• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

1 year ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

1 hour ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

1 hour ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

2 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

3 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

5 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

6 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

6 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

7 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

8 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

9 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

editor by editor
March 24, 2025
in বিবিধ, ভাৰত
0
মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহ খেদোৱা ধূপ লগাই শুই থাকোতেই জুই লাগি আহত ৪ শিশু, ২ নিহত

এক অতিকে শোকাৱহ ঘটনা। মহ খেদোৱা ধূপ লগাই শুই থাকোতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ প্ৰাণ হেৰুৱালে দুই শিশুৱে। লগতে আন দুই শিশু গুৰুতৰবাৱে আহত। পাটনাত সোমবাৰে মাজনিশা এটা জুপুৰীত এই অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।

এই ঘটনাত দুটি শিশু অগ্নিকাণ্ডত অগ্নিদ্বগ্ধ হৈ প্ৰাণ হেৰুৱাৰ বিপৰীতে আন দুটা শিশু গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। আহত দুই শিশুকে নালন্দা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি পৰিয়ালটোৰ সকলো সদস্যই মহ খেদোৱা ধূপ জ্বলাই শুই আছিল ৷ কিন্তু নিশা ধূপৰ পৰা ওলোৱা স্ফুলিংগ প্ৰথমে বেডশ্বীটত পৰি লাহে লাহে গোটেই জুপুৰিটোত জুই বিয়পি পৰে। পৰিয়ালটোৰ স্বামী-স্ত্ৰী নিৰাপদে ওলাই আহিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ কেউটি সন্তান জুইৰ মাজত আবদ্ধ হৈ পৰে।

জুপুৰিটোৰ জুইয়ে আগুৰি ধৰাৰ লগে লগে কাষৰে আন আন কেইবাটাও জুপুৰি জুইৰ লেলিহান শিখাই আগুৰি ধৰে। কেউটি ঘৰৰে সকলো সা-সামগ্ৰী এই অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharfireMassive fireMosquito Agarbattipatna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
বিশ্বৰ আটাইতকৈ সৰু ছাগলী, নাম লিপিবদ্ধ গিনিজ বুকত, আকাৰ জানিলে আচৰিত হ’ব

বিশ্বৰ আটাইতকৈ সৰু ছাগলী, নাম লিপিবদ্ধ গিনিজ বুকত, আকাৰ জানিলে আচৰিত হ’ব

কপাল ফুলিল ! বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত অসমৰ উমা ছেত্ৰীৰ নাম

কপাল ফুলিল ! বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি তালিকাত অসমৰ উমা ছেত্ৰীৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.