• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! হিমন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

4 years ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

4 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

5 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

6 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

7 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

8 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

9 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! হিমন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

editor by editor
February 13, 2022
in অসম, ভাৰত, ৰাজনীতি
0
গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! হিমন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল
0
SHARES
663
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰাখণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দেশৰ ৰাজনীতিকে উত্তাল কৰি থৈ আহিল অসমৰ মুখ্যমন্ত্ৰী বহুবল্কী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

ইমানেই নহয়, নিজৰ স্বভাৱসিদ্ধ পাতলীয়া তথা তৰল মন্তব্যৰে ভাষণ প্ৰদান কৰি এতিয়া দেশজুৰি কৰ্কথনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ শৰ্মা৷

উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ উপসভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় বিচাৰি এই কৰ্কথনাৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

সততে সভ্যতা সংস্কৃতি উদ্ধাৰৰ কথা ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে এগৰাকী সাংসদৰ পিতৃ পৰিচয় বিচৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰাৰো দাবী উঠিছে৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাক অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে৷

ইফালে এই বিতৰ্কই গৈ আৰক্ষী থানাতো পাইছেগৈ৷ মহাৰাষ্ট্ৰ যুৱ কংগ্ৰেছৰ এগৰাকী নেতাই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

ৰোশন লাল বিট্টু নামৰ যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰৰ ৰামনগৰ আৰক্ষী থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী কৰি এজাহাৰ দাখিল কৰিছে৷

উক্ত যুনেতাগৰাকীয়ে টুইটাৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকী মানসিকভাৱে অসুস্থ বুলিও অভিহিত কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cmassam live 24axom live 24axom live 24 digitalcm himanta biswa sarmaCogressK Chandrashekhar Raorahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?
ক্ৰীড়া

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

June 1, 2026
Next Post
১.৯০ কোটি টকীয়া নেইল পলিচ! কিয় ইমান দাম এই নেইল পলিচৰ?

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন