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

4 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

5 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক…

editor by editor
November 7, 2022
in প্ৰযুক্তি, বিবিধ, বিশ্ব
0
ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক…
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সম্প্ৰতি টুইটাৰ প্ৰফাইলৰ ব্লু টিকক লৈ প্ৰায় প্ৰতিদিনেই চলিছে চৰ্চা। কিন্তু ব্লু টিক কেৱল টুইটাৰতেই থাকে এনে নহয়। ব্লু টিক থাকে ফেচবুকতো। কিন্তু ফেছবুকত থকা ব্লু টিকটো পোৱা ইমান সহজনে? বিশ্বৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যমেই হৈছে ফেছবুক। এই প্লেটফৰ্মৰ প্ৰফাইল ভেৰিফিকেছন সম্পূৰ্ণ হ’লেহে ব্লু টিক পোৱা যায়। নিজৰ ফেচবুক প্ৰফাইলত ব্লু টিক পাবলৈ হ’লে প্ৰফাইল ভেৰিফিকেছন কৰিব লাগিব। কেনেকৈ নিজা প্ৰফাইল ভেৰিফিকেছন কৰাব? এইকেইটা সহজ উপায় আপুনিও ব্যৱহাৰ কৰিব পাৰে।

আবেদন কৰাটো জৰুৰী!

প্ৰফাইল অথবা পেজ ভেৰিফিকেছনৰ বাবে ফেছবুকত পোনতে আবেদন জনাব লাগে। ইয়াৰ বাবে কিছু নিয়ম থাকে। প্ৰথমেই নিজৰ প্ৰফাইলটোত সকলো শুদ্ধ তথ্য দিব লাগিব। ফেছবুক চাৰ্ছ এনবেল কৰি ৰাখিব লাগিব। একাউণ্টৰ সৈতে কোনো পেজৰ লিংক থাকিলে সেই পেজ কোনো এক ব্ৰেণ্ডৰ হ’ব লাগিব।

ভেৰিফিকেছনৰ বাবে আবেদনৰ আগে আগে কি কৰিব?

প্ৰফাইলত কভাৰ ফটো এড কৰিব
প্ৰফাইল ফটো ৰাখক
ফেচবুকৰ নিয়ম মানি প্ৰফাইল চেট কৰক
প্ৰফাইলত ‘Follow’ কৰিব পৰা উপায় ৰাখক

ফেচবুকত ব্লু টিক কেনেকৈ পাব?
ফেচবুক প্ৰফাইল অপেন কৰি প্ৰথমে ভেৰিফিকেছনৰ আবেদনৰ এখন ফৰ্ম ফিলাপ কৰি চাবমিট কৰিব লাগিব। তাত নিজৰ সকলো ডাটা সন্নিবিষ্ট কৰিব লাগিব। তাত পেজ নে প্ৰফাইল ভেৰিফাইড কৰাব সেই সম্পৰ্কেও উল্লেখ কৰিব লাগিব। তাৰ পিছত ওলাই থকা কোনো এটা ডকুমেণ্ট চিলেক্ট কৰিব লাগিব। তাৰপাছতে choose files ছিলেক্ট কৰি নিৰ্দিষ্ট ডকুমেণ্ট আপলোড কৰিব লাগিব। কোন বিভাগৰ অধীনত এই প্ৰফাইল অথবা পেজ ভেৰিফাই কৰাব বিচাৰিছে সেই কথাও ছিলেক্ট কৰি চাবমিট কৰিব লাগিব।
ইয়াৰ পৰবৰ্তী পৰ্যায়ত নিজৰ দেশৰ নাম ছিলেক্ট কৰিব লাগে। ভেৰিফাই কৰিবলৈ ব্যক্তিগৰাকীৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ হোৱা সাম্প্ৰতিক সময়ৰ ৫ টা প্ৰতিবেদনৰ লিংক পঠিয়াব লাগিব।

উল্লেখ্য যে এইকেইটা সহজ উপায় অৱলম্বন কৰিয়েই ফেচবুকত সহজেই ব্লু টিক লাভ কৰিব পাৰে। ভেৰিফাই কৰাৰ কেইদিনমান পাছতেই ফেচবুকে নিজাববীয়াকৈ মেছেজ কৰি এই প্ৰফাইলৰ ব্যক্তিগৰাকীক ব্লু টিক দিয়াৰ সকলো পৰ্যায় সম্পূৰ্ণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি প্ৰফাইলত ব্লু টিকো লগাই দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
Next Post
ৰোহিতক লগ কৰিবলৈ যোৱাৰ পুৰষ্কাৰ! বিহিলে ৬ লাখ টকাৰ জৰিমনা

ৰোহিতক লগ কৰিবলৈ যোৱাৰ পুৰষ্কাৰ! বিহিলে ৬ লাখ টকাৰ জৰিমনা

ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দানুষ্কাৰ জামিন আবেদন নাকচ! বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা

ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দানুষ্কাৰ জামিন আবেদন নাকচ! বুধবাৰলৈ আৰক্ষীৰ জিম্মাতেই থাকিব শ্ৰীলংকান ক্ৰিকেটাৰ দানুষ্কা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.