• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

5 years ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

16 minutes ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

39 minutes ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

57 minutes ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

2 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

2 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

3 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

3 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

5 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

5 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

6 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

6 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ

editor by editor
February 13, 2022
in অপৰাধ, ভাৰত
0
চাকৰিৰ প্ৰলোভনেৰে যুৱতীক গণ ধৰ্ষণ : হাত-ভৰি বান্ধি হোটেলৰ তললৈ নিক্ষেপ
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্য এক গণ ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে৷ চাকৰিৰ প্ৰলোভনেৰে এগৰাকী ২৫ বছৰীয়া যুৱতীক গণ ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷

 

ঘটনাৰ বিৱৰণীৰ মতে ঘটনাটো ৰাজস্থানত সংঘটিত হৈছে৷ প্ৰকাশিত খবৰ অনুসৰি দিল্লীৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ৰাজস্থানলৈ লৈ যোৱা হৈছিল যুৱতীগৰাকীক৷

 

শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চাৰিগৰাকী যুৱকে চাকৰি দিয়াৰ প্ৰলোভনেৰে হোটেললৈ নি যুৱতীগৰাকীক গণ ধৰ্ষণ কৰে৷ ইয়াৰ পিছতে যুৱতীগৰাকী হাত-ভৰি বান্ধি হোটেলৰ ছাদৰ ওপৰৰ পৰা তললৈ নিক্ষেপ কৰে যুৱককেইজনে৷

 

কথমপি প্ৰাণৰক্ষা পৰা যুৱতীগৰাকী ঘটনাৰ সময়ত মাতাল হৈ আছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে৷

 

আৰক্ষীক ঘটনা সংক্ৰান্ত খবৰ দিয়াৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হৈ নিৰ্যাতিতা যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷

 

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গণ ধৰ্ষণৰ গোচৰ ৰুজুৰ কৰি অভিযুক্ত চাৰি যুৱকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalGang Rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!
নিয়োগ

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

October 27, 2026
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?
অপৰাধ

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

October 27, 2026
Next Post
চীনৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থটো ডিজিটেল ষ্ট্ৰাইক; ৫৪টা চীনা এপ পুনৰ বন্ধ হ’ব ভাৰতত

চীনৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থটো ডিজিটেল ষ্ট্ৰাইক; ৫৪টা চীনা এপ পুনৰ বন্ধ হ’ব ভাৰতত

ৰাডাৰ ইমেজিং চেটেলাইট EOS-04ৰ সফল উৎক্ষেপণ ISROৰ

ৰাডাৰ ইমেজিং চেটেলাইট EOS-04ৰ সফল উৎক্ষেপণ ISROৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.