• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

1 year ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

3 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

4 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

5 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

6 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

6 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

7 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

7 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

8 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

8 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?

editor by editor
August 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ফাষ্টটেগ বাৰ্ষিক পাছঃ এবছৰত ২০০ ট্ৰিপ শেষ নহ’লে বাকী টকা এডজাষ্ট হয়নে? ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা কি কি?
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফাষ্টটেগ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ৷ জাতীয় আৰু ৰাজ্যিক হাইৱেৰে যোৱাৰ সময়ত টোল প্লাজাৰ টোল টেক্সেৰে অপ্ৰয়োজনীয় বিলম্বৰ সন্মুখীন নোহোৱাৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল ফাষ্টটেগৰ৷ ইয়াৰ আওঁতাত টোল গেটত কেইবা ছেকেণ্ডৰ ভিতৰতেই ফাষ্টটেগৰ পৰা আপোনাৰ বাহনৰ টেক্স কাটি লোৱা হয়৷ ঘনে ঘনে টোল টেক্স কাটি লোৱা আৰু ৰিচাৰ্জ কৰাও মানুহৰ সমস্যা বুলি বহুতেই অভিযোগ কৰি আহিছে৷ এই সমস্যাৰ পৰা সেয়ে মুক্তি দিয়াৰ বাবে চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছ আৰম্ভ কৰিছে৷

১৫ আগষ্টৰ পৰা দেশত ফাষ্টটেগৰ বাৰ্ষিক পাছৰ নিয়ম কাৰ্যকৰ কৰা হৈছে৷ ইয়াৰ আওঁতাত মাত্ৰ ৩০০০ টকা ৰিচাৰ্জ কৰিলে আপুনি সমগ্ৰ বছৰত ২০০ টা ট্ৰিপ কৰিব পাৰে৷ ফাষ্টটেগৰ বাৰ্ষিক পাছক লৈ অৱশ্যে এতিয়াও বহুজন বিভ্ৰান্ত হৈ আছে৷ এবছৰত ২০০ টা ট্ৰিপ সম্পন্ন নহ’লে বাকী টকা কি পাছৰ বছৰত সেই ধন যোগ কৰা হবনে সেই বিষয়ক লৈয়ো বিভ্ৰান্তি আছে৷

ফাষ্টটেগ কি আৰু কেনেকৈ ব্যৱহাৰ কৰা হয়?

ফাষ্টটেগ হৈছে এক ইলেক্ট্ৰনিক ষ্টিকাৰ৷ ইয়াত এক ৰেডিঅ ফ্ৰিকোয়েন্সি আইডেণ্টিফিকেছন চিপ থাকে৷ ইয়াক বাহনৰ উইণ্ডস্ক্ৰিণত লগোৱা থাকে৷ ফাষ্টটেগ, বাহনৰ মালিকৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত থাকে৷ আপুনি বিচাৰিলে ফাষ্টটেগ ৱালেটতো ধন ৰাখিব পাৰে৷ ফাষ্টটেগৰ সহায়ত টোল প্লাজাত নৰখোৱাকৈয়ে টোল টেক্স পৰিশোধ কৰা হয়৷

আপুনি কেনেকৈ ট্ৰিপ গণনা কৰিব?

এটা পয়েণ্ট ভিত্তিক ফি প্লাজাত প্ৰতিটো টোল ক্ৰছিংক এটা ট্ৰিপ হিচাপে গণনা কৰা হব৷ আপুনি যদি এটা ৰাউণ্ড ট্ৰিপ বুক কৰে তেতিয়া ইয়াত দুটা ট্ৰিপ হিচাপে গণনা কৰা হব৷ এটা বন্ধ টোলিং ফি প্লাজাত প্ৰৱেশ আৰু প্ৰস্থানক এক ট্ৰিপ হিচাপে বিবেচনা কৰা হব৷

যদি ২০০ ট্ৰিপ বছৰৰ পূৰ্বেই শেষ হয় তেতিয়া কি কৰিব?

যদি আপুনি ১৫ আগষ্ট ২০২৫ তাৰিখে এটা ফাষ্টটেগ বাৰ্ষিক পাছ কৰা থাকে তেতিয়া এয়া ১৪ আগষ্ট ২০২৬ পৰ্যন্ত বৈধ থাকিব৷ ইয়াত আপুনি ২০০ টা ট্ৰিপৰ সীমা পাব৷ যদি তিনি বা ছয় মাহৰ মাজত ২০০ টা ট্ৰিপ সম্পন্ন হয় তেতিয়া একেই বাহনৰ নম্বৰত আকৌ নতুন পাছ পাব পাৰে৷ ইয়াৰ বাবে আপুনি আকৌ ৩ হাজাৰ টকা খৰচ কৰিব লাগিব৷ কোনো এডজাষ্টমেণ্ট আপুনি নাপায়৷

যদি এবছৰত ২০০ টা ট্ৰিপ সম্পন্ন নহয়, তেতিয়া টকা ঘূৰাই পাবনে?

বহুতৰে যুক্তি, যদি এবছৰত ২০০ টা ট্ৰিপ সম্পন্ন নহয় তেতিয়া বাকী ট্ৰিপ আৰু টকা পাছৰ বছৰ এডজাষ্ট কৰা উচিত৷ কিন্তু চৰকাৰে এতিয়াও তেনে কোনো নিয়ম আৰম্ভ কৰা নাই৷ এই বাৰ্ষিক পাছ কেৱল এবছৰৰ বাবে বৈধ৷ যদি আপোনাৰ পাছৰ ম্যাদ ১৪ আগষ্ট ২০২৬ তাৰিখে শেষ হয় আৰু তেতিয়ালৈকে আপুনি ২০০ টা ট্ৰিপ সম্পন্ন নকৰে তেতিয়া আৰু ট্ৰিপসমূহ স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ যাব৷ পাছৰ বছৰ আপুনি আকৌ নতুন পাছ ল’ব লাগিব৷

এই বাৰ্ষিক পাছে প্ৰতিটো টোল প্লাজাত কাম কৰিবনে?

ফাষ্টটেগৰ বাৰ্ষিক পাছ বৰ্তমান সমগ্ৰ দেশৰ জাতীয় হাইৱেৰ টোল প্লাজাত কাৰ্যকৰ৷ অৰ্থাৎ আপুনি যদি দিল্লীৰ পৰা মুম্বাই বা চেন্নাই, বাংগালুৰু যায় তেতিয়া এই পাছ কাৰ্যকৰ হব৷ অৱশ্যে ৰাজ্যিক হাইৱে আৰু স্থানীয় টোলৰ বাবে এতিয়াও আৰম্ভ হোৱা নাই বাৰ্ষিক টোল টেক্স৷ অৰ্থাৎ ই মীৰাট এক্সপ্ৰেছৱে বা যমুনা এক্সপ্ৰেছৱেৰ বাবেও নহয়৷

নতুন টোল পাছ কি সকলো ধৰণৰ যানবাহনৰ বাবে?

বৰ্তমান বাৰ্ষিক পাছ ব্যক্তিগত বাহন, জিপ আৰু ভেনৰ দৰে অব্যাণিজ্যিক যানবাহনৰ বাবে বৈধ হব৷ টেক্সি, কেব, বাছ আৰু ট্ৰাকৰ দৰে বাণিজ্যিক যানবাহনৰ বাবে ই বৈধ নহ’ব৷ বিদ্যমান ব্যৱস্থাৰ অধীনত এই যানবাহনসমূহৰ টোল কটা হব৷

ফাষ্টটেগ বাৰ্ষিক পাছৰ সুবিধা

  • বৰ্তমান জাতীয় হাইৱে টোল প্লাজা পাৰ হোৱাৰ বাবে ৫০ৰ পৰা ১০০ টকা দিব লাগে৷
  • ২০০বাৰ টোল প্লাজা পাৰ হলে আপুনি ৫০ টকা হাৰত ১০০০০ টকা দিব লাগে৷
  • যদি ১০০ টকা টোল চাৰ্জ হয় তেতিয়া ২০০ বাৰ টোল প্লাজা হাৰ হলে ২০০০০ টকা দিব লাগে৷
  • কিন্তু ফাষ্টটেগ বাৰ্ষিক পাছৰ মাধ্যমেৰে আপুনি মাত্ৰ ৩০০০ টকাত ২০০ টা ট্ৰিপ সম্পন্ন কৰিব পাৰে৷
  • বাৰ্ষিক পাছৰ মাধ্যমেৰে সহজেই ৭০০০ টকাৰ পৰা ১৭০০০ টকা পৰ্যন্ত ধন বচাব পাৰে৷
  • আপোনাৰ সঞ্চয় নিৰ্ভৰ কৰে আপুনি কিমানবাৰ ভ্ৰমণ কৰিছে আৰু কিমান দূৰত্ব অতিক্ৰম কৰিছে তাৰ ওপৰত৷ বাৰ্ষিক পাছ অ-হস্তান্তৰযোগ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

এবাৰতেই হাতলৈ আহিব ৭ লাখ টকা! পোষ্ট অফিচৰ এই স্কিম কি? জানি থওক সবিশেষ

এবাৰতেই হাতলৈ আহিব ৭ লাখ টকা! পোষ্ট অফিচৰ এই স্কিম কি? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.