• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

1 month ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

19 minutes ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

1 hour ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

2 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

2 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

3 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

4 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

7 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

8 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে

editor by editor
February 3, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীত বুধৰ গুৰুত্বপূৰ্ণ অৱস্থান, ৩ৰাশিক লাখপতি কৰিব বুধে
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰী মাহত জ্যোতিষশাস্ত্ৰ অনুসৰি এটাৰ পাছত আনটো গুৰুত্বপূৰ্ণ অৱস্থান পৰিবৰ্তন কৰিব বুধে৷ মাত্ৰ এমাহৰ ভিতৰতেই তিনিবাৰ গোচৰ কৰাৰ ফলত বুধৰ প্ৰভাৱ পৰিব কথাবাৰ্তা, সিদ্ধান্ত গ্ৰহণ, ব্যৱসায় বাণিজ্য আৰু আৰ্থিক পৰিকল্পনাৰ ওপৰত৷ জ্যোতিষমতে বুধ যুক্তি, যোগাযোগ, বুদ্ধিমত্তা আৰু হিচাপ নিকাচৰ প্ৰধান নিয়ন্ত্ৰক গ্ৰহ৷ ফলত তাৰ গতি সলনি মানেই ডাঙৰ পৰিবৰ্তনৰ ইংগিত৷

জ্যোতিষ গণনাই কৈছে যে ৩ ফেব্ৰুৱাৰী ২০২৬ত বুধে প্ৰৱেশ কৰিব কুম্ভ ৰাশিত৷ ইয়াৰপাছতেই ৭ ফেব্ৰুৱাৰীত শতভিষা নক্ষত্ৰত আৰু ১৫ ফেব্ৰুৱাৰীত প্ৰৱেশ কৰিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত৷ ফেব্ৰুৱাৰীৰ প্ৰথমাৰ্ধত এই তিনিটা গুৰুত্বপূৰ্ণ গোচৰে ৰাশিচক্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব৷

বিশেষজ্ঞৰ মতে বুধৰ এই ধাৰাবাহিক অৱস্থান পৰিবৰ্তনৰ সময়ত সকলোতকৈ বেছি সুফল পাব তিনিটা ৰাশিয়ে৷ ব্যৱসায়, চাকৰি, আয় আৰু ব্যক্তিগত দক্ষতাৰ এই সময়ত ডাঙৰ আৰু ইতিবাচক পৰিবৰ্তনৰ সম্ভাৱনা তৈয়াৰ হৈছে৷

বৃষ ৰাশি

ফেব্ৰুৱাৰীত বুধৰ গতিপথ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ ব্যৱসায়ত লাভৰ নতুন ৰাস্তা খুলিব পাৰে৷ সঠিক পৰিকল্পনা আৰু হিচাপ নিকাচ কৰিলে আয়ৰ গ্ৰাফ আৰু ঊৰ্ধ্বমুখী হব৷ কৰ্মক্ষেত্ৰত দায়িত্ব আৰু নেতৃত্ব বাঢ়িব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ সম্ভাৱনা আছে৷ আৰ্থিক স্থিতি পূৰ্বৰ তুলনাত শক্তিশালী হব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই বুধ গোচৰ ভাগ্য সলনি হোৱাৰ সময়৷ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল এইবাৰ হাতে হাতে পাব৷ অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ লগতে মানসিক চাপো কমিব৷ জীৱনযাত্ৰাৰ সামান্য ইতিবাচক পৰিবৰ্তন আনিলেও স্বাস্থ্যৰ সুফল পাব৷ ৰৈ থকা পুৰণি কাম এই সময়ত সহজেই আগুৱাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহে স্বস্তিৰ বাৰ্তা কঢ়িয়াই আনিছে৷ দীৰ্ঘদিনৰ চেষ্টা আৰু ধৈৰ্যৰ ফল পোৱাৰ সম্ভাৱনা প্ৰৱল৷ গুৰুত্বপূৰ্ণ আৰ্থিক বা পেছাগত সিদ্ধান্ত লোৱাৰ বাবে এই সময় অনুকূল৷ বকেয়া ধন উভতাই পোৱাৰ যোগ আছে৷ প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্ক আৰু দৃঢ় হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়
জীৱনশৈলী

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

March 18, 2026
Next Post
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

এপিষ্টনৰ প্ৰমোদ দ্বীপত কি চলিছিল, দ্বীপত চলা ঘটনা সম্পৰ্কে জানিলে হতচকিত হৈ উঠিব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.