• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য

1 year ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

4 minutes ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

44 minutes ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

1 hour ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

2 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

2 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

4 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য

বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য

editor by editor
February 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিবাহৰ দু’বছৰ পাছতেই আহিছে সুখবৰ! সিদ্ধাৰ্থ-কিয়াৰাৰ সংসাৰলৈ আহিছে নতুন সদস্য
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহৰ ঠিক দুবছৰ পাছতেই সুখবৰ দিছে কিয়াৰা আদোৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰা৷ এইবাৰ ২ৰ পৰা ৩ জন হ’বলৈ আগবাঢ়িছে সিদ্ধাৰ্থ আৰু কিয়াৰা৷ সামাজিকমাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তাৰকা দম্পতিয়ে জনাইছে যে তেওঁলোকৰ সংসাৰলৈ নতুন সদস্য আহিছে৷

সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োৰে হাতৰ ওপৰত দুপাত বগা জোতা ৰাখি শ্বেয়াৰ কৰিছে এই পোষ্ট৷ এনেকৈয়ে সন্তানৰ আগমনৰ ইংগিত দিছে তাৰকা দম্পতিয়ে৷ ইয়াৰ সৈতে লিখিছে, ‘আমাৰ জীৱনৰ এয়া শ্ৰেষ্ঠ উপহাৰ৷ শীঘ্ৰেই আহি আছে৷’ পোষ্টটি ভাইৰেল হৈ পৰাৰ পাছতেই বহুতেই শুভেচ্ছাবাৰ্তাৰে ভৰাই দিছে দুয়োকে৷ বলীউডৰ একাধিক তাৰকাই তেওঁলোকক শুভেচ্ছা জনাইছে৷

উল্লেখ্য যে ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল সিদ্ধাৰ্থ আৰু কিয়াৰা৷ একাধিক সাক্ষাৎকাৰত নিজৰ সম্পৰ্কক লৈ মন্তব্য কৰিছিল কিয়াৰাই৷ সিদ্ধাৰ্থৰ বাবেই ঘৰলৈ আহি ভাল লাগে বুলিও বিভিন্ন সাক্ষাৎকাৰত তেওঁ জনাইছিল৷ কিয়াৰাই কৈছিল, ‘তেওঁ সৈতে থাকিলে এনে লাগে যেন মই ঘৰতেই আছো৷ স্থান য’তেই নহওক কিয়৷ মই য’ত ডাঙৰ হৈছো তাতো ভালপোৱা আৰু আদৰ পাইছো৷ একেই ভালপোৱাই মোক সিদ্ধাৰ্থই দিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক
জীৱনশৈলী

May 20, 2026
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?
জীৱনশৈলী

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

May 20, 2026
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

May 20, 2026
Next Post
কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কাইলৈৰ পৰা আৰম্ভ হ’ব ৰোজা মাহ! এই মাহত কি কি নিয়ম মানি চলিব ইছলামধৰ্মী লোকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন