• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

1 year ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

30 minutes ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

2 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

15 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

15 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

16 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

editor by editor
January 24, 2025
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীত স্থান সলনি কৰিব ৪ গ্ৰহই, সূৰ্য-মঙ্গলৰ গোচৰত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্য আৰু মঙ্গলসহ চাৰিটা গ্ৰহই ফেব্ৰুৱাৰী মাহত নিজৰ স্থান সলনি কৰিব৷ একাধিক গ্ৰহৰ এই গোচৰৰ প্ৰভাৱত নানান দিশৰ পৰা প্ৰভাৱ পৰিব কোনো কোনো ৰাশিৰ জাতক জাতিকাৰ জীৱনত৷ ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই, অৰ্থাৎ ৪ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ পাছতেই ১১ ফেব্ৰুৱাৰী শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব বুধে৷ ইয়াৰ ঠিক পাছৰ দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত সূৰ্যই প্ৰৱেশ কৰিব কুম্ভত৷ ইয়াৰ ফলত কুম্ভ ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ আকৌ তাতেই শনিও অৱস্থান কৰি আছে৷ বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰ পাছতেই বৃষ ৰাশিত প্ৰৱেশ কৰিব মঙ্গলে আৰু নিজৰ স্থান সলনি কৰি মীন ৰাশিত যাব বুধ৷ এই সকলো গ্ৰহৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱত আগন্তুক মাহত দুৰ্দান্তভাৱে লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

ফেব্ৰুৱাৰী মাহত সাফল্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ উচ্চশিক্ষাৰ সুযোগ পাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ ধৰ্মীয় বিষয়তো আগ্ৰহ বাঢ়িব আপোনাৰ৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ কৰাৰ যোগ আছে৷ বিদেশ যাত্ৰাৰ বাবে ভিছাও পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব৷

মিথুন ৰাশি

ফেব্ৰুৱাৰী ২০২৫ আশীৰ্বাদৰ দৰে হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ ব্যৱসায়ীসকলৰ কেৰিয়াৰৰ গ্ৰাফে এই সময়ত আকাশ চুব৷ দাম্পত্য জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ স্বামী স্ত্ৰী মিলি কোনো ব্যৱসায় কৰিম ভাৱিলে এই সময়ত নকৰাই ভাল৷ পাৰ্টনাৰৰ সৈতে ভাল সময় কটাব৷ আপোনাৰ কাম অন্যৰ উপকাৰত লাগিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য ফেব্ৰুৱাৰী মাহত ভালে থাকিব৷ গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব৷ আপোনাৰ কাষৰ লোকেই আপোনাক আঘাত কৰাৰ চেষ্টা কৰিব৷ শেষ পৰ্যন্ত আপুনি সকলোকে পৰাজিত কৰিব৷ কোনো দামী সামগ্ৰী কিনিব পাৰে৷ যিসকলে সাহিত্যচৰ্চা, সাংবাদিকতা আৰু শিল্পৰচনাৰ সৈতে যুক্ত তেওঁলোক লাভৱান হ’ব৷

সিংহ ৰাশি

সন্তান সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব সিংহ ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব৷ প্ৰেম বিবাহৰ বাবে এই সময় ভাল সময়৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰ পথত থকা সকলো বাধা দূৰ হ’ব৷ নিজৰ কৰ্মক্ষেত্ৰৰ পৰা কোনো সুখবৰ পাব পাৰে৷ দাম্পত্য জীৱনত সুখ থাকিব৷

কুম্ভ ৰাশি

ফেব্ৰুৱাৰী মাহত নানান দিশৰ পৰা লাভৱান হ’ব কুম্ভ ৰাশিৰ জাতক৷ ভায়েক ভনীয়েকৰ মাজত কিছু ভুল বুজাবুজি হ’ব পাৰে৷ নতুন কোনো কামত হাত দিয়াৰ বাবে এই সময় ভাল৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভাল ফল লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

বিবাহৰ ২১ বছৰ পাছত ঘৰ ভাঙিছে বীৰেন্দ্ৰ ছেহৱাগৰ! স্ত্ৰী আৰতিৰ সৈতে সঁচাকৈয়ে বিচ্ছেদ ল’লে নেকি বীৰেন্দ্ৰই?

যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰী হ’ব, নৰেন্দ্ৰ মোদীয়ে হেৰুৱাব আসন! ভৱিষ্যদ্বাণী ভাইৰেল IIT বাবাৰ

যোগী আদিত্যনাথ প্ৰধানমন্ত্ৰী হ’ব, নৰেন্দ্ৰ মোদীয়ে হেৰুৱাব আসন! ভৱিষ্যদ্বাণী ভাইৰেল IIT বাবাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.