• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যম ইউজাৰকাৰীক ভঙা বিয়াক শেষ অংশ লাগে! বহুতেই জানিব খুজিছে, হাউলীৰ কইনাই ৱাটছআপত ব্লক কৰিলেনে গুৱাহাটীৰ দৰাক?

6 months ago
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

10 hours ago
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

11 hours ago
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

12 hours ago
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

13 hours ago
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

17 hours ago
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

18 hours ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

1 day ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

2 days ago
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

  • About
  • Advertise
  • Careers
Sunday, June 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সামাজিক মাধ্যম ইউজাৰকাৰীক ভঙা বিয়াক শেষ অংশ লাগে! বহুতেই জানিব খুজিছে, হাউলীৰ কইনাই ৱাটছআপত ব্লক কৰিলেনে গুৱাহাটীৰ দৰাক?

editor by editor
December 18, 2022
in অসম, জীৱনশৈলী, বিবিধ
0
সামাজিক মাধ্যম ইউজাৰকাৰীক ভঙা বিয়াক শেষ অংশ লাগে! বহুতেই জানিব খুজিছে, হাউলীৰ কইনাই ৱাটছআপত ব্লক কৰিলেনে গুৱাহাটীৰ দৰাক?
0
SHARES
26.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখন ভঙা বিয়া। হাউলীৰ কইনা আৰু গুৱাহাটী হেঙেৰাবাৰীৰ দৰা। বিয়াৰ প্ৰাৰম্ভিক অনুষ্ঠানৰ পাছৰে পৰাই এটাৰ পাছত আনটো লেঠা। দৰাই অভিযোগ দিয়ে কইনা পক্ষক, আকৌ কইনাই অভিযোগ দিয়ে দৰাপক্ষক। কোন সঁচা, কোন মিছা? বিয়াখন নহ’ল, কিন্তু বিয়াখন হ’লেও দৰা-কইনাৰ ফটোৱে যিমান লাইক কমেণ্ট পালেহেতেন তাতোকৈ লাখ গুণে বেছি এতিয়া দৰা-কইনাৰ ফটোৰ ভিউৱাৰ্ছ৷ কেৱল ফটোৱেই নহয় সমান্তৰালভাৱে চৰ্চাত ছানচিল্ক চেম্পু আৰু ৰেড চিলিও৷

যদিও সচেতন মহলে বিবাহৰ এই ফটো, ভিডিঅ, সাক্ষাৎকাৰ ইত্যাদিক নিউজৰ বিষয়বস্তু নহয় বুলি জাঙুৰ খাই উঠিছে তাৰমাজতেই দৰা-কইনাৰ এটা এটা মন্তব্যতেই এতিয়া ১০ লাখৰো অধিক ভিউৱাৰ্ছ৷ অৰ্থাৎ দৰা-কইনাৰ মন্তব্য জানিবলৈ আগ্ৰহী এতিয়া লাখ লাখ লোক৷ অসমৰ তিনিকোটি জনতাই এতিয়া আওপকীয়াকৈ এই ভঙা বিয়াখনৰ দৰ্শক৷

জোৰোণত দৰাই দিয়া অলংকাৰ, কাপোৰ, চেম্পুক লৈ আৰম্ভ হোৱা বিতৰ্কই পাইছেগৈ ইনবক্স৷ এবাৰ যদি দৰাই কইনাৰ মেছেজ দেখুৱাইছে, এবাৰ কইনাই দেখুওৱাইছে দৰাৰ মেছেজ৷ মুঠতে দৰা-কইনাৰ ব্যক্তিগত জীৱনৰ বহু কথাই ফাঁচ এতিয়া অসমৰ তিনিকোটি জনতাৰ আগত৷ নাচাও নাচাও বুলিও জনতাই চাইছে চেম্পুৰ পাছত ৰেড চিলিৰ কথাও৷ কেৱল চোৱাই নহয় দাঙি ধৰিছে নিজা মতামতো৷ ৰাজ্যৰ সৰহসংখ্যক সামাজিক মাধ্যম ইউজাৰকাৰীৰ সন্মুখত ৰাজহুৱা এতিয়া ইনবক্স৷

তিনিদিন ধৰি সামাজিক মাধ্যমত ট্ৰেণ্ড কৰা বিয়াখনত এইবাৰ ভাইৰেল হৈছে ৰেড চিলিৰ কথা৷ কইনাই মেলি দিয়া ইনবক্সৰ মেছেজত দেখা গৈছে দৰাৰ অৰ্ধনগ্ন ফটো৷ কেৱল ফটোৱেই নহয়, দৰাই দিয়া অশ্লীল মেছেজো সমান্তৰালভাৱে দেখা গৈছে কইনাই ভাইৰেল কৰা মেছেজত৷ ইমানতেই সমাপ্ত পৰিবনে এই ভগা বিয়া? অতিষ্ঠ একাংশ ইউজাৰকাৰীয়ে এই ভঙা বিয়াৰ সামৰণিৰ অংশ লাগে বুলিহে ছচিয়েল মিডিয়াত ট্ৰেণ্ড কৰাৰ মাজতেই ৱাটছআপত কইনাই দৰাক ব্লক কৰিলেনে সেয়া জানিবলৈ আগ্ৰহী এতিয়া বহুজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো
জীৱনশৈলী

June 3, 2023
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ
জীৱনশৈলী

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

June 3, 2023
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী
জীৱনশৈলী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

June 3, 2023
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…
চিনেমা

Next Post
জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা…

জানিবুজি কৰা নাই বাবেই এয়া এক দুৰ্ঘটনা! বৰষাই স্পষ্ট কৰিলে দুৰ্ঘটনাৰ সমূহ কথা...

সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…

সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন