• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত

1 year ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

8 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

9 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

10 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

11 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

12 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

13 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

14 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

15 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত

editor by editor
December 31, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই দেশে বিয়লিতে পালিলে নৱবৰ্ষ, কোনো দেশে আকৌ কাইলৈ দিনত হে ভৰি দিব নতুন বছৰত

ইতিমধ্যে কেইবাখনো দেশে উদযাপন কৰিলে নতুন বৰ্ষ, কোনো দেশে আকৌ কাইলৈহে পালন কৰিব নতুন বৰ্ষ। ভাৰতে আজি নিশা ১২ বজাৰ লগে লগে নতুন বছৰত ভৰি দিব। সমগ্ৰ্ৰ বিশ্বৰে মান সময় বেলেগ বেলেগ হোৱাৰ বাবে নতুন বছৰ পালন কৰাৰ সময়ো বেলেগ বেলেগ।

পাছে কোন কোন দেশে আজি বিয়লিতে পালন কৰিলে নৱ বৰ্ষ। এই তালিকাত আছে কেইবাখনো দেশৰ নাম। ইয়াৰ বাহিৰে আকৌ কেইবাখনো দেশে কাইলৈ হে ভৰি দিব নতুন বছৰত।

ভাৰতীয় সময় (Indian Standard Time) অনুসৰি কিৰিবাতি আইলেণ্ডে আজি ৩১ ডিচেম্বৰৰ বিয়লি ৩.৩০ বজাতেই পালন কৰিলে নতুন বৰ্ষ। ইয়াৰ সমান্তৰালকৈ –
নিউজিলেণ্ডও ৩.৩০ বজাতে উদযাপন কৰে নতুন বছৰ।
টোংগা এণ্ড চোমা ই ৪.৩০ বজাত প্ৰৱেশ কৰে নতুন বছৰত।
ৰাছিয়া আৰু ফিজিয়ে ৫.৩০ বজাত পালন কৰে নৱ বৰ্ষ।
অষ্ট্ৰেলিয়াই ৬.৩০ বজাত পালন কৰিব নতুন বছৰ।
পাপুৱা নিউ গিনিয়াই ৭.৩০ বজাত
ভাৰতে মাজ নিশা ১২ বজাত পালন কৰিব নতুন বছৰ। ভাৰতৰ পাছত নতুন বছৰ পালন কৰিব
আমেৰিকা কাইলৈ দিনৰ ১১ বজাত আৰু হাউলেণ্ড দ্বীপ আৰু বেকাৰ দ্বীপে কাইলৈ সন্ধিয়া ৫.৩০ বজাত পালন কৰিব নতুন বছৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Standard TimeNew yearNew Year 2025New year Eve
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
নতুন বছৰৰ আৰম্ভণি, আজিৰে পৰা সলনি হৈ পৰিব বহু কেইটা দিশ, কিহত কিহত পৰিৱৰ্তন

নতুন বছৰৰ পুৱাই দেশৰ এই ঠাইত ভূমিকম্প, ২৪ বছৰ পূৰ্বে অহা এনে ভূমিকম্পতেই ধ্বংস হৈছিল চহৰখন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন