• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

4 years ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

3 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

4 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

5 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

5 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

7 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

8 hours ago
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

8 hours ago
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

10 hours ago
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

11 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

editor by editor
November 27, 2022
in জীৱনশৈলী
0
আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আপুনি বুদ্ধিমান হয় নেকি? কি কি লক্ষণ থাকিলে ব্যক্তিএগৰাকীক বুদ্ধিমান বুলি গণ্য কৰা হয়? কেৱল শৈক্ষিক ডিগ্ৰী থাকিলেই যে ব্যক্তিএগৰাকী বুদ্ধিমান হ’ব তেনে নহয়? অশিক্ষিত ব্যক্তি এগৰাকীও বুদ্ধিমান হ’ব পাৰে। শ্ৰেণীৰ আটাইতকৈ কম নম্বৰ পোৱা শিক্ষাৰ্থী এজনো বুদ্ধিমান ব্যক্তি হ’ব পাৰে। কি কি লক্ষণ থাকিলে ব্যক্তি এজন বুদ্ধিমান সেই কথা জানো আহক।

ৰাতি জাগি থকাৰ অভ্যাস
বুদ্ধিমান মানুহৰ মগজুৰ কোষবোৰ প্ৰত্যেক সময়তে সক্ৰিয় হৈ থাকে। এনে লোকে সকলো সময়তে কিবা নহয় কিবা চিন্তা ব্ৰতী হৈ থাকে। নতুন কিবা কাম কৰিবলৈকে আগ্ৰহী হৈ থাকে। বুদ্ধিমান লোকে প্ৰায়ে সৃষ্টিশীল ভিডিঅ’ চাই নতুবা কিতাপ পঢ়ি ভাল পায়।

ভ্ৰমণৰ প্ৰতি আগ্ৰহী
বুদ্ধিমান লোকে পৃথিৱীখনৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। সেয়ে সময় পালে এনে লোকে ভ্ৰমণত গুৰুত্ব দিয়ে। কেৱল যে চহৰ-নগৰে ভ্ৰমণ কৰে এনে নহয় দুৰ্গম এলেকালৈকেও প্ৰায়ে হেঁপাহ কৰে। যিকোনো স্থানলৈ গলে সেই স্থানৰ খাদ্যভ্যাস, পৰম্পৰা, জীৱনশৈলী আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠে।

বুদ্ধিমান মানুহ প্ৰায়ে এলেহুৱা
বুদ্ধিমান ব্যক্তিয়ে জীৱনত বুদ্ধিৰে আগুৱাই যায়। শাৰীৰিক শক্তি তেওঁলোকে অপচয় কৰিব নিবিচাৰে। গতিকে স্বাভাৱিকতে বুদ্ধিমান ব্যক্তি এলেহুৱা হয়।

অতিমাত্ৰা চিন্তা
বুদ্ধিমান ব্যক্তিয়ে সকলো বিষয়তে অত্যধিক চিন্তা কৰে। সুক্ষ্মভাৱে বিষয়টোক নিৰীক্ষণ কৰে। যিকোনো বিষয়তে বহুকেইটা দৃষ্টিকোণেৰে বিশ্লেষণ কৰে। বৌদ্ধিক বিষয়সমূহ জনাৰ বাবে এনে লোক আগ্ৰহী হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা
জীৱনশৈলী

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

August 2, 2026
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!
জীৱনশৈলী

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

August 2, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

August 2, 2026
Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক
জীৱনশৈলী

Friendship Day 2026: আজি বন্ধুত্ব দিৱস, প্ৰকৃত বন্ধু কেনেকৈ চিনিব জানি লওক

August 2, 2026
Next Post
মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই…

মাইগ্ৰেনৰ সমস্যা আছে? এইকেইটা বদভ্যাস এৰিলে মাইগ্ৰেনৰ পৰা উপশম পাবই...

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.