• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 months ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

3 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

4 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

4 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

5 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

6 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

6 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

7 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

8 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

8 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

9 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

10 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

editor by editor
May 26, 2026
in জীৱনশৈলী, বিনোদন
0
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছচিয়েল মিডিয়াৰ এই যুগত এজন সাধাৰণ মানুহৰ পক্ষেই নিজৰ ব্যক্তিগত গোপনীয়তা বা প্ৰাইভেছি বজাই ৰখা কঠিন৷ আৰু তেওঁ যদি বলীউডৰ ছলমান খান হয় তেন্তে কথাই নাই৷ প্ৰতিমুহূৰ্ততে কেমেৰাই তেওঁক বিচাৰি ফুৰে৷ সম্প্ৰতি ছলমান খানক কেন্দ্ৰ কৰি ঘটিছে আন এক ঘটনা৷ প্ৰাইভেছিৰ লক্ষ্মণৰেখা পাৰ কৰিছে কেমেৰাই৷ কেমেৰাৰ ফ্লাছত এইবাৰ আৰু ৰাস্তাৰ ফটো নহয় ব্যক্তিগত ৰুমৰ ভিডিঅ’ সন্মুখলৈ আহিছে৷ তেওঁৰ অজ্ঞাতেই তেওঁৰ নিৰাপদ আশ্ৰয়ৰ ভিতৰত ব্যক্তিগত মুহূৰ্তৰ এক ভিডিঅ’ ৰেকৰ্ড কৰি ইণ্টাৰনেটৰ লিক কৰা হৈছে৷

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ মাত্ৰ কেইছেকণ্ডৰ ভিডিঅ’ত দেখা গৈছে যে ছলমান অত্যন্ত ক্লান্ত৷ ছলমানে তেওঁৰ কেইজনমান বন্ধুৰ সৈতে মিলি ডিনাৰ কৰিছে৷ ভিডিঅ’টো কোন ঠাইৰ সেয়া জানিব পৰা নগলেও এই ভিডিঅ’ যে সম্পূৰ্ণ বিনা অনুমতিত লোৱা বা অত্যন্ত গোপনে লোৱা সেয়া ধৰিব পৰা গৈছে৷ এই ভিডিঅ’ দেখা মাত্ৰকেই ছলমান অনুৰাগী ক্ষোভিত হৈ পৰিছে৷ প্ৰিয় তাৰকাৰ এই চৰম ব্যক্তিগত মুহূৰ্ত কেনেকৈ ৰেকৰ্ড কৰিলে সেই প্রশ্নও তুলিছে৷ এক্স হেণ্ডেলত ক্ষোভ উজাৰি এজনে লিখিছে, এয়া তেওঁৰ ব্যক্তিগত জীৱন, নিজৰ যি ইচ্ছা তাকেই কৰিব পাৰে, তেওঁৰ স্বাধীনতাও এতিয়া নাইকিয়া হৈছে৷

নেটিজেনৰ একাংশই এই ঘটনাৰ তীব্ৰ নিন্দা কৰি লিখিছে, ‘অনুমতি অবিহনে এনেকৈ লুকাই ঘৰৰ ভিতৰৰ ভিডিঅ’ লিক কৰাতকৈ জঘন্য আৰু বেয়া কাম কি হ’ব পাৰে৷’ হাস্পতালৰ বাহিৰত পাপাৰাজিৰ ওপৰত খং কৰা, ইনষ্টাগ্ৰামত তেওঁৰ একাউণ্ট কিছু সময়ৰ বাবে বন্ধ হোৱা আৰু তাৰপিছতেই ঘৰৰ ভিতৰৰ ভিডিঅ’ লিক আদিক কেন্দ্ৰ কৰি বহুতেই কৈছে যে ছলমানৰ ভাল দিন চলি থকা নাই৷ ভাইজানক কোনোবাই নজৰ দি আছে৷

https://www.instagram.com/reel/DYvp3uHuVVb/?utm_source=ig_web_copy_link

উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান ভাইজান ছলমানে তেওঁৰ আগন্তুক মেগা প্ৰজেক্টৰ শ্বুটিঙত ব্যস্ত৷ তেওঁ দক্ষিণৰ নামী প্ৰযোজক দিল ৰাজুৰ প্ৰযোজনাৰ এখন জনপ্ৰিয় ছবিত অভিনয় কৰিছে৷ তেওঁৰ বিপৰীতে অভিনেত্ৰীৰ ভুমিকাত আছে নয়নতৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা
বিনোদন

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
Next Post
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.