• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

2 months ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

3 hours ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

4 hours ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

1 day ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

হোলা মুখৰ খোলা হাঁহিটো আৰু নেদেখিব অসমবাসীয়ে! কলিজা আইতা গ’লগৈ ওভতি নহাৰ বাটেৰে…

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

2 days ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

  • About
  • Advertise
  • Careers
Friday, February 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

editor by editor
November 27, 2022
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য
0
SHARES
83.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেচবুক মেটাই দিনক দিনে আনিছে নতুন নিয়ম। ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে বিভিন্ন ফিচাৰ এড কৰিছে ফেচবুকে। ডিচেম্বৰৰ পৰা ফেচবুকত আৰু কেইটিমান পৰিবৰ্তন আহিব। ডিচেম্বৰৰ পৰা ফেচবুক প্ৰফাইলত দেখা নাযাব কেইটামান বিশেষ তথ্য।

কি কি তথ্য দেখা নাযাব ফেচবুকত?

বৰ্তমান সকলোৰে হাতে হাতে স্মাৰ্টফোন। স্মাৰ্টফোনৰ এটা ক্লিকতেই দেশ দুনীয়াৰ কথা আমি জানিব পাৰো। ছচিয়েল মিডিয়াৰ যুগত যেনেদৰে আমাৰ বহু সুবিধা হৈছে তেনেদৰে অপৰাধৰ সংখ্যাও দিনকদিনে বৃদ্ধি হৈছে। অপৰাধৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ফেচবুকে লৈছে কেইটিমান বিশেষ সিদ্ধান্ত। ফেছবুক সংস্থাৰ পৰা জনোৱা অনুসৰি আগন্তুক ১ ডিচেম্বৰৰ পৰা কেইটিমান তথ্য দেখা পোৱা নাযাব। ৰাজনৈতিক মতামত, ঠিকনা আৰু ইণ্টাৰেষ্টেড ইন এইকেইটা ষ্টেটাছ হাইড কৰিব ফেছবুকে।

এই তিনিটা বিষয়ক লৈ ইতিমধ্যে ফেচবুক সংস্থাই সকলো ইউজাৰলৈ নটিফিকেশ্যন প্ৰেৰণ কৰিছে। ছচিয়েল মিডিয়া কনছালটেণ্ট মেট নাভাৰাই টুইটাৰত কেইটামান স্ক্ৰিণশ্বট শ্বেয়াৰ কৰিছে। তেওঁ প্ৰকাশ কৰা মতে আগন্তুক ১ ডিচেম্বৰৰ পৰা সকলো ফেচবুক ইউজাৰৰে এই তিনিটা দিশ হাইড কৰিব ফেচবুকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা
অপৰাধ

February 3, 2023
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ
অসম

February 2, 2023
এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?
চিনেমা

এইখিনিতেই ৰৈ গ’ল পাঠান! ভৱামতেই পাঠানৰ ধুমুহা অব্যাহত আছেনে?

February 2, 2023
ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল
অসম

ফেব্ৰুৱাৰী মাহত পাৰ ভঙা সাফল্য ৭ ৰাশিৰ… অসুবিধাত পৰিব এই ৮ ৰাশিৰ জাতকসকল

February 2, 2023
Next Post
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত কোনে কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…

প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন