• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ ৰ দশকত বিশ্বৰ অন্যতম সুন্দৰ পুৰুষৰ উপাধি পোৱা কোন সেই ভাৰতীয়

11 months ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

15 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

16 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

17 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৭০ ৰ দশকত বিশ্বৰ অন্যতম সুন্দৰ পুৰুষৰ উপাধি পোৱা কোন সেই ভাৰতীয়

editor by editor
February 28, 2025
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৭০ ৰ দশকত বিশ্বৰ অন্যতম সুন্দৰ পুৰুষৰ উপাধি পোৱা কোন সেই ভাৰতীয়
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭০ ৰ দশকত বিশ্বৰ অন্যতম সুন্দৰ পুৰুষৰ উপাধি পোৱা কোন সেই ভাৰতীয়

ভাৰতীয় অভিনেতা-অভিনেত্ৰী সকলৰ সৌন্দৰ্য বিশ্বৰ ভিতৰতে অন্যতম বুলি ক’লেও ভুল কোৱা নহব। প্ৰায়ে বিশ্বৰ সবাতোকৈ সুন্দৰ পুৰুষ মহিলাৰ তালিকাত প্ৰায়ে ভাৰতীয় অভিনেতা অভিনেত্ৰী সকল থাকে।

বৰ্তমানেও পুৰুষৰ মোষ্ট হেণ্ডচামৰ তালিকাত হৃত্বিক ৰোশনৰ নাম অন্তৰ্ভুক্ত। আনহাতে মহিলাৰ তালিকাত দীপিকাৰ নাম অন্তৰ্ভুক্ত। কিন্তু কোনো এগৰাকী ১ নম্বৰ স্থানত নাই।

পাছে ৭০ৰ দশকত এগৰাকী ভাৰতীয়ই নিজৰ সৌন্দৰ্যৰে বিশ্বতে তোলপাৰ লগাইছিল। ৭০ৰ দশকত বিশ্বৰ সবাতোকৈ হেণ্ডচাম পুৰুষৰ তালিকাত শীৰ্ষত স্থান পাইছিল ভাৰতীয় ছবিজগতৰ সুদৰ্শন অভিনেতা ধৰ্মেন্দ্ৰ।

বৰ্তমানে ৮৯ বৰ্ষীয় ধৰ্মেন্দ্ৰ বয়সৰ বাবে কিছু স্বাস্থ্যজনীত সমস্যাত ভুগি আছে। যদিও এটা সময়ত কেৱল সৌন্দৰ্যৰে নহয়, নিজৰ অভিনয় দক্ষতাৰেও অনুৰাগীৰ হৃদয় জয় কৰিছে। মুঠ ৩০৬ খন ছবিত কাম কৰা ধৰ্মেন্দ্ৰক শেষ বাৰ ২০২০ চনত জোৰা- দ ছেকেণ্ড চেপ্টাৰত দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DharmendraIndian ActorMost HandsomeMost Handsome Man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থাকোতেই শোকাৱহ দুৰ্ঘটনা, বাটতে ৰৈ আছিল যমদূত

পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন