• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

4 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

2 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

3 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

4 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

4 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

7 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

8 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

9 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

11 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

11 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

12 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

editor by editor
December 19, 2022
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰাজয় বৰণ কৰিলেও হিৰো হ’ল এমবাপে! ‘সোণৰ বুট’ লৈ ট্ৰেজিক কিং উভতিল ফ্ৰান্সলৈ…

আৰ্জেণ্টিনাৰ হাতত থকা মেচখন আঁজুৰি নিজৰ হাতৰ মুঠিলৈ আনিছিল তেওঁ। তেওঁৰ দুভৰিয়েই ভৰষা ফ্ৰান্সবাসীৰ। কিলিয়ান এমবাপে। পূৰ্বৰ বিশ্বকাপত ট্ৰফী আঁজুৰি নিছিল ফ্ৰান্সলৈ। সেইবাৰ এমবাপে এটা গলেই দিছিল ফাইনেলত।এইবাৰ তেনে নহ’ল। এটা এটাকৈ তিনিটা গল। টলকিবই নোৱাৰিলে আৰ্জেণ্টিনাৰ গলকীপাৰে। ১৯৬৬ চনত ইংলেণ্ডৰ জিওফ হাষ্টৰ পাছত দ্বিতীয়বাৰ ফুটবলৰ ফাইলেনত এই সাফল্য এমবাপেৰ। সৰ্বোচ্চ উজাৰি দিও ট্ৰফী নিজৰ কৰিব নোৱাৰিলে এমবাপেই।

ব্যক্তি বিশেষভাৱে এমবাপে নায়কৰ মৰ্যাদা পালে যদিও সোণালী স্বপ্ন পুৰণ নহ’ল। দেশলৈ লৈ যোৱা নহ’ল বিশ্ব চেম্পিয়নৰ খিতাপ। কাটাৰ বিশ্বকাপত ৮টাকৈ গল দি সোণৰ বুট লাভ কৰিলে এমবাপে। কিন্তু লোতক অহৰহ বাগৰি থাকিল দুগালত। বিদায়ক্ষণত হাৰিও হিৰো হ’ল কিলিয়ান এমবাপে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
বিশ্বকাপ জয় কৰি কিমান ধন লাভ কৰিলে আৰ্জেণ্টিনাই? ফ্ৰান্সে লাভ কৰা ধনৰ পৰিমান শুনিলে চকু কপালত উঠিব আপোনাৰ…

বিশ্বকাপ জয় কৰি কিমান ধন লাভ কৰিলে আৰ্জেণ্টিনাই? ফ্ৰান্সে লাভ কৰা ধনৰ পৰিমান শুনিলে চকু কপালত উঠিব আপোনাৰ...

৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো…

৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.