• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’কা ক’লা, ৰ’নাল্ডোক লৈ ফেভিকলৰ বিশেষ বিজ্ঞাপন

ক’কা ক’লা, ৰ’নাল্ডোক লৈ ফেভিকলৰ বিশেষ বিজ্ঞাপন

5 years ago
Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

12 minutes ago
১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

১৩ বছৰ বয়সৰ পৰাই ৰোগত আক্ৰান্ত নিক জ’নাছ, চিন্তিত প্ৰিয়ংকা!

2 hours ago
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

3 hours ago
আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

আজি ৫ ৰাশিৰ ওপৰত থাকিব ভাগ্যৰ বিশেষ আশীৰ্বাদ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা

3 hours ago
সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

সৌভাগ্যই মাৰিব আপোনাৰ জীৱনত টোকৰ! ১২ ৰাশিৰ আজিৰ আৰ্থিক অৱস্থা, প্ৰেম আৰু স্বাস্থ্যৰ পূৰ্বাভাস

4 hours ago
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

12 hours ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

13 hours ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

14 hours ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

14 hours ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

15 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

15 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’কা ক’লা, ৰ’নাল্ডোক লৈ ফেভিকলৰ বিশেষ বিজ্ঞাপন

editor by editor
June 18, 2021
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, ভাৰত
0
ক’কা ক’লা, ৰ’নাল্ডোক লৈ ফেভিকলৰ বিশেষ বিজ্ঞাপন
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ক’কা ক’লা বিতৰ্কক সুযোগ হিচাপে গ্ৰহণ কৰি এক হাস্যৰসাত্মক বিজ্ঞাপন মুকলি কৰিছে বিখ্যাত আঠা ব্ৰেণ্ড ফেভিকলে। ফেভিকলৰ এই বিজ্ঞাপনে এতিয়া ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। ৰ’নাল্ডোৰ সংবাদমেলৰ ফটোখনৰ প্ৰায় হুবহু ফটো এখন লৈ ফেভিকলৰ এই বিজ্ঞাপন। কেৱল ক’কা-ক’লাৰ বটল দুটাৰ সলনি ফেভিকলৰ বটল ৰখা হৈছে ফটোখনত। ছ’চিয়েল মিডিয়াত সম্প্ৰতি বিজ্ঞাপনভিত্তিক এই মিমে প্ৰশংসা লাভ কৰিছে। বিজ্ঞাপন ভিত্তিক এই মিম এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে। হাংগেৰীৰ বিৰুদ্ধে ৩-০ গ’লত পৰ্তুগালৰ জয়ৰ পাছত এক সংবাদমেলত ফুটবল তাৰকাগৰাকীয়ে ক’কাকলাৰ দুটা বটল আঁতৰাই হাতত তুলি লৈছিল পানীৰ বটল। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেলুৱৈ ৰ’নাল্ডোৰ এই কাৰ্যৰ পাছতে ইউৰো কাপৰ অন্যতম পৃষ্ঠপোষক লঘু পানীয়ৰ কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। সংবাদমেল শেষ হোৱালৈকে প্ৰায় ৪ বিলিয়ন  মাৰ্কিন ডলাৰ বজাৰ মূল্যৰ লোকচানৰ সন্মুখীন হৈছিল ক’কা-ক’লা কোম্পানী। তাকে লৈ নতুন ধাৰাৰ বিজ্ঞাপন প্ৰস্তুত কৰি ৰ’নাল্ডোৰ সংবাদমেলৰ দৰে টেবুল-চকীৰ ফটো তুলি টেবুলত দুটা ফেভিকলৰ বটল ৰাখি সকলোৰে দৃষ্টি কাঢ়িছে আঠা ব্ৰেণ্ডটোৱে। টুইটাৰত ফটোখন শ্বেয়াৰ কৰি ফেভিকলে লিখিছে, ‘haye ni mera coka coka coka coka’। ছবিখনৰ তলত লিখা হৈছে “na bottle hategi, na valuation ghategi”।

Haye ni mera Coka Coka Coka Coka Coka#Euro2020 #Ronaldo #MazbootJod #FevicolKaJod pic.twitter.com/lv6YWrgfxB

— Fevicol (@StuckByFevicol) June 17, 2021

ফেভিকলে এই বিজ্ঞাপনে বাৰুকৈয়ে আকৃষ্ট কৰিছে সকলোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cristiano ronaldofevicol
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ
ভাৰত

Train derailed: ডিগাৰুৰ ৰে’ল দুৰ্ঘটনাৰ ক্ষয়-ক্ষতিৰ আপডেট, মুকলি হেল্পলাইন নম্বৰ

November 11, 2026
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত
অসম

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ৰো অধিক লোক গুৰুতৰভাৱে আহত

November 11, 2026
দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!
অপৰাধ

দীপাৱলীৰ বোনাছক লৈ ভয়ংকৰ হ*ত্যাকাণ্ড!

November 10, 2026
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!
ৰাজনীতি

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

November 10, 2026
Next Post
সাহিত্য সভাৰ সভাপতি হোৱাৰ মন নীলমণিৰ

সাহিত্য সভাৰ সভাপতি হোৱাৰ মন নীলমণিৰ

ধাবাৰ বাবা কান্ত প্ৰসাদ, এয়া তুমি কি কৰিলা?

ধাবাৰ বাবা কান্ত প্ৰসাদ, এয়া তুমি কি কৰিলা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.