• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

8 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

10 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

11 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

11 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

11 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

12 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

13 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

13 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

14 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

editor by editor
June 13, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহিৰৰ খাদ্য গ্ৰহণ কৰাটো একেবাৰেই ভাল নহয় বুলি বহুলোকেই প্ৰায়েই দাবী কৰি আহিছে৷ আপুনি মই ভালপোৱা খাদ্যৰ ভিতৰত আইচক্ৰীমো এবিধ৷ আইচক্ৰিম ঘৰত বনাই খোৱাটো কঠিন কাম বুলি বহুতেই বাহিৰৰ পৰাই আইচক্ৰীম ক্ৰয় কৰি খাই৷ গৰমৰ দিনত সকাহ পাবৰ বাবে বহুতে শীতল পানীয়ৰ সলনি আইচক্ৰীম খাই৷ কিন্তু আইচক্ৰীম খোৱাৰ আগতে আপুনি ১০০ বাৰ ভাৱক৷ মুম্বাইত এজন ব্যক্তিয়ে আইচক্ৰীম অৰ্ডাৰ দি আচৰিত হৈছে৷ আইচক্ৰীমৰ ভিতৰত ওলাইছে কটা আঙুলিৰ টুকুৰা৷ কেনেকৈ মানুহৰ কটা আঙুলিৰ টুকুৰা আইচক্ৰীমৰ ভিতৰত সোমাল সেই বিষয়টোক লৈ এক বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে ব্যক্তিজনে৷ আপোনাৰ সৈতেও তেনেধৰণৰ ঘটনা সংঘটিত হ’লে কাক কমপ্লেইন দিব? কাৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰিব জানি থওক সবিশেষ৷

FSSAI ত অভিযোগ দাখিল কৰিব পাৰে

খাদ্য নিম্নমানৰ হ’লে তাৰ বিৰুদ্ধে যিকোনো অভিযোগ, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত অভিযোগ দাখিল কৰিব পাৰি। এনে ক্ষেত্ৰত অনলাইন বা টোল ফ্ৰী নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ বাবে প্ৰথমে FSSAIৰ  fssai.gov.in লৈ যাব লাগিব । ইয়াৰ পিছত আপুনি Share Your Concern ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপুনি নিজেই পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পিছত আপুনি লগ ইন কৰিব লাগিব।

লগ ইন কৰাৰ পিছত প্ৰাসংগিক শিতান অৰ্থাৎ খাদ্যৰ ধৰণ, খাদ্য যোগানৰ চৌহদ ইত্যাদি নিৰ্বাচন কৰিব লাগিব। শ্ৰেণী নিৰ্বাচন কৰাৰ পিছত আপোনাৰ সন্মুখত এটা বৰ্ণনাত্মক প্ৰ-পত্ৰ ওলাব। য’ত আপুনি খাদ্যৰ ফটো আৰু ইয়াৰ সম্পূৰ্ণ বিৱৰণ জমা দিব লাগিব। ফৰ্মখন সফলতাৰে জমা দিয়াৰ পিছত আপুনি এটা ৰেফাৰেন্স নম্বৰ পাব যাৰ সহায়ত আপুনি যিকোনো সময়তে আপোনাৰ অভিযোগ সম্পৰ্কে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ১৮০০১১২১০০ নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব। 

কাৰাবাসৰ লগতে জৰিমনাও ভৰিব পাৰে

খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ ৫৪ নং ধাৰাত খাদ্যৰ গুণগত মান নিম্ন বা অলাগতিয়াল পদাৰ্থ ওলালে বিশেষ কোম্পানীটোয়ে ১ লাখ পৰ্যন্ত জৰিমনা বিহিব  পাৰে। ইয়াৰ লগতে ৬ মাহৰ কাৰাদণ্ডও হ’ব পাৰে। ইয়াৰ লগতে আইনৰ ৫৯ নং ধাৰাত যদি খাদ্যত যোগ কৰা উপাদানসমূহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় তেতিয়া জৰিমনা ২লাখ পৰ্যন্ত হ’ব পাৰে৷ খাদ্য খাই যদি কোনো লোক অসুস্থ হৈ পৰে তেন্তে  জৰিমনাৰ পৰিমাণ ১০ লাখ টকা পৰ্যন্ত হ’ব পাৰে। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

A.C কিয় বিস্ফোৰণ হয়? নিজেই নজৰ ৰাখক এইকেইটা দিশত অন্যথা বিস্ফোৰণ হ’ব পাৰে আপোনাৰ ঘৰৰ A.Cও

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

নাগপুৰৰ বিস্ফোৰক তৈয়াৰ কৰা কাৰখানাত বিস্ফোৰণ, বৰ্তমানলৈকে ৫জনৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.