• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

3 years ago
কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

1 hour ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

3 hours ago
কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

কিদৰে বঢ়াব উপাৰ্জন? এই উপায়ে কৰিব আপোনাক সহায়

3 hours ago
কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

কিং বনাম প্ৰিন্স, কোনে দখল কৰিব IPLৰ খিতাপ? বৰষুণ হ’লে ঘটিব ডাঙৰ ঘটনা

4 hours ago
মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘চুপা চুপি’ৰ ট্ৰেইলাৰ, ছবিখনকলৈ উৎসাহ বৃদ্ধি অসমবাসীৰ

4 hours ago
ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডকলৈ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

5 hours ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

20 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

21 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

22 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

23 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?

editor by editor
December 18, 2022
in জীৱনশৈলী, বিশ্ব
0
এবছৰৰ ভিতৰত ৫৫ হাজাৰ শিশু আক্ৰান্ত হৈছে পুষ্টিহীনতাত! কি হৈছে এই দেশত?
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধই হওক বা অৰ্থনৈতিক মন্দাৱস্তা, সকলোতেই সাধাৰণ জনতাই ধৰাশায়ী হয়। শ্ৰীলংকাত এতিয়াও মন্দাৱস্তা। দুবেলা-দুমুঠি সন্তানৰ মুখত তুলি দিবলৈ অপাৰগ এতিয়া শ্ৰী লংকাৰ বহু পৰিয়াল। শ্ৰীলংকাৰ এক মিডিয়া ৰিপৰ্টে প্ৰকাশ কৰা অনুযায়ী দেশখনন ৫৫ হাজাৰ শিশুৱেই স্বীকাৰ হৈছে পুষ্টিহীনতাৰ।

‘এমহীয়া ধনিছা, তাইৰ জন্মৰ পৰা শৰীৰৰ ওজন একেই আছে। শৰীৰৰ ওজন নবঢ়াৰ কাৰণ হৈছে নৱজাতকটিৰ শৰীৰত থাইৰক্সিনৰ অভাৱ। এই হৰমনে শৰীৰৰ বৃদ্ধিত বিশেষ ভুমিকা পালন কৰে। ধনিছাৰ মাতৃয়ে এই সন্দৰ্ভত দুখেৰে কয় যে গৰ্ভাৱস্থাত তেওঁ পৰ্যাপ্ত আহাৰ পোৱা নাছিল। সন্তান কেনেকৈ সুস্থ হ’ব? এবছৰ হ’ল ধনিছাৰ দেউতাকে চাকৰি হেৰুওৱা। তাৰ পাছতেই আৰম্ভ হৈছে দুবেলা দুমুঠি নোপোৱাৰ সেই দুৰ্ভিসহ দিনবোৰ। টকা নাই, ইপিনে দৈনিক মুল্যবৃদ্ধি।’ আটাইতকৈ কম দামত যি পোৱা যায় সেয়া খায়েই ভোক গুচায় ধনিছাৰ পৰিয়ালটোৰ দৰে শ্ৰীলংকাৰ প্ৰায়সংখ্যকেই। এই খাদ্য তালিকাত থাকে আলু, দাইল আৰু ভাত। শ্ৰীলংকাৰ প্ৰায়সংখ্যক শিশুৱেই এতিয়া অসুস্থ।

কেৱল খাদ্যৰ অভাৱেই হৈছে এনে নহয়। শ্ৰীলংকাত এতিয়া শিক্ষাৰ ক্ষেত্ৰতো আহিছে বাধা। এখন ঘৰত যদি দুটা সন্তান আছে তেন্তে মাত্ৰ এটাইহে শিক্ষাগ্ৰহণ কৰিব পাৰিব। কিয়নো দুটাকৈ সন্তানৰ শিক্ষাৰ খৰচ বহন কৰিব পৰাকৈ শ্ৰীলংকাৰ বহু পৰিয়ালৰেই এতিয়া সামৰ্থ নাই। শ্ৰীলংকাই মন্দাৱস্থাৰ পৰা কিছু উন্নত হৈছে বুলি বিশ্বজুৰি চৰ্চা চলাৰ সময়তে শ্ৰীলংকাৰ এটা বিশেষ মিডিয়া ৰিপৰ্টত প্ৰকাশ হোৱা এই কথাই চিন্তিত কৰি তুলিছে প্ৰায়সংখ্যকেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ
জীৱনশৈলী

কোনদিনা চন্দ্ৰগ্ৰহণ? জানক ভাৰতত পৰিব নেকি প্ৰভাৱ

May 31, 2026
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

May 31, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

২ জুনৰ পৰা বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব পৰিৱৰ্তন, হ’ব ধনৰ বৰষুণ!

May 31, 2026
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
Next Post
সমীক্ষাই কৈছে, যুৱকতকৈ বয়স্ক লোকহে এডাল্ট ছাইটত অধিক সক্ৰিয়…

সমীক্ষাই কৈছে, যুৱকতকৈ বয়স্ক লোকহে এডাল্ট ছাইটত অধিক সক্ৰিয়...

সামাজিক মাধ্যম ইউজাৰকাৰীক ভঙা বিয়াক শেষ অংশ লাগে! বহুতেই জানিব খুজিছে, হাউলীৰ কইনাই ৱাটছআপত ব্লক কৰিলেনে গুৱাহাটীৰ দৰাক?

সামাজিক মাধ্যম ইউজাৰকাৰীক ভঙা বিয়াক শেষ অংশ লাগে! বহুতেই জানিব খুজিছে, হাউলীৰ কইনাই ৱাটছআপত ব্লক কৰিলেনে গুৱাহাটীৰ দৰাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.