• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

1 year ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

35 minutes ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

1 hour ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

2 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

2 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

10 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

12 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

12 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

13 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

14 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

14 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

editor by editor
April 30, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

চকু পানী টুকিছে সমগ্ৰ গাওঁৱাসীয়ে। বিয়াৰ ৰভাত এতিয়া অনুষ্ঠিত কৰিব লাগিব পিতৃৰ দহা-শ্ৰাদ্ধ। কন্যাৰ বিয়াৰ দিনাই বিয়োগ পিতৃৰ। যি পিতৃয়ে কন্যাৰ কন্যাদান কৰাৰ কথা আছিল, সেই কন্যাই কৰিলে পিতৃৰ মুখাগ্নি।

দৃশ্য দেখি চকুৰ পানী টুকিছে সকলোৱে। এই অতিকে কৰুণ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ চাবুৱাত। কন্যাৰ বিবাহৰ দিনটোতেই মৃত্যুক সাৱটিলে পিতৃয়ে।

হাতত মেহেন্দীৰ লগাই হোমৰ গুৰিৰ সলনি কন্যা গ’ল পিতৃৰ শেষ কৃত্য কৰিবলৈ। চাবুৱাৰ মৰিছা গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

তপন দাস নামৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তা জনৰ কন্যাৰ বিবাহ আছিল। বিবাহৰ বাবে চোতাল আগুৰি ৰভাও দিছিল। সেই নিয়তিয়ে ভাগ্যত লিখি থৈছিল অন্যহে।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক সাৱটি লয় তপন দাস নামৰ লোকগৰাকীয়ে। তপন দাসৰ অনাকাংক্ষিত মৃত্যুত এতিয়া ঘৰখনৰ লগতে সমগ্ৰ চাবুৱা অঞ্চল শোকস্তব্ধ হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamchabuaDibrugarah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
Next Post
হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.