• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

2 years ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

54 minutes ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

4 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

13 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?

editor by editor
December 3, 2024
in জীৱনশৈলী
0
১৯৯২ চনৰ আজিৰ দিনটোতেই প্ৰথম পঠিওৱা হৈছিল SMS, কোনে কাক কি লিখি দিছিল প্ৰথমটো SMSত?
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৯২ চনৰ ৩ ডিচেম্বৰ। ইংলেণ্ডৰ বাৰ্কছায়াৰৰ এগৰাকী ইঞ্জিনিয়াৰে লিখিছিল দুটা শব্দ। সেইদিনাই ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল সেই বাৰ্তাই কাৰণ সেইয়া আছিল প্ৰযুক্তিৰ ইতিহাসত মোবাইল ফোনত পঠিওৱা প্ৰথমটো টেক্সট মেছেজ। তাৰপাছতেই ইয়াৰ নাম দিয়া হয় SMS। সম্পূৰ্ণ অৰ্থ ছৰ্ট মেছেজ ছাৰ্ভিছ। ২০২৪ চনৰ ৩ ডিচেম্বৰত ৩২ বছৰ সম্পূৰ্ণ হৈছে এই প্ৰযুক্তিৰ আৰম্ভণিৰ।

ভোডাফোনৰ ইঞ্জিনিয়াৰ নীল পাৰ্পোৰ্থে তেওঁ বছ ৰিচাৰ্ড জাৰ্ভিছক পঠিয়াইছিল সেই বাৰ্তা। লিখিছিল, ‘মেৰি ক্ৰিছমাছ।’ ৰিচাৰ্ডে সেই সময়ত বৰদিনৰ পাৰ্টিত ব্যস্ত থকাৰ সময়ত নীলৰ সেই বাৰ্তাৰ উত্তৰ তেওঁ দিব নোৱাৰিলে। পাছলৈ এক সাক্ষাৎকাৰত নীলে কয়, তেতিয়া তেওঁ বুজিব পৰা নাছিল যে এই বাৰ্তা মোবাইল পৰিসেৱাৰ অবিচ্ছেদ্য অংগ হৈ পৰিব। আবিৰ্ভাৱৰ এবছৰ পাছত অর্থাৎ ১৯৯৩ চনত মোবাইল প্ৰস্তুতকাৰী সংস্থাই SMS সৰ্বসাধাৰণৰ বাবেও মুকলি পৰিসেৱা হিচাপে ঘোষণা কৰে। প্ৰথম মেছেজ পঠিওৱাৰ প্ৰায় ৭বছৰ পাছত অর্থাৎ ১৯৯৯ চনৰ পৰা SMSয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

মহাকুম্ভলৈ মাজত মাত্ৰ এমাহঃ পূণ্য লাভ কৰিবলৈ কৰক এই কাম

৩ৰাশিৰ ফুলিব কঁপালঃ শনি মঙলৰ কৃপাত উপচি পৰিব ধন, কাৰ কাৰ খুলিব সৌভাগ্যৰ দুৱাৰ?

৩ৰাশিৰ ফুলিব কঁপালঃ শনি মঙলৰ কৃপাত উপচি পৰিব ধন, কাৰ কাৰ খুলিব সৌভাগ্যৰ দুৱাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.