• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

3 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

9 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?

editor by editor
November 25, 2022
in ক্ৰীড়া, বিশ্ব
0
ৰক্ষণশীল দেশ কাটাৰৰ অনুশাসন ভাঙিলে বেলজিয়ামৰ গলকীপাৰে! চুম্বনৰ অপৰাধত কি শাস্তি বিহিব বিশ্বকাপ আয়োজক দেশে?
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কাটাৰ প্ৰশাসনৰ নিৰ্দেশ আছিল কোনেও খেলৰ মাজতে চুম্বন কৰিব নোৱাৰিব। কিন্তু খেলৰ উল্লাসৰ মাজত কঠোৰ নিৰ্দেশ পাহৰি পেলালে বেলজিয়ামৰ গলকীপাৰ কৰ্টইছে হাজাৰ হাজাৰ মানুহৰ সন্মুখতেই Courtois য়ে তেওঁৰ প্ৰিয় বান্ধৱীৰ ওঁঠত আঁকি দিয়ে বিজয়ৰ চুম্বন। কিন্তু কাটাৰৰ আইন অনুসৰি এই কাৰ্য মানেই গুৰুতৰ অপৰাধ।

বিশ্বকাপৰ প্ৰথম মেচত কানাডাৰ বিৰুদ্ধে ১-০ গলত জয়লাভ কৰিছে বেলজিয়ামে। মেচৰ আৰম্ভনিতেই এটা পেনাল্টি পাইছিল কানাডাই। আলফনছ ডেভিছৰ শ্বটটো বিশেষধৰণে ৰখাই দিয়ে কৰ্টইছে। গল পষ্টলৈ লক্ষ্য কৰি ২২ টা শ্বট মাৰিছিল কানাডাৰ খেলুৱৈয়ে। গলৰক্ষক কৰ্টইছে এটাৰ পাছত আনটো আক্ৰমনাত্মক শ্বট ৰখাই গৈছিল। খেল শেষ হওঁতেই আনন্দতে বেলজিয়ামৰ গলকীপাৰ মাৰ্ক কৰ্টইছে বান্ধৱীৰ কাষলৈ দৌৰী যায়। আনন্দতে সাবটি ধৰে বান্ধৱীক। ওঁঠত আঁকি দিয়ে চুমা। চুম্বনৰ এই বিশেষ ফটোখনক লৈ এতিয়া বিশ্বজুৰি চৰ্চা।

ইপিনে এই বিশ্বকাপত চুম্বন , সাবটি ধৰাই নহয় বিয়েৰো সম্পূৰ্ণৰূপে নিষিদ্ধ এই বিশ্বকাপত। এই আইন অমান্য কৰাসকলক কঠোৰ শাস্তি বিহাৰ কথাও পূৰ্বেই ঘোষণা কৰিছিল বিশ্বকাপ আয়োজক দেশখনে। আমেৰিকা, ইউৰোপ আদি দেশত এইধৰণৰ কাৰ্যকলাপ সাধাৰণ কথা যদিও কাটাৰত এয়া একধৰণৰ অপৰাধ। কৰ্টইছে সাবটি ধৰা বান্ধৱী মিছেলো কোনো সাধাৰণ নাৰী নহয়। তেওঁ স্পেইনৰ এগৰাকী আগশাৰীৰ মডেল। কভিডৰ ভয়াৱহতাৰ সময়তে কৰ্টইছ আৰু মিছেলৰ সামাজিক মাধ্যমযোগে বন্ধুত্ব গঢ়ি উঠিছিল। ক্ৰমে সেই বন্ধুত্ব গাঢ় হৈছে। বিশ্বকাপতো সেয়ে বন্ধুৰ খেল চাবলৈকে কাটাৰলৈ আহিছিল বান্ধৱী মিছেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
Next Post
মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ, ছবি অবিকলভাৱে নকল কৰিব পাৰিলেও নকৰিব! এই কাৰ্যকলাপ কৰিলে কাৰাগাৰৰ দুৱাৰ খোল খাব আপোনাৰ বাবেও…

মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ, ছবি অবিকলভাৱে নকল কৰিব পাৰিলেও নকৰিব! এই কাৰ্যকলাপ কৰিলে কাৰাগাৰৰ দুৱাৰ খোল খাব আপোনাৰ বাবেও...

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস… অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ…

নতুনকৈ লিখা হ’ব দেশৰ ইতিহাস... অবিভক্ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহৰু নহয় নেতাজীহে, আৰু কি কি নতুন তথ্য যোগ হ’ব ইতিহাসত, সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.