• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন, কিন্তু অব্যাহত থাকিব কৃষকৰ আন্দোলন

প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন, কিন্তু অব্যাহত থাকিব কৃষকৰ আন্দোলন

5 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

3 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

3 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

4 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

4 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

5 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

6 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

7 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

7 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন, কিন্তু অব্যাহত থাকিব কৃষকৰ আন্দোলন

editor by editor
December 4, 2021
in অসম, গুৱাহাটী, ভাৰত, লেখা
0
প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন, কিন্তু অব্যাহত থাকিব কৃষকৰ আন্দোলন
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

                                                                                                  প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন

                                                                                                কিন্তু অব্যাহত থাকিব কৃষকৰ আন্দোলন

                                                                                                                                                                  ভাস্কৰজ্যোতি বৰা

                                                                                                                                                                 ফোন নংঃ ৯১০১৫০৪৭৩০

প্ৰত্যাহৰ হ’ল বিতৰ্কিত তিনিখন কৃষি আইন৷ কৃষি আইন বাতিল বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ লগে লগে আনুষ্ঠানিকভাৱে অৱলুপ্তি ঘটিল কৃষি আইন তিনিখনৰ৷ কিন্তু কৃষকৰ আন্দোলন শেষ হ’বনে? কৃষি আইন প্ৰত্যাহাৰৰ পাছতো প্ৰতিবাদী কৃষক দৃঢ় হৈ আছে- তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব৷ নতুন তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি আৰম্ভ হৈছিল দেশৰ কৃষকৰ আন্দোলন৷ এই আন্দোলন আছিল অভূতপূৰ্ব৷ সাম্প্ৰতিক সময়ৰ কৃষক আন্দোলনৰ এক উজ্জ্বল দৃষ্টান্ত হিচাপে সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছে প্ৰতিবাদী কৃষক৷ আৰু অদমনীয় কৃষক আন্দোলনৰ ওচৰত সেও মানি নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ল আইন তিনিখন৷ কৃষি আইন প্ৰত্যাহাৰৰ আনুষ্ঠানিক ঘোষণা কৰি গুৰুপৰ্বৰ দিনা মোদীয়ে ক’লে- ‘মোৰ তপস্যাত সুৰুঙা থাকি গ’ল৷’ সঁচাকৈ মোদীৰ তপস্যাত বাৰুকৈয়ে সুৰুঙা থাকি গ’ল নেকি? কৃষি আইন প্ৰত্যাহাৰ হোৱাৰ পাছতো সংযুক্ত কিষাণ মৰ্চাই প্ৰত্যাহাৰ নকৰে আন্দোলনৰ কাৰ্যসূচী৷ কাৰণ, কৃষি আইন তিনিখন প্ৰত্যাহাৰ তেওঁলোকৰ প্ৰধান দাবী আছিল হয়, কিন্তু আনুষংগিক আৰু কেইবাটাও দাবী আছে তেওঁলোকৰ৷

প্ৰধানতঃ উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিবলৈ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰি আহিছে সংযুক্ত কিষাণ মৰ্চাই৷ ন্যূনতম সমৰ্থিত মূল্য নোপোৱাৰ ফলতে দেশৰ কৃষকসকলে দুৰ্ভোগ ভুগি আহিছে৷ অসমত কৃষকে কেতিয়াও ন্যূনতম সমৰ্থিত মূল্য নাপায় বুলি ক’লেও ভুল কোৱা নহয়৷ কৃষি আইন প্ৰত্যাহাৰ কৰিলে যদিও মোদী চৰকাৰে ন্যূনতম সমৰ্থিত মূল্য সন্দৰ্ভত কোনো নতুন ঘোষণা কৰা নাই৷ প্ৰতিবাদী কৃষকক আশ্বাসো দিয়া নাই ন্যূনতম সমৰ্থিত মূল্যক লৈ৷

আন্দোলনৰ সময়ত মৃত্যুবৰণ কৰা কৃষকক লৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে লোৱা স্থিতিত জাঙুৰ খাই উঠিছে৷ কৃষক আন্দোলনত মৃত্যুবৰণ কৰাসকলক ছহিদ হিচাপে স্বীকৃতি দি ক্ষতিপূৰণৰ দাবী উঠিছে৷ কিন্তু চৰকাৰে সংসদত কৈছে যে- কৃষক আন্দোলনত কাৰো মৃত্যু হোৱা নাই৷ মৃত্যু হোৱাৰ তথ্য নাই চৰকাৰৰ হাতত৷ কৃষি আইনকেইখন বাধ্যত পৰি প্ৰত্যাহাৰ কৰিলেও চৰকাৰে আন্দোলনৰ ছহিদক মানি ল’ব বিচৰা নাই৷ কাৰণ, প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি আইন তিনিখন সন্দৰ্ভত কৃষক সমাজক প্ৰত্যায় নিওৱাত চৰকাৰ ব্যৰ্থ হ’ল বুলিহে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল৷ অৰ্থাৎ, চৰকাৰৰ দৃষ্টিত আইন তিনিখন শুদ্ধ আছিল৷

এতিয়া সংযুক্ত কিষাণ মৰ্চাই আৰু কেইবাটাও ইচ্ছ্যুত আন্দোলন অব্যাহত ৰাখিব বুলি কৰা ঘোষণাই স্বাভাৱিকতে অস্বস্তিত পেলাইছে চৰকাৰক৷ চৰকাৰেও কৃষি আইন বাতিল কৰি কৃষকৰ ওচৰলৈ নতুন প্ৰতিশ্ৰুতিৰে যোৱাৰ চেষ্টা কৰিব৷ পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰ ৰণকৌশল যুগুত কৰিছে বিজেপিয়ে৷ কিন্তু প্ৰতিবাদী কৃষকৰ অদমনীয় স্থিতিয়ে সুচল কৰিবনে চৰকাৰ তথা বিজেপিৰ পথ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelfarm law repealedfarmers protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
এটা ইনিংছত ১০ উইকেট দখল কৰি নতুন অভিলেখ স্পিনাৰ এজাজ পেটেলৰ

এটা ইনিংছত ১০ উইকেট দখল কৰি নতুন অভিলেখ স্পিনাৰ এজাজ পেটেলৰ

বিশ্বৰ সৰ্বকনিষ্ঠ CEO পৰাগ আগৰৱাল, পৰাগ আগৰৱালৰ ব্যক্তিগত জীৱনক লৈ সৰ্বাধিক চৰ্চা ছ’চিয়েল মিডিয়াত

বিশ্বৰ সৰ্বকনিষ্ঠ CEO পৰাগ আগৰৱাল, পৰাগ আগৰৱালৰ ব্যক্তিগত জীৱনক লৈ সৰ্বাধিক চৰ্চা ছ’চিয়েল মিডিয়াত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.