• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

28 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

6 seconds ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

1 hour ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

2 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

3 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

13 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

হ*ত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ

editor by editor
August 27, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ কটকমছান্দি থানা এলেকাৰ লুপুং গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ঘৰত পচি যোৱা আলু পেলোৱাক লৈ হোৱা সামান্য ঘৰুৱা বিবাদৰ মাজতে এজন পিতৃয়ে নিজৰ ছমহীয়া পুত্ৰক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। গুৰুতৰভাৱে আহত শিশুটোৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃ*ত্যু হয়। জানিব পৰা মতে, লুপুং গাঁৱৰ বাসিন্দা আকাশ কুমাৰৰ ঘৰত পচি যোৱা আলু পেলোৱাক লৈ পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। এই বিবাদৰ মাজতে আকাশ কুমাৰে খঙৰ বশৱৰ্তী হৈ শুই থকা ছমহীয়া পুত্ৰক তুলি ঘৰৰ পিছফালে থকা কুঁৱাৰ ওচৰলৈ লৈ যায়।

অভিযোগ অনুসৰি, কুঁৱাৰ কাষৰ প্লেটফৰ্মত তেওঁ শিশুটোক মাটিত পেলাই দিয়ে আৰু নিৰ্মমভাৱে আক্ৰমণ কৰে। ঘটনাটো দেখি পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিশুটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। প্ৰথমে গুৰুতৰভাৱে আহত শিশুটোক হাজাৰীবাগৰ শ্বেখ ভিখাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাঁচীৰ ৰিমছলৈ প্ৰেৰণ কৰে। কিন্তু ৰাঁচীলৈ নিয়াৰ পথতেই শিশুটোৰ মৃ*ত্যু হয়। শিশুটোৰ মৃ*ত্যুৰ পিছত মাতৃ নিৰালি দেৱীয়ে স্বামী আকাশ কুমাৰৰ বিৰুদ্ধে কটকমছান্দি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আকাশ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰু আদালতৰ নিৰ্দেশত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাত পৰিয়ালৰ আন কোনো সদস্যৰ ভূমিকা আছিল নেকি, সেই বিষয়েও তদন্ত চলাই থকা হৈছে। সামান্য ঘৰুৱা বিবাদে এইদৰে এটা নিৰীহ শিশুৰ প্ৰাণ কাঢ়ি লোৱাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। ঘটনাটোৱে ঘৰুৱা কাজিয়া আৰু খঙৰ সময়ত মানুহে নিয়ন্ত্ৰণ হেৰুৱালে কিমান ভয়ংকৰ পৰিণতি হ’ব পাৰে, সেই কথাও পুনৰ স্পষ্ট কৰি তুলিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
Next Post
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.