• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো…

৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো…

4 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

5 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

5 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

6 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

7 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

7 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

8 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

9 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

9 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

10 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

11 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো…

editor by editor
December 19, 2022
in ক্ৰীড়া, বিবিধ, বিশ্ব, লেখা
0
৮৬ৰ মাৰাডোনাৰ পৰা ২২ ৰ মেছি, মাজৰ দীৰ্ঘ যন্ত্ৰণাৰ ইতিহাস শুনিলে আপোনাৰো সেমেকিব দুচকো…
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল ১৯৩০ চনত৷ প্ৰথমবাৰেই ফাইনেল খেলিছিল আৰ্জেণ্টিনাই৷ তাৰ পাছত আৰু বহুবছৰলৈ ফাইনেল খেলাৰ সুযোগ পোৱা নাছিল। আৰ্জেণ্টিনাৰ দলটোৱে৷ ১৯৩০ ৰ পৰা ১৯৭৮ লৈ প্ৰায় ৪৮ বছৰীয়া পৰিক্ৰমা৷ বিশ্বকাপ আৰম্ভ হোৱাৰ ৪৮ বছৰ পাছত আৰ্জেণ্টিনাই জয় কৰিলে ফিফা বিশ্বকাপ৷ ডেনিয়েল পাছাৰেল্লাৰৰ অধিনায়কত্বত সেই সপোন পূৰণত মুখ্য ভুমিকা লৈছিল মাৰিঅ’ কেম্পেছ আৰু লিউপোলদো লুকেৰাই৷ কিন্তু তেওঁলোকৰ মাজতো তেতিয়ালৈ বিশেষ খ্যাতু অৰ্জন কৰিবলৈ সক্ষম হৈছিল মাৰাডোনাই৷ মাৰাডোনাৰ দুভৰিৰ যাদু তেতিয়ালৈ দেখিছিল বিশ্ববাসীয়ে৷ কিন্তু ১৯৭৮ ৰ সেই বিশ্বকাপত খেলাৰ যোগ্য নহয় বুলিয়েই মাৰাডোনাক খেলিবলৈ দিয়া হোৱা নাছিল বিশ্বকাপ৷ বিষয়টোক লৈ বিতৰ্ক চলিল, অৱশেষত আৰ্জেণ্টিনাৰ দলটোৰ হৈ মাৰাডোনাই খেলাৰ সুযোগ পালে ১৯৮২ চনত৷

১৯৮২ ৰ পৰাই ফুটবলৰ ইতিহাসত আৰ্জেণ্টিনা দলৰ চৰ্চাতকৈ বিশ্বজুৰি চলিল মাৰাডোনাৰ চৰ্চা৷ ফুটবলৰ ইতিহাসত আৰম্ভ হ’ল মাৰাডোনা যুগ৷ ১৯৮৬ ত অনুষ্ঠিত বিশ্বকাপ জয় কৰিলে মাৰাডোনাৰ দল আৰ্জেণ্টিনাই৷ ১৯৯০ চনত আগুৱাই গৈছিল আৰ্জেণ্টিনা কিন্তু জয় কৰিব নোৱাৰিলে বিশ্বকাপ৷ ১৯৯৪ চনত ড্ৰাগছ লোৱাৰ অপৰাধত অভিযুক্ত বিবেচিত হ’ল মাৰাডোনা৷ মাৰাডোনাবিহীন আৰ্জেণ্টিনা, লাহে লাহে স্তিমিত হৈ আহিল সফলতাৰ খোজ৷ মাৰাডোনা অবিহনে আগুৱাবলৈ গৈয়ো থমকি ৰ’ল আৰ্জেণ্টিনা৷ কেতিয়াবা যদি কোৱাৰ্টাৰ ফাইনেললৈ গৈছে কেতিয়াবা প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা উভতি গৈছে দেশলৈ৷ ১৯৯৮ৰ বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেল আৰু ২০২২ ৰ বিশ্বকাপত লীগ খেলৰ পৰাই বিদায় লয় আৰ্জেণ্টিনাবাহিনীয়ে৷

চন ২০০৬৷ আকৌ এটা সুৰ্যোদয় আৰ্জেণ্টিনাৰ ফুটবল টীমত৷ আৰ্জেণ্টিনাৰ বিশ্বকাপ খেলিবলগা দলটোত যোগ হ’ল লিয়োনেল মেছি৷ বহুতেই ক’লে, মেছি মাৰাডোনাৰ উত্তৰসূৰী৷ মেছত নামিয়েই দিলে ধাক্কা৷ প্ৰথমবাৰেই চাৰ্বিয়াৰ বিৰুদ্ধে হোৱা খেলত প্ৰথমটো গল দি চৰ্চাত আহিল মেছি৷ কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে হোৱা খেলৰ পৰাই সেইবাৰ বিদায় ল’লে আৰ্জেণ্টিনাই৷ তাৰপাছতেই ২০১০ চনত হোৱা বিশ্বকাপ৷ আৰ্জেণ্টিনাই বিশ্বকাপ জয় নকৰিলেও বিশ্ববাসীৰ হৃদয় জয় কৰিলে মেছিয়ে৷ সেইবাৰ মেছিয়েই হৈছিল দলটোৰ প্ৰধান খেলুৱৈ৷ সেইবাৰো জাৰ্মানীৰ হাততেই কোৱাৰ্টাৰ ফাইনেলত ধৰাশায়ী হ’ল মেছিৰ দল৷

চন ১০২৪৷ সেইবাৰ ২৮ বছৰৰ অন্তত পুনৰ ফাইনেলত প্ৰৱেশ কৰিলে মেছিবাহিনীয়েষ ১০ নং জাৰ্চীয়েই ভৰষা৷ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আৰ্জেণ্টিনাৰ ১০ নং জাৰ্ছীৰ বিশেষ খেলুৱৈজনত৷ সেইবাৰ ৪ টা গলেৰে উজলি উঠিল লিয়োনেল মেছি৷ সেইবাৰো শ্বাসৰূদ্ধকৰ খেল৷ অতিৰিক্ত সময়ত কিন্তু সেইবাৰো জাৰ্মানীয়েই ভাঙিলে মেছিবাহিনীৰ সপোন৷ বহুপ্ৰত্যাশিত ট্ৰফীটোৰ নিচেই কাষ পায়ো দেশলৈ লৈ যাব নোৱাৰিলে বিশ্বকাপ৷

২০১৮ চনতো ব্যৰ্থ হ’ল মেছিবাহিনী৷ শেষ ১৬ ৰ যুঁজত সেইবাৰ ফ্ৰান্সৰ হাতত পৰাস্ত হ’ল মেছিবাহিনী৷ মাত্ৰ ১৯ বছৰীয়া খেলুৱৈ কিলিয়ান এমবাপে সেইবাৰ ধৰাশায়ী কৰিছিল আৰ্জেণ্টিনাক৷ মেছিয়ে ফুটবল কেৰিয়াৰত সকলো সাফল্যই পাইছিল যদিও বাৰে বাৰে বিশ্বকাপৰ এই যুঁজত খালী হাতেই উভতিব লগা হৈছিল৷ ২০১৪ ৰ পৰা ২০১৯ লৈ এই সময় আছিল আৰ্জেণ্টিনাৰ বাবে কঠিন সময়৷ দুবাৰকৈ কোপা আমেৰিকাৰ ফাইনেলত নামিও পৰাজয়বৰণ কৰিলে আৰ্জেণ্টিনাৰ দলে৷ ২৮ বছৰৰ অন্তত ২০২১ চনত কোপা আমেৰিকাৰ কাপ জয় কৰিলে মেছিবাহিনীয়ে৷ আকৌ আৰম্ভ হ’ল মেছিবাহিনীৰ সোনালী যাত্ৰা৷ সোণালী যাত্ৰাত মেচিৰ প্ৰত্যাশা আছিল কেৱলমাত্ৰ ফিফা বিশ্বকাপ৷ সেয়া সম্পূৰ্ণ হ’ল ১৮ ডিচেম্বৰৰ নিশা৷ দেওবাৰে কাটাৰৰ লুছাইল ষ্টেডিয়ামত সম্পূৰ্ণ হ’ল মেছিৰ জীৱনৰ সকলোতকৈ ডাঙৰ স্বপ্ন৷

৩৬ বছৰৰ অন্তত বিশ্বকাপ জয় কৰিলে আৰ্জেণ্টিনাই৷ দুবছৰ পূৰ্বে ফুটবল সম্ৰাট মাৰাডোনাৰ মৃত্যু হোৱাৰ পাছত এইবাৰ দেশলৈ বিশ্বকাপ লৈ যোৱাৰ দৃশ্য তেওঁ আৰু নেদেখিলে৷ মেছিৰ হাতত বিশ্বকাপ নেদেখিলে মাৰাডোনাই৷ দেওবাৰে নিশা বিশ্বকাপ হাতত লৈ আৰ্জেণ্টিনাবাহিনীয়ে সোঁৱৰিলে ফুটবল সম্ৰাট মাৰাডোনাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’

বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সহধৰ্মিনী এণ্টনেলাৰ আৱেগিক পষ্ট, ‘মই বুজি পাওঁ এই অব্যক্ত বেদনা! এয়া তোমাৰ প্ৰাপ্য, ধন্যবাদ তোমাক’

অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…

অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.