• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…

সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…

4 years ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

4 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

4 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

4 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

5 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

7 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

7 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

8 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

8 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

9 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

9 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

10 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…

editor by editor
December 19, 2022
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
সপোন পূৰণ হ’ল, দেশবাসীৰ হাতত ট্ৰ’ফী তুলি দি বিদায় ল’লে লিয়নেল মেছিয়ে…
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফুটবল মানেই উত্তেজনা। ফিফাৰ সৈতে বিশ্ববাসীৰ একাত্মতা বহুদিনীয়া। এই হাৰো, এই জিকো বিশ্ববাসীৰ হাৰ্টবিটৰ পৰীক্ষা। ফ্ৰান্স বনাম আৰ্জেণ্টিনা। শ্বাসৰূদ্ধকৰ যুঁজত ট্ৰফী জিলিকিল আৰ্জেণ্টিনাৰ হাতত। এয়া মেছিপ্ৰেমীৰ বাবে সপোন সপোন লগা বাস্তৱ।

৩৬ বছৰৰ অন্তত আৰ্জেণ্টিনাৰ হাতলৈ ফিফা বিশ্বকাপ। মাৰাডোনাৰ পিছত ফুটবলৰ ৰাজকুমাৰ বুলি সকলোৱে নাম লয় মেছিৰ। ৩৫ বছৰীয়া বৰ্ণিল যাত্ৰাত মেছিয়ে সকলো পাইছে, পোৱা নাছিল কেৱল বিশ্বকাপ হাতত তুলি লোৱাৰ সুযোগ। বৰ্ণিল যাত্ৰা সামৰাৰ সময়ত মেছিয়ে ৰাজকীয় ল’লে বিদায় আৰ্জেণ্টিনা দলৰ পৰা। দলৰ হাতত তুলি দিলে সোণালী স্বপ্ন।

ফ্ৰান্সৰ দুৰ্দান্ত প্ৰদৰ্শনত নেওচি মেছিবাহিনীয়ে ইতিহাসত লিপিবদ্ধ কৰিলে নিজৰ নাম। বিশ্বকাপৰ সোণালী কাপত চুমা দি মেছিয়ে চিঞৰি ক’লে, ‘বিদায়, বিদায়…’

আজিৰ পৰা ১৯ বছৰ পূৰ্বে স্পেইনৰ অন্যতম ক্লাব বাৰ্ছিলোনাৰ হৈ জীৱনৰ প্ৰথমখন খেলত অৱতীৰ্ণ হৈছিল মেছি । তেতিয়াৰ পৰাই নিজৰ যাদুৰে বিশ্ববাসী তথা ফুটবলপ্ৰেমীৰ মনত মেছিৰ আসন সুকীয়া। হাতত সোণালী ট্ৰফীলৈ প্ৰিয় তাৰকাই বিদায় লোৱাৰ ক্ষণত দুচকু সেমেকি উঠিল বিশ্বৰ কোটি কোটি ফুটবলপ্ৰেমী জনতাৰ।

কেৱল দুভৰিৰ যাদুৰে বিগত ১৯ বছৰে মেছিয়ে সন্মোহিত কৰি ৰাখিলে সমগ্ৰ বিশ্বক। বিদায় ক্ষণতো দি গ’ল দেশক সৰ্বশ্ৰেষ্ঠ উপহাৰ। যি উপহাৰ আৰ্জেণ্টিয়াই কিয় বিশ্ববাসীয়েই ফুটবল বুলিলেই সোৱঁৰিব কাটাৰৰ এই শ্বাসৰূদ্ধকৰ মেছখনক। আৰ্জেণ্টিনাৰ হাতত সৰ্বশ্ৰেষ্ট উপহাৰটি তুলি দি ১৮ ডিচেম্বৰ ২০২২। এয়াই শেষ, এতিয়াৰে পৰা নীলা-বগা ১০ নং জাৰ্চীত আৰু কোনোৱে নেদেখিব ফুটবলৰ ৰাজকুমাৰক।

বিদায়….BEST PLAYER OF THE PLANET

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

September 28, 2026
Next Post
পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ...

বিশ্বকাপ জয় কৰি কিমান ধন লাভ কৰিলে আৰ্জেণ্টিনাই? ফ্ৰান্সে লাভ কৰা ধনৰ পৰিমান শুনিলে চকু কপালত উঠিব আপোনাৰ…

বিশ্বকাপ জয় কৰি কিমান ধন লাভ কৰিলে আৰ্জেণ্টিনাই? ফ্ৰান্সে লাভ কৰা ধনৰ পৰিমান শুনিলে চকু কপালত উঠিব আপোনাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.