• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

1 month ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

31 minutes ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

54 minutes ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

3 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

5 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

5 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

6 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

6 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

7 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

9 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

editor by editor
May 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
0
SHARES
690
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া হৈছে টেষ্ট মেচ৷ এই মেচত জিকিবলৈ হ’লে আপুনি খেলত ভাগৰিলে নহ’ব৷ যদি আপুনি এই টেষ্ট মেচত জয়ী হ’ব পাৰিছে তেন্তে জীৱনৰ শেষ দিন পৰ্যন্ত এই সম্পৰ্কও ধৰি ৰাখিব পাৰিব খাটাং৷ সকলো সুখ দুখ একেলগে ভগাই ল’ব পাৰিব আজীৱন৷

কিন্তু এনে কিছু পুৰুষ আছে যিসকলে এই বিষয়টো বুজিও যেন নুবুজে৷ যাৰবাবে এসময়ত পত্নীগৰাকীয়ে সেইগৰাকী স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই৷ তেতিয়াই সম্পৰ্কলৈ আহে দূৰত্ব৷ সেই দূৰত্ব বাঢ়ি বাঢ়ি এসময়ত বিচ্ছেদ পৰ্যন্ত হ’ব পাৰে৷ এই পৰিস্থিতি ইমান জটিল হোৱাৰ পূৰ্বেই কেনেকৈ সাৱধান হ’ব? কি কি কামে সম্পৰ্কত দূৰত্ব বঢ়াই?

কথা কম হ’লেই বিপদ

স্বামী-স্ত্ৰীৰ মাজত নিয়মিত কথা হোৱাটো খুবেই জৰুৰী৷ নিজৰ সুখ দুখৰ কথা এজনে আনজনৰ সৈতে ভগাই ল’ব লাগে৷ এয়া হ’লেই সম্পৰ্কৰ বাহন মসৃণভাৱে আগুৱাই যায়৷ বহু সময়ত বেছিভাগ পুৰুষেই নিজৰ পত্নীৰ সৈতে কথা পতা কমাই দিয়ে৷ এই কম কথা কোৱাৰ অভ্যাসৰ পৰাই দূৰত্ব লাহে লাহে বাঢ়িবলৈ ধৰে৷ স্বামীৰ প্ৰতি মহিলাগৰাকীৰ আকৰ্ষণ কমিবলৈ ধৰে৷ এইদৰেই লাহে লাহে সম্পৰ্ক এটাৰ বিচ্ছেদ জৰুৰী হৈ পৰে৷

ঘনিষ্ঠতা নাই

এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ হ’লে শাৰীৰিক ঘনিষ্ঠতা থকাটোও খুবেই জৰুৰী৷ সামান্য উষ্ণতাইয়ো সম্পৰ্কক নৱজীৱন দিব পাৰে৷ বহুসংখ্যক পুৰুষেই নিজৰ পত্নীৰ সৈতে শাৰীৰিক দূৰত্ব লাহে লাহে বঢ়াই আনে৷ ফলত পত্নীৰ মনত গভীৰ ক্ষত তৈয়াৰ হয়৷ তেতিয়াই অন্য পুৰুষৰ প্ৰতি আকৰ্ষিত হ’ব ধৰে মহিলাগৰাকী৷ আনকি ধীৰে ধীৰে স্বামীৰ প্ৰতি দূৰত্ব বঢ়াই অন্য পুৰুষতো মগন হৈ পৰে৷ সেয়ে সম্পৰ্কত ঘনিষ্ঠতা বৰ্তাই ৰাখক৷ অন্যথা জীৱনত বিবাহিত সম্পৰ্ক এটা ধৰি ৰখাটো খুবেই কষ্টকৰ এক বিষয় হৈ পৰিব পাৰে আপোনাৰ বাবে৷

সন্মান কৰক

স্বামী স্ত্ৰীয়ে পৰস্পৰক সন্মান কৰাটো খুবেই জৰুৰী৷ সন্মানৰ ওপৰত ভৰ দিয়েই ভালপোৱা বাঢ়ে? হাঁহিভৰা এটা জীৱন কটোৱা সম্ভৱ হৈ পৰে৷ বহু সময়ত বহু পুৰুষে নিজৰ পত্নীক সন্মান দিব নোখোজে৷ যাৰ ফলত সম্পৰ্কত তৈয়াৰ হয় শূন্যতা৷ এই শূন্যতাই আনে দূৰত্ব৷ আনকি সম্পৰ্কৰ ওপৰত ভৰসা হেৰুৱাই পেলাই মহিলাসকলে৷ এই পৰিস্থিতি অহাৰ পূৰ্বেই সাৱধান হোৱাটো খুবেই জৰুৰী৷

ভালপোৱাৰ অভাৱ

প্ৰেম ভালপোৱা এক অভ্যাস৷ এই অভ্যাসক জীয়াই ৰাখক৷ তেতিয়াই আজীৱন প্ৰেম জীয়াই থাকিব৷ বিয়াৰ পাছতেই বহু পুৰুষে মহিলাগৰাকীৰ প্ৰতি প্ৰেমভাৱ কমাই আনে৷ যাৰ ফলত ধীৰে ধীৰে প্ৰেমৰ গছ শুকাই আহে৷ তেতিয়াই পত্নীয়ে নিজৰ স্বামীৰ প্ৰতি ভালপোৱা হেৰুৱাই৷ এই পৰিস্থিতিত সম্পৰ্ক হাতৰ বাহিৰলৈ যোৱাৰ পূৰ্বেই প্ৰেম জীয়াই ৰাখিবলৈ যত্ন কৰক৷

চিটিং কৰিলেই বিপদ

বহু পুৰুষে বিয়াৰ পাছত অন্য সম্পৰ্কত সোমাই পৰে৷ আৰু তেতিয়াই বুজিব এই সম্পৰ্ক টিকি নাথাকে৷ সংসাৰত তেতিয়াই আৰম্ভ হয় অশান্তি৷ আনকি সম্পৰ্কত ডিভোৰ্ছো আহিব পাৰে৷ সেয়ে সম্পৰ্কত থাকিলে কেতিয়াও সংগীক ঢকা নিদিব৷ তেতিয়াই বিপদ বাঢ়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

July 8, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
জীৱনশৈলী

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

July 8, 2026
Next Post
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.