• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

1 year ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

10 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

11 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

12 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

12 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

12 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

13 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

13 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

14 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

14 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

15 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

15 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা

editor by editor
October 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এবছৰৰ ফিক্সড ডিপোজিটত সকলোকতৈ বেছি সুদ দিছে এই ৭বেংকে, জানি থওক তালিকা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিক্সড ডিপোজিট সকলোতকৈ নিৰাপদ৷ টকা মাৰ যোৱাৰ কোনো ভয় নাই৷ ৰিটাৰ্ণৰো পূৰ্ণ গেৰেণ্টি পোৱা যায়৷ কিন্তু ফিক্সড ডিপোজিটত বিনিয়োগ কৰাৰ পূৰ্বে কোন বেংক বা আৰ্থিক প্ৰতিষ্ঠান সবাতোকৈ শ্ৰেষ্ঠ?

দীৰ্ঘম্যাদি ফিক্সড ডিপোজিটেই সকলোতকৈ বেছি হাৰত সুদ দিয়ে বেংকে৷ কিন্তু সকলোৰে আৰ্থিক চাহিদা একে ধৰণৰ নহয়৷ বহুতে স্বল্পম্যাদি লক্ষ্যপূৰণৰ বাবেও বিনিয়োগ কৰে৷ স্বল্পম্যাদি ডিপজিটত কোন বেংকে বেছি সুদ দিয়ে সেই তথ্য জানিবলৈ বহুজনেই আগ্ৰহী৷ সৰ্বাধিক সুদ দিয়াৰ ক্ষেত্ৰত আগুৱাই আছে ৭টাকৈ বেংক৷ ৩বছৰ বা ৫ বছৰৰ বাবে ফিক্সড ডিপোজিটত ৬.৬০শতাংশৰ পৰা ৭.১০শতাংশলৈ সুদ দিয়ে বেংকে৷

এইক্ষেত্ৰত সৰ্বাধিক সুদ দিয়া বেংকৰ শীৰ্ষত আছে কোটাক মহিন্দ্ৰা বেংক৷ এই বেংকৰ সুদৰ হাৰ ৭.১ শতাংশ৷ প্ৰবীণ নাগৰিকসকলক ৫০ বেছিচ পয়েণ্ট অতিৰিক্ত সুদ দিয়া হয়৷ অৰ্থাৎ এবছৰত ম্যাদি ফিক্সড ডিপোজিটত তেওঁলোকে ৭.৬০ শতাংশ হাৰত সুদ দিয়ে৷ দেশৰ সকলোতকৈ ডাঙৰ বেচৰকাৰী বেংক এইছ ডিএফ চিএয়ে এবছৰৰ ম্যাদি ফিক্সড ডিপোজিটত ৬.৬শতাংশ হাৰত সুদ দিয়ে৷ প্ৰবীণ নাগৰিকসকলৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.১০শতাংশ৷ চলিত বছৰৰ ২৪ জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে৷

ICICI বেংকে এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকসকলক ৬.৭শতাংশ হাৰত সুদ দিছে৷ প্ৰবীণ নাগৰিকসকলক দিয়া হৈছে ৭.২ শতাংশ হাৰত সুদ৷ বিশেষ ৭টা বেংকৰ ভিতৰত কোনে কিমান সুদ দিয়ে? ফেডাৰেল বেংকত এবছৰৰ ম্যাদি ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকে ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকে লাভ কৰে ৭.৩শতাংশ সুদ৷

পঞ্জাৱ নেশ্ব্যনেল বেংকত এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকে ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকে ৭.৩শতাংশ হাৰত সুদ লাভ কৰে৷ বেংক অৱ বৰোদাৰ ফিক্সড ডিপোজিট স্কিমত তেওঁলোকে দিয়ে ৬.৮৫শতাংশ সুদ৷ প্ৰবীণ নাগৰিকসকলক দিয়া সুদ হৈছে ৭.৩৫শতাংশ৷ দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক এছবিআইয়ে এবছৰৰ ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকক ৬.৮শতাংশ আৰু প্ৰবীণ নাগৰিকক দিয়ে ৭.৩শতাংশ সুদ৷ আই চি আইচি আই বেংকত এবছৰৰ ফিক্সড ডিপোজিটত পাব ৬.৭শতাংশ সুদ আৰু প্ৰবীণসকলে এই বেংকৰ পৰা পায় ৭.২শতাংশ সুদ৷ এইছ ডিএফচি বেংকত সুদৰ হাৰ ৬.৬০শতাংশ৷ প্ৰবীণ নাগৰিকসকলৰ বাবে ৭.১০শতাংশ হাৰত সুদ দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
ধনতেৰছত বুধৰ উদয়! এবছৰৰ ভিতৰত সাফল্য লাভ কৰিব এই ৩ৰাশিৰ জাতকে

ধনতেৰছত বুধৰ উদয়! এবছৰৰ ভিতৰত সাফল্য লাভ কৰিব এই ৩ৰাশিৰ জাতকে

মহাকাশত অতিথিৰ আগমন! ৮০ হাজাৰ বছৰ পাছত পৃথিৱীৰ আকাশত বিৰল ধুমকেতু

মহাকাশত অতিথিৰ আগমন! ৮০ হাজাৰ বছৰ পাছত পৃথিৱীৰ আকাশত বিৰল ধুমকেতু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.