• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…

প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…

4 years ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

10 minutes ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

2 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

3 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

3 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

4 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

4 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

4 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

6 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

8 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…

editor by editor
November 27, 2022
in জীৱনশৈলী, ভাৰত
0
প্ৰেমে নামানে পৰিসীমা! প্ৰেমৰ বাবেই বেলজিয়াম এৰি ভাৰতলৈ আহিল কেমিলি…
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰেমৰ টান। ভাৰতলৈ ফুৰিবলৈ আহি টুৰিষ্ট গাইড তথা অটো চালকৰ সৈতে ঘনিষ্ঠ হৈ পৰে বিদেশী পৰ্যটক। ঘনিষ্ঠতা ইমানেই বাঢ়িল যে ভাৰত এৰি যোৱাৰ কথা আৰু ভাৱিবই নোৱাৰা হ’ল পৰ্যটকগৰাকীয়ে। কিন্তু নাযাও বুলিয়েই নোযোৱাকৈ থাকিব নোৱাৰে। বিদেশী পৰ্যটকে ভাৰতলৈ ফুৰিবলৈ আহোতে বহুকেইটা নিয়মেই মানি চলিব লাগে। পৰ্যটকগৰাকী যিহেতু বেলজিয়ামৰ গতিকে ভৌগোলিক দূৰত্ব নিশ্বয়কৈ বহু বেছি। আনহাতে অটোচালকজনো দিল্লীৰ নহয়। তেওঁ প্ৰকৃততে কৰ্নাটকৰ বিজয় নগৰৰহে বাসিন্দা। কিন্তু প্ৰেমে জানো দূৰত্বৰ কথাবোৰ মানি চলে? নাই প্ৰেমে একো বাধাই নামানে! শেষত কৰ্ণাটক বিজয় নগৰৰ অনন্তৰাজু আৰু বেলজিয়ামৰ কেমিলিয়ে ২৫ নৱেম্বৰত বিবাহ পাশত আবদ্ধ হয়।

কেনেকৈ আৰম্ভ হৈছিল প্ৰেম?

ভাইৰেল খবৰ অনুসৰি কৰ্ণাটকৰ যুৱক অনন্ত এজন অটো ড্ৰাইভাৰেই নহয়, সমান্তৰালভাৱে তেওঁ এজন টুৰিষ্ট গাইডো। কেমিলিৰ সৈতে তেওঁ প্রথম চিনাকী হৈছিল ২০১৯ চনত। কেমিলি ভাৰত পৰিদৰ্শনৰ বাবে আহি দিল্লীত উপস্থিত হৈছিল। বেলজিয়ামৰ পৰা অহা কেমিলিৰ টুৰিষ্ট গাইড হৈছিল অনন্ত। কেমিলি পেছাত এগৰাকী সমাজকৰ্মী। কৰ্মৰ তাগিদাতেই কেমিলিয়ে বিভিন্ন মানুহৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক ৰাখেই। তেওঁ কৰ্নাটকত থকা সময়ছোৱাতো অনন্তৰাজুৰ পৰিয়ালৰ সৈতেও মিলি পৰে। অনন্তৰ পৰিয়ালটোক বিভিন্নধৰণে সহায়ো আগবঢ়াই কেমিলিয়ে। অনন্তৰ আপ্যায়নেও কেমিলিৰ মনত বাৰুকৈয়ে প্ৰভাৱ পেলাই। কিছুদিন ভাৰতত থাকি কেমিলি ওভতি যায়। কিন্তু ভাৰতীয় যুৱক অনন্তক মনৰ পৰা মছি পেলাব নোৱাৰিলে কেমিলিয়ে। সামাজিক মাধ্যমত দুয়োৰে সম্পৰ্ক কিন্তু ঠিকেই থাকিল। এনেকৈ কথা বতৰা পাতি থকাৰ মাজতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। তাৰ পাছতেই দুয়োৱে প্ৰেমৰ কথা পৰিয়ালৰ লোকসকলৰ আগত প্ৰকাশ কৰে। দুয়োটা পৰিয়ালেই এই সম্পৰ্কত সন্মতি দিয়াত বিগত ২৫ নৱেম্বৰত দুয়োৱে বিবাহপাশত আবদ্ধ হয়।

উ্ল্লেখ্য যে এই বিবাহক লৈ মন্তব্য কৰিছে দৰা অনন্তই। অনন্তই প্ৰকাশ কৰা মতে, ‘আমি বিগত বছৰতেই বিয়াৰ সিদ্ধান্ত লৈছিলো। কিন্তু কৰ’নাৰ বাবে বিয়াখন সম্ভৱ নহ’ল। আমাৰ বিয়া হিন্দু নিয়মমতেই হৈছে। পৰিয়ালৰ পৰা প্ৰায় ৪০ জনমান মানুহ উপস্থিত আছিল। ভালপোৱাই কোনো বাধা নামানে মই সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ...

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.