• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ

পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ

2 years ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

2 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

3 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

4 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

4 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

6 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

7 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

7 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

7 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

8 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ

editor by editor
February 28, 2025
in বিবিধ, ভাৰত
0
পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ হিমস্খলনত কঁপি উঠিল উত্তৰাখণ্ড, ৫৭ শ্ৰমিক বৰফৰ মাজত আৱদ্ধ

উত্তৰাখণ্ডত তুষাৰপাতৰ মাজতে শুকুৰবাৰে ভাৰত-চীন (তিব্বত) সীমান্তৱৰ্তী অঞ্চলৰ মানা কেম্পৰ সমীপত এক বৃহৎ হিমস্খলন সংঘটিত হয়। যাৰ ফলত সেই স্থানত নিৰ্মাণ কাৰ্য্যত নিয়োজিত ৫৭ জন শ্ৰমিক খহি পৰা বৰফৰ তলত পোত যায়।

খবৰ লাভৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্য আৰম্ভ কৰে। এই পৰ্যন্ত ১০ জন শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হৈছে। আনহাতে আই টি বি পি আৰু সেনাৰ সহায়ত আন তিনিজন লোকক সেনা চিকিৎসালয়লৈ লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অঞ্চলটোৰ বেয়া বতৰৰ বাবে যোগাযোগ সেৱাও ব্যাহত হৈছে। চামোলী জিলা দণ্ডাধীশে জনোৱা মতে, মানা আৰু মানা পাছৰ মাজত হোৱা হিমস্খলনৰ তলত শ্ৰমিক আৱদ্ধ হোৱাৰ খবৰ পোৱা গৈছে।

বায়ুসেনাৰ পৰা সহায় বিচৰা হৈছে। সেনা আৰু আইটিবিপিয়ে উদ্ধাৰ অভিযানত লিপ্ত হৈছে। এন ডি আৰ এফৰ দলকো স্থানান্তৰ কৰা হৈছে ঘটনাস্থলীলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Glacier BurstuttarakhandUttarakhand Glacier Burst
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Next Post
বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য

বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.