• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

1 year ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

5 minutes ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

50 minutes ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

1 hour ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

2 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

10 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

11 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

12 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

12 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

13 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

13 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

14 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে

editor by editor
August 26, 2025
in জীৱনশৈলী
0
প্ৰথম ঋণগ্ৰহীতাৰ বাবে অত্যন্ত সুখবৰ! ছিবিল স্কোৰ নাথাকিলেও ঋণ দিব বেংকে
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঋণগ্ৰহীতাৰ বাবে সুখবৰ৷ প্ৰথমবাৰ ঋণগ্ৰহীতা অথচ কোনো চিবিল স্কোৰ নাই, তেতিয়াও দেশৰ কোনো বেংকেই ঋণৰ আবেদন নাকচ কৰিব নোৱাৰিব৷ লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বক্তব্য ৰাখিবলৈ গৈ এই কথা স্পষ্ট কৰি জনাইছে বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে৷ তেওঁৰ মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণৰ বাবে কোনো নূন্যতম ক্ৰেডিট স্কোৰৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা নাই৷

সাধাৰণতে ছিবিল স্কোৰৰ ভিত্তিতেই বেংকৰ তৰফৰ পৰা কোনো ব্যক্তিক ঋণ দিয়া হয় আৰু ঋণৰ ওপৰত সুদৰ হাৰো নিৰ্ভৰ কৰে৷ চলিত বছৰৰ জানুৱাৰীয়েই আৰ বি আই নিৰ্দেশিকা উল্লেখ কৰি বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, ‘প্ৰথমবাৰ ঋণগ্ৰহীতাৰ ঋণৰ আবেদন কেৱলমাত্ৰ ঋণৰ পূৰ্ব ৰেকৰ্ড বা ইতিহাস নথকাৰ কাৰণে প্ৰত্যাখ্যান কৰা উচিত নহয়৷’ মন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে, ভাৰতৰ নিয়ন্ত্ৰণমুক্ত ঋণ পৰিবেশত ঋণদাতাৰ বোৰ্ড অনুমোদিত নীতি আৰু বিস্তৃত নিয়ন্ত্ৰক নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক সিদ্ধান্ত স্বাধীনভাৱে লব পাৰে৷ ঋণগ্ৰহীতাৰ ক্ৰেডিট তথ্য ৰিপৰ্ট কোনো ঋণ মঞ্জুৰৰ পূৰ্বে বিবেচ্য বিষয়সমূহৰ মাজত এক অন্যতম বিষয়৷

ছিবিল স্কোৰ কি?

ছিবিল স্কোৰ হৈছে প্ৰকৃততে এটা তিনিটা অংকৰ সংখ্যা যি ৩০০ ৰ পৰা ৯০০ৰ ভিতৰত থাকে৷ এই স্কোৰে প্ৰমাণ কৰে যে আপোনাৰ ঋণৰ ইতিহাস কিমান ভাল৷ ঋণদাতাসকলে প্ৰায়েই গ্ৰাহকৰ ঋণ মঞ্জুৰৰ পূৰ্বে তেওঁলোকৰ চিবিল স্কোৰ পৰীক্ষা কৰি লয়৷ ছিবিল স্কোৰ কম থাকিলে সেই ঋণৰ আবেদন পত্যাখ্যান হৈ যায়৷ অন্যহাতে সময়মতে ইএমআই আৰু ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰি ক্ৰেডিট ইউটিলিটি ৩০-৪০ শতাংশৰ তলত ৰাখি সুৰক্ষিত আৰু অসুৰক্ষিত ঋণৰ এক সুস্থ মিশ্ৰণ বৰ্তাই ৰাখিব পাৰিলে আপোনাৰ ছিবিল স্কোৰ আৰু উন্নত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
Next Post
ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.