• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…

অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…

4 years ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

3 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

1 hour ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

3 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

4 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

5 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

14 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

15 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

15 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

16 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

17 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…

editor by editor
December 19, 2022
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, বিশ্ব, ভাৰত
0
অসমৰ সাংবাদিক গীতিকাৰ বাবেই আপুনিও দেখিলে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি! গীতিকা তালুকদাৰ ফিফা কভাৰেজ কৰা প্ৰথম অসমীয়া সাংবাদিক…
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাটাৰত বিশ্বকাপ চাবৰ বাবে ভাৰতৰ পৰাও গৈছে অগনণ ফুটবলপ্ৰেমী। ভাৰতীয় দল থাকক বা নাথাকক ফুটবল প্ৰেমীৰ সংখ্যা সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰততো সংখ্যাধিক। কিন্তু ফিফাত কোন ক’ত কেনেকৈ গৈছে তাতকৈয়ো ডাঙৰ কথা এয়ে যে এগৰাকী অসমীয়া যুৱতীৰ বাবেই বহুতেই দেখিবলৈ পালে ফিফাৰ বহু ৰোমাঞ্চকৰ ছবি। এগৰাকী অসমীয়া মহিলা ফটো সাংবাদিকৰ কেমেৰাত বন্দী হ’ল কাটাৰ বিশ্বকাপৰ বহু ছবি।

আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পাছতেই সোমবাৰে সমগ্ৰ বিশ্বজুৰিয়েই চলিছে ফিফাৰ চৰ্চা। খবৰৰ মাজতেই তল পৰি ৰৈছে অসমীয়া মহিলা সাংবাদিক গীতিকা। কাটাৰত অনুষ্ঠিত প্ৰায় মাহজোৰা ক্ৰীড়া মহাৰণত ফটোগ্ৰাফাৰ তথা ক্ৰীড়া সাংবাদিক হিচাবে উপস্থিত আছিল অসমৰ গীতিকা তালুকদাৰ৷

গীতিকা তালুকদাৰে পূৰ্বে অসমৰ সংবাদক্ষেত্ৰতো কাম কৰি গৈছে। কাকতত ক্ৰিড়া সাংবাদিক হিচাপে কাম কৰা গীতিকা এতিয়া আন্তঃৰাষ্ট্ৰীয় স্তৰত এগৰাকী পৰিচিত ক্ৰীড়া সাংবাদিক৷ ফটো সাংবাদিকতাৰ লগতে গীতিকাই এগৰকী নৃত্যশিল্পী হিচাপেও দেখুৱাইছে পাৰদৰ্শিতা৷ গীতিকাই ২০১৮ চনত অনুষ্টিত বিশ্বকাপতো এগৰাকী ক্ৰিড়া সাংবাদিক হিচাপে উপস্থিত আছিল। দাঙি ধৰিছিল ফিফাৰ অজানা বহু খবৰ।

২০২২ চনৰ কাটাৰ বিশ্বকাপত উত্তৰ-পূব ভাৰতৰ একমাত্ৰ সাংবাদিক হিচাবে উপস্থিত থাকি অসমক বিশ্বৰ সন্মুখতেই পৰিচিত কৰাইছে। এছিয়া মহাদেশৰ কোনো নেদেখা প্ৰান্তৰ অসম নামৰো এখন ৰাজ্য আছে সেই কথা বহুতেই গীতিকাৰ বাবেই আকৌ এবাৰ জানিছে। গীতিকা তালুকদাৰে ফিফাৰ দ্বাৰা আনুষ্ঠানিকভাৱে বাছনি তথা স্বীকৃতি লাভ কৰা এগৰাকী সাংবাদিক। মেছী, এমবাপে, ৰোনাল্ডো , নেইমাৰৰ দৰে তাৰকা খেলুৱৈৰ বিভিন্ন মুহূৰ্তৰ শ্বটসমূহ কেমেৰাত বন্দী কৰা গীতিকাৰ ঘৰ গুৱাহাটীত৷ গীতিকাই ইয়াৰ পূৰ্বে ইণ্ডিয়ান চুপাৰ লীগ, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, ভাৰত আৰু পাকিস্তানৰ লীগ মেচ, কমন ৱেলথ গেমছ, ১৭ অনুৰ্ধ ফিফা বিশ্বকাপ আৰু দক্ষিণ এছিয়ান গেমছৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাও কভাৰ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো
বিশ্ব

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

July 29, 2026
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
Next Post
প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…

প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ...

মেছিৰ জন্ম অসমতেই হৈছিল! সাংসদ আব্দুল খালেকে জানে মেছিৰ জন্মকাহিনী…

মেছিৰ জন্ম অসমতেই হৈছিল! সাংসদ আব্দুল খালেকে জানে মেছিৰ জন্মকাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.