• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

10 months ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

20 minutes ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

1 hour ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

2 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

3 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

4 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

6 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

6 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

7 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

22 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

22 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

23 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?

টোল গেটত ৰখীয়া নাথাকিলেও হ’ব! এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি

editor by editor
June 18, 2025
in জীৱনশৈলী
0
এবাৰ ৩০০০ ৰিছাৰ্জ কৰি বছৰটো ঘূৰি ফুৰক আপুনি, কি কি নতুন সুবিধা আপোনাৰ বাবে?
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘদিন ধৰি নতুন টোল নীতি অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই৷ যাৰ আওঁতাত সমগ্ৰ দেশৰ টোল প্লাজাত নতুন সুযোগ প্ৰদান কৰা হব৷ চৰকাৰে ১৫ আগষ্টৰ পৰা ৩০০০ টকা ফাষ্টটেগ ভিত্তিক বাৰ্ষিক পাছ ঘোষণা কৰিছে৷

টোল আদায়ৰ বাবে এক এনুৱেল পাছ চিষ্টেম আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ প্ৰকৃততে এই ব্যৱস্থাৰ অধীনত হাইৱেৰে সীমাহীনভাৱে যাতায়াত কৰাৰ বাবে এনুৱেল পাছ ল’ব লাগিব ৩০০০ টকা৷ ইয়াৰ ফলত FASTag ৰিচাৰ্ছৰ অসুবিধা আপোনাৰ আৰু নাথাকে৷
টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে নেশ্ব্যনেল হাইৱেত যাতায়াত সহজ কৰাৰ লক্ষ্যৰে ট্ৰেফিক ফ্লো উন্নত কৰাৰ বাবে দূৰত্বৰ ভিত্তিত মূল্য নিৰ্ধাৰণ আৰু বাধামুক্ত টোল বুথৰ প্ৰস্তাৱ দিয়া হৈছে৷ প্ৰস্তাৱিত নীতিৰ বিষয়ে জানি থওক সবিশেষ৷
ৱান টাইম পেমেণ্ট চিষ্টেম
প্ৰস্তাৱিত নীতি অনুসৰি সমস্ত নেশ্ব্যনেল হাইৱে, এক্সপ্ৰেছ ৱে আৰু ষ্টেট এক্সপ্ৰেছৱেত সীমাহীন দূৰত্ব ভ্ৰমণৰ বাবে বাৰ্ষিক ৩০০০ টকা পেমেণ্টৰ অনুমতি দিয়া হব বাহনৰ গৰাকীক৷ এই পলিছি কাৰ্যকৰী হলে সমগ্ৰ দেশত ভ্ৰমণ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে FASTag ৰিচাৰ্ছৰ প্ৰয়োজন নহয়৷

দূৰত্বৰ ভিত্তিত মূল্য নিৰ্ধাৰণ

এই পলিচিত পে এজ ইউ গ মডেলৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইয়াৰ বাবে প্ৰতি ১০০ কিঃমিঃৰ বাবে ৫০ টকাকৈ দিব লাগিব৷ যিসকলে সদায়ে যাতায়াত নকৰে তেওঁলোকৰ বাবে এয়া লাভজনক হব৷ পুৰণি FASTag ব্যৱহাৰকাৰীসকলৰ কৰণীয় কি? বাহনৰ মালিকে নতুন ব্যৱস্থাৰ সুবিধা অনায়াসে লব পাৰে৷ ইয়াৰবাবে তেওঁলোকে অতিৰিক্ত কোনো নথিপত্ৰ দেখুৱাব নালাগে বা অতিৰিক্ত কোনো একাউণ্ট চাৰ্জো দিহ নালাগে৷ ইয়াৰোপৰি ১৫ বছৰৰ বাবে ৩০,০০০ টকা এককালীন পেমেণ্টসহ আজীৱন FASTag আৰম্ভ কৰাৰ পূৰ্ববৰ্তী নীতি বাতিল কৰা হৈছে৷

টোল বুথত নাথাকিব কোনো বাধা

প্ৰস্তাৱিত পলিচিৰ পৰা জনা গৈছে যে টোল বুথত কোনো ফিজিকেল বেৰিয়াৰ নাথাকে৷ বিদ্যমান চেঞ্চৰ ভিত্তিক চিষ্টেমসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰি দিয়া হব৷ এই উদ্যোগৰ ফলত ভ্ৰমণ আৰু দ্ৰুত হব বুলি আশা কৰা হৈছে৷ ইয়াৰোপৰি বাধামুক্ত টোল বুথসমূহে যানজঁট কমাব আৰু ইন্ধনৰ খৰচো হ্ৰাস কৰিব৷

টোল ৰাজস্বৰ কি হ’ব?

এই ব্যৱস্থা যদি কাৰ্যকৰ হয়, সৰ্বশেষ নীতি হাইৱে কন্ট্ৰাক্টৰসকলৰ টোল ৰাজস্বৰ ওপৰত প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে৷ যাৰ ফলত মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ডিজিটেল ভ্ৰমণৰ তথ্যৰ ওপৰত ভিত্তি কৰি এক ক্ষতিপূৰণ সংক্ৰান্তিয় পৰিকল্পনা তৈয়াৰ কৰিব৷ কেইবাটাও ব্যৱস্থা আৰম্ভ কৰি টোল ফাঁকি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বেংকক আৰু ক্ষমতা দিয়া হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!
জীৱনশৈলী

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

April 12, 2026
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?
জীৱনশৈলী

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

April 12, 2026
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!
জীৱনশৈলী

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

April 12, 2026
Next Post
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.