• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

1 year ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

8 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

9 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

9 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

10 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

10 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

11 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

11 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

11 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

12 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

12 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

13 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ

editor by editor
January 31, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ফেব্ৰুৱাৰীত শনিৰ ঘৰলৈ আহিব সূৰ্য, ২ শত্ৰু মুখামুখি হোৱাত বিপদ বাঢ়িব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰী ২০২৫ত সূৰ্য আৰু মঙলসহ চাৰিটা গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ ইফালে ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই বৃষ ৰাশিত মাৰ্গী হ’ব বৃহস্পতি৷ ইয়াৰ পাছতেই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব বুধে৷ ঠিক তাৰ পাছৰ দিনাই সূৰ্যৰ গোচৰ হ’ব কুম্ভ ৰাশিত৷ শনি বৰ্তমান আছে নিজৰ ৰাশি কুম্ভতেই৷ ফলত কুম্ভ ৰাশিত সূৰ্য আৰু শনিৰ মাজত এক ক্ষতিকৰ যোগ গঠিত হ’ব৷ সূৰ্য আৰু শনি সম্পৰ্কত পিতা পুত্ৰ হ’লেও দুয়োৰে মাজৰ সম্পৰ্ক মুঠেও ভাল নহয়৷ সেয়ে পৰস্পৰৰ শত্ৰুৱে এই দুই গ্ৰহৰ যুঁটিত ডাঙৰ বিপদত পৰিব পাৰে কেইটামান ৰাশিৰ জাতক৷ জানি থওক ফেব্ৰুৱাৰীত বিপদ আহিব কোন কোন ৰাশিৰ জীৱনলৈ?

সিংহ ৰাশি

সূৰ্যৰ যুঁটিৰ প্ৰভাৱত দাম্পত্য জীৱনত অশান্তি বাঢ়িব সিংহ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ মতামতক মূল্য দিবলৈ চেষ্টা কৰক৷ এই সময়ত নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷ অফিচত আপুনি চাপত থাকিব৷

বৃশ্চিক ৰাশি

নিজৰ পৰিয়ালক সময় দিয়ক৷ পৰিয়ালত এই সময়ত অশান্তিৰ পৰিবেশ তৈয়াৰ হ’ব পাৰে৷ মাতৃৰ স্বাস্থ্যক লৈ কিছু দুশ্চিন্তা বাঢ়িব৷ হাৰ্টৰ অসুখ যিসকলৰ আছে তেওঁলোকে এই সময়ত বিশেষ সাবধানে থকাটো জৰুৰী৷ মানসিকভাৱে কিছু দুৰ্বল হৈ পৰিব৷ বেছি খৰচ নকৰিব৷

মকৰ ৰাশি

নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক মকৰ ৰাশিৰ জাতকে৷ আপোনাৰ কথাত কোনোৱে আঘাত পাব পাৰে৷ কৰোবাত অৰ্থ বিনিয়োগ কৰিব বিচাৰিলে সকলোফালে ভালধৰণে বিচাৰ কৰি লওক৷ বাহন চলোৱাৰ সময়ত সাবধান হওক৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিতেই মিলিত হ’ব সূৰ্য আৰু শনি৷ দুই শত্ৰু গ্ৰহৰ যুঁটিত হাড়ৰ সমস্যাত ভূগিব পাৰে এই ৰাশিৰ জাতক৷ নিজৰ দাম্পত্য জীৱনক লৈ আৰু সচেতন হ’ব লাগিব আপুনি৷ জীৱনসংগীৰ সৈতে কাজিয়া পেচাল নকৰিব৷ অন্যথা অশান্তি বাঢ়িব৷ কোনো মহিলা বন্ধুৰ সহায়ত নতুন কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক ক্ষতিৰ যোগ আছে৷

মীন ৰাশি

খৰচ বাঢ়িব মীন ৰাশিৰ জাতকৰ৷ অন্যথা ডাঙৰ আৰ্থিক সমস্যাত সোমাই পৰিব পাৰে৷ আপুনি নিজৰ ইচ্ছাৰ বিৰুদ্ধে কৰোবালৈ যাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ সময় আৰু অৰ্থ দুয়োটাই নষ্ট হ’ব৷ নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখক৷ বিৰোধীসকলপ পৰা দূৰৈত থকাৰ চেষ্টা কৰিব৷ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.