• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

6 months ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

editor by editor
March 31, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সংসদত যদি কোনো নেতাক লৈ সকলোতকৈ বেছি আলোচনা হয় তেন্তে তেওঁ হৈছে আম আদমি পাৰ্টীৰ ৰাজ্যসভা সাংসদ ৰাঘৱ চাড্ডা৷ চাড্ডাই দিনৰ পাছত দিন ধৰি জনস্বাৰ্থৰ বিষয়সমূহ তুলি ধৰিছে৷ সেই সূত্ৰেই তেওঁ ৰাজ্যসভাত পিতৃত্বকালীন ছুটিক লৈ আকৌ আৱাজ তুলিছে৷ তেওঁ চৰকাৰৰ ওচৰত পিতৃত্বকালীন ছুটীক আইনী অধিকাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে৷ তেওঁ কয়, ‘সন্তানৰ জন্মত পিতৃ-মাতৃ দুজনকেই অভিনন্দন জনোৱা হয় কিন্তু তেওঁ যত্ন লোৱাৰ দায়িত্ব কিয় এজনৰ ওপৰত, অৰ্থাৎ কেৱল মাতৃৰ ওপৰত কিয়? এই বোজা কেৱল মাতৃৰ ওপৰত জাপি দিয়াটো অন্যায়৷
ৰাঘৱ চাড্ডাই কি কৈছে?
আপ সাংসদে ৰাঘৱ চাড্ডাই তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘আমি সংসদত দাবী কৰিছো যে ভাৰতত পিতৃত্বকালীন ছুটি এক আইনী অধিকাৰ হওক৷ এটা শিশুৰ জন্ম হ’লে পিতৃ-মাতৃ দুজনকেই অভিনন্দন জনোৱা হয়৷ কিন্তু যত্ন লোৱাৰ দায়িত্ব থাকে কেৱল এজনৰ ওপৰত৷ কেৱল মাতৃৰ ওপৰত৷ পিতৃয়ে নৱজাতকৰ যত্ন আৰু তেওঁৰ চাকৰিৰ মাজত কোনো এটাক বাচি ল’বলৈ বাধ্য কৰোৱাটো উচিত নহয়, কিন্তু মাতৃগৰাকীয়েও স্বামীৰ সমৰ্থন অবিহনে সন্তানৰ জন্ম দিয়া আৰু প্ৰসৱ পৰবৰ্তী সময় অকলে পাৰ কৰাটো সমীচিন নহয়৷ আমি সংসদত এই বিষয়টো উত্থাপন কৰিছো, কারণ যত্ন লোৱাটো যৌথ দায়িত্ব৷ আমাৰ আইনত ইয়াৰ প্ৰতিফলন থকা উচিত৷ ইয়াৰ পূৰ্বে ৰাঘৱ চাড্ডাই ৰাজ্যসভাত ভাৰতৰ প্ৰধান চহৰসমূহৰ ক্ৰমবৰ্ধমান যানজঁট পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷
ৰাঘৱ চাড্ডাই কৈছে, ‘যানজঁটৰ কাৰণে যাত্ৰ্ৰীৰ প্ৰতি বছৰে ১০০ ৰ পৰা ১৬৮ ঘণ্টা সময় অপব্যয় হয়৷ সেয়ে চহৰসমূহত যানজঁট দূৰ কৰিবলৈ জাতীয় পৰ্যায়ৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়া জৰুৰী৷
ৰাঘৱ চাড্ডাই এই পৰ্যন্ত কি কি বিষয় উত্থাপন কৰিছে?
বেংকিং বিধিমালা (ন্যূনতম বেলেন্স)
তেওঁ ন্যূনতম বেলেন্স নৰখাৰ বাবে বেংক কৰ্তৃক আৰোপিত চাৰ্জ প্ৰত্যাহাৰৰ দাবী জনাইছে৷
খাদ্য সুৰক্ষা আৰু স্বাস্থ্য
ৰাঘৱ চাড্ডাই সংসদত ইউৰিয়া আৰু ডিটাৰজেণ্ট দি গাখীৰ আৰু অন্যান্য খাদ্যদ্ৰব্য ভেজাল কৰাৰ বিষয়টো উত্থাপন কৰি ইয়াক স্বাস্থ্যৰ বাবে এক ভয়ৰ কাৰণ বুলি উল্লেখ কৰিছে৷
যানজঁট
দেশৰ প্ৰধান চহৰসমূহত যানজঁটজনিত অৰ্থনৈতিক ক্ষতি কমোৱাৰ এক জাতীয় নীতিৰ প্ৰয়োজনীয়তাও উল্লেখ কৰিছে৷
ডিজিটেল অধিকাৰ(ডেটা ৰোলঅভাৰ)
ম্যাদ শেষ হোৱাৰ পাছত মোবাইল ব্যৱহাৰকাৰীসকলক ডাটা নষ্ট হৈ যোৱাৰ বিষয়টো তেওঁ উত্থাপন কৰি কৈছে যে অব্যৱহৃত ডাটা গ্ৰাহকক উভতাই দিব লাগে৷
যাত্ৰীসকলৰ অধিকাৰ(ফ্লাইট বিলম্ব)
বিমান চলাচল বিলম্বৰ কাৰণে সৃষ্ট অসুবিধাৰ বাবে যাত্ৰীসকলক ক্ষতিপূৰণৰ দাবী জনোৱা হৈছে৷
বিমানবন্দৰৰ মূল্য
বিমানবন্দৰত খাদ্য আৰু পানীয়ৰ অত্যধিক দামৰ বিষয়টো উত্থাপন কৰিছে ৰাঘৱ চাড্ডাই৷
চৰকাৰী স্বাস্থ্য পৰিসেৱা
তেওঁ চৰকাৰী হাস্পতালসমূহৰ বেয়া দশা আৰু স্বাস্থ্য বৈষম্যৰ বিষয়টিও উত্থাপন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.