• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

4 years ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

10 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

44 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

editor by editor
November 28, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰচণ্ড মূৰৰ বিষ। লগতে বমি বমি ভাৱ বা মূৰৰ এফালে প্ৰচণ্ড বিষৰ সৈতে কম পৰিমানে জ্বৰো, এই সমূূহ উপসৰ্গৰ বিষয়ে মাইগ্ৰেন ৰোগীসকল পৰিচিত। মাইগ্ৰেন প্ৰায়সংখ্যক লোকৰেই এটা মূল সমস্যা হ’ব ধৰিছে। কিন্তু কি কাৰণত মাইগ্ৰেন ৰোগীৰ সংখ্যা বাঢ়িছে? আমাৰ কিছু অভ্যাসেই মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে। কিন্তু কোন কেইটা অভ্যাস থাকিলে মাইগ্ৰেনৰ আশংকা বাঢ়ে?

অত্যাধিৰ চেনী খোৱা
অত্যাধিক পৰিমানে চেনী খোৱাৰ অভ্যাসে তেজত শৰ্কৰাৰ পৰিমান বঢ়াই তোলে। তেজত শৰ্কৰাৰ পৰিমান বাঢ়ি গ’লে মূৰৰ বিষো বাঢ়ি যায়৷ সেয়ে খাদ্য তালিকাত চেনীৰ পৰিমান কমাব লাগে। ইয়াৰোপৰি চেনীজাতীয় খাদ্য পৰাপক্ষত কম পৰিমানে খোৱাই স্বাস্থ্যসন্মত৷

কম পৰিমানে পানী খোৱা
প্ৰতিদিনেই প্ৰয়োজন অনুসাৰে পানী খোৱাটো নিতান্তই প্ৰয়োজন৷ দিনটোত কমেই ২ ৰ পৰা ৩ লিটাৰ পানী খালে ডিহাইড্ৰেছন আৰু মাইগ্ৰেনৰ পৰা হাত সাৰিব পাৰি৷

নিদ্ৰাহীনতা
শৰীৰ সুস্থ ৰাখিবলৈ এজন মানুহে প্ৰতিদিনেই কমেও ৭-৮ ঘণ্টা পৰ্যন্ত শুব লাগে৷ যদি কোনো কাৰণত কিবা অসুবিধা হয় তেন্তে কমপক্ষেও ৬ ঘণ্টা শুব লাগে৷ এদিন কমকৈ শুলে কোনো এদিন বেছিকৈ শুলে টোপনি অনিয়মীয়া বুলি ধৰা হয়৷ এনেধৰণৰ অনিয়মীয়া টোপনিয়ে শৰীৰৰ ক্ষতি কৰে৷ এই নিদ্ৰাহীনতাই মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে৷

সকলো সময়তে অত্যাধিক আলোকসজ্জাৰ মাজত থকা
বহুতেই আমি কৰ্মৰ তাগিদাত বহু সময়লৈ অত্যাধিক পোহৰৰ মাজত থাকিব লগা হয়৷ এনেদৰে থাকিলে চকুৱে কষ্ট পাই৷ যাৰ ফলত স্বাভাৱিকভাৱেই মূৰৰ বিষ উঠে৷ মাইগ্ৰেনৰ সমস্যা থকা ব্যক্তিয়ে এনেদৰে পোহৰত থাকিব লগা হ’লে দিনটোৰ যিকোনো সময়ত এবাৰলৈ হ’লেও আন্ধাৰত কিছু সময় অতিবাহিত কৰিব লাগে যাতে চকুযুৰিয়ে কিছু জিৰণি পায়৷

বতৰৰ পৰিবৰ্তন
অত্যাধিক গৰম বা অত্যাধিক ঠাণ্ডা দুয়োটাই মাইগ্ৰেন ৰোগীৰ বাবে ক্ষতিকাৰক৷ সেয়ে এই সময়ছোৱাত কিছু সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী৷ এই সময়ত ব্যায়াম কৰা, গৰমৰ দিনকেইটাত বাহিৰলৈ উলাই গ’লে ছানগ্লাছ পিন্ধা আদি উপায় অৱলম্বন কৰিব লাগে৷ ইয়াৰোপৰি ঠাণ্ডাৰ দিনটো গৰম কাপোৰ পৰিধান কৰিহে বাহিৰলৈ উলাব লাগে৷

খালী পেটে থকা
বহু সময়লৈ খাদ্য সেৱন নকৰাকৈ থকাটোৱেও মাইগ্ৰেনৰ সমস্যা বঢ়াই তোলে৷ খালী পেটে থাকিলে কেৱল মাইগ্ৰেনৰ সমস্যাই হয় এনে নহয়৷ গেছৰ সমস্যা, বদহজম, ফেটি লিভাৰ আদি বিভিন্ন সমস্যাই শৰীৰত বাহৰ পাতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
Next Post
হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.