• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

11 months ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

9 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

55 minutes ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

1 hour ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

2 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

3 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

4 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

5 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

23 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

24 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?

editor by editor
April 24, 2025
in জীৱনশৈলী, বিবিধ
0
সিন্ধু জলচুক্তি স্থগিত, ভিছা বাতিল! পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ল’লে ৫বৃহৎ পদক্ষেপ, কি এই পদক্ষেপ?
0
SHARES
488
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু আৰু কাশ্মীৰৰ পহেলগামৰ পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে মুঠ ৫টা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে৷ জলচুক্তিৰ পৰা আৰম্ভ কৰি সীমান্তত নিষেধাজ্ঞা, ভিছা বাতিলকে ধৰি একাধিক কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে৷ বুধবাৰে সন্ধিয়া দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত জৰুৰী বৈঠক বহিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সংক্ৰান্তীয় কমিটিৰ৷ প্ৰায় আঢ়ৈ ঘণ্টা ধৰি সেই বৈঠক চলিছে৷ বৈঠকৰ শেষত প্ৰায় নিশা ৯ বজাত সাংবাদিকৰ সৈতে মুখামুখি হয় CCSৰ বিষয়ববীয়াসকল৷ বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে পাকিস্তানৰ বিৰুদ্ধে লোৱা পাঁচটা বৃহৎ পদক্ষেপৰ কথা ঘোষণা কৰে৷ জনাই যে জম্মু-কাশ্মীৰত সম্প্ৰতি সফল নিৰ্বাচন অনুষ্ঠিত হৈছে৷ উপত্যকাটোৰ উন্নতি হৈছে৷ অৰ্থনৈতিক অগ্ৰগতি হৈছে৷ সেইবাবেই এই আক্ৰমণ৷

পাকিস্তানৰ বিৰুদ্ধে সেয়ে গ্ৰহণ কৰা হৈছে এই ৫ টা ডাঙক পদক্ষেপ৷

১. ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জলবণ্টন চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে নতুনদিল্লীয়ে৷ যিমান দিন পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসৰ প্ৰতি সমৰ্থন জনাই থাকিব সিমানদিন এই চুক্তি স্থগিত থাকিব৷

২. আট্টাৰি-ৱাঘা সীমান্ত অবিলম্বে বন্ধ কৰি দিয়া হৈছে৷ উপযুক্ত নথিপত্ৰ লৈ যিসকলে এই সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোককো ১ মে পৰ্যন্তহে সময় দিয়া হৈছে৷ তাৰ ভিতৰতেই তেওঁলোক সীমান্ত পাৰ হৈ ওলাই যাব লাগিব৷

৩. ছাৰ্ক ভিছা অব্যাহতি প্ৰকল্পৰ অধীনত কোনো পাকিস্তানী নাগৰিকক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ পূৰ্বে এই ভিছাৰে প্ৰৱেশৰ বাবে পাকিস্তানীসকলক অনুমতি দিয়া হৈছিল৷ সেই অনুমতিয়েই বাতিল কৰা হৈছে৷ এই ভিছা প্ৰকল্পৰ অধীনত যি সমস্ত পাকিস্তানী এতিয়াও ভাৰতত আছে তেওঁলোকে ৪৮ঘণ্টাৰ ভিতৰত এই দেশ এৰিব লাগিব৷ উল্লেখ্য যে এছ ভিইএছ হৈছে ছাৰ্কৰ দেশসমূহ মানে বাংলাদেশ, ভাৰত, পাকিস্তান, নেপাল, ভুটান, মালদ্বীপ আৰু শ্ৰীলংকাৰ মাজত স্বাক্ষৰিত এক বিশেষ চুক্তি যাৰ মাধ্যমেৰে ব্যক্তিগত ভিছা অবিহনেও এই ৭দেশৰ মাজত যাতায়াত কৰিব পাৰে নাগৰিকসকলে৷ পাকিস্তানৰ ক্ষেত্ৰত এই অনুমতি বাতিল কৰিছে ভাৰতে৷
৪. ইছলামাবাদৰ ভাৰতীয় দূতবাসত থকা প্ৰতিৰক্ষা উপদেষ্টা, নৌ উপদেষ্টা, আৰু বায়ু উপদেষ্টাৰ উভতাই আনিছে ভাৰতে৷ তেওঁলোকৰ সহকাৰীসকলকো উভতাই অনা হৈছে৷ একেধৰণে নতুন দিল্লীত অৱস্থিত পাকিস্তানী  দূতবাসৰ প্ৰতিৰক্ষা উপদেষ্টা, নৌ উপদেষ্টা আৰু বায়ু উপদেষ্টাক উভতি যাবলৈ আহ্বান৷ ভাৰত এৰাৰ বাবে তেওঁলোকক সময় দিয়া হৈছে এসপ্তাহৰ৷
৫. ভাৰতীয় দূতবাসৰ সদস্যৰ সংখ্যা ৫৫ৰ পৰা কমাই ৩০কৰা হৈছে৷ ১ মে ২০২৫ ৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
Next Post
বুধ-বৃহস্পতিৰ মহামিলনত কঁপাল ফুলিব ৩ৰাশিৰ! হঠাৎ হাতলৈ আহিব ধন, সুখৰ সময় কটাব কোন কোন ৰাশিৰ জাতকে?

বুধ-বৃহস্পতিৰ মহামিলনত কঁপাল ফুলিব ৩ৰাশিৰ! হঠাৎ হাতলৈ আহিব ধন, সুখৰ সময় কটাব কোন কোন ৰাশিৰ জাতকে?

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.