ভয়ংকৰ! ৪ কৃষক নেতাক গুলীয়াই হত্যাৰ ষড়যন্ত্ৰ অচিনাক্ত যুৱকৰ। মাৰণাস্ত্ৰৰে সুসজ্জিত হৈ আছিল যুৱকজন। ২৬ জানুৱাৰীৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ দিনাই ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ।