• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…

প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…

4 years ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

1 minute ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

1 hour ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

3 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

4 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

5 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

14 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

15 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

15 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

16 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

17 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…

editor by editor
December 19, 2022
in অসম, উত্তৰ-পূব, বাণিজ্য, ভাৰত
0
প্ৰতিৰক্ষা দপ্তৰৰ পেঞ্চনাৰসকলৰ বাবে স্পৰ্শ পৰিসেৱা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপন বন্ধন বেংকৰ…
0
SHARES
367
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্ধন বেংকে সোমবাৰে ঘোষণা কৰে যে প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়াললৈ বেংকিং সেৱা সম্প্ৰসাৰিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা একাউণ্ট নিয়ন্ত্ৰক প্ৰধান, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

বেংকে ৫৫৭ টা শাখাৰ জৰিয়তে প্ৰতিৰক্ষা পেঞ্চনাৰ আৰু তেওঁলোকৰ পৰিয়ালক সেৱা প্ৰদান কৰিব। পেঞ্চন প্ৰশাসন ৰক্ষা প্ৰণালীৰ ওপৰত প্ৰতিৰক্ষা পেঞ্চনাৰসকলৰ বাবে প্ৰচাৰ কাৰ্যসূচীৰ অধীনত প্ৰতিৰক্ষা পেঞ্চনাৰসকলৰ সকলো পেঞ্চন সম্পৰ্কীয় কাৰ্যকলাপৰ ৱানষ্টপ সমাধান হিচাপে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে বেংক একত্ৰিত হৈছে। শ্ৰী শ্যাম দেব ,আ ডি এ এচ (কন্টোলাৰ) ,প্ৰয়াগৰাজ, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা সচিব শ্ৰী গিৰিধৰ আৰামানে, বিত্তীয় উপদেষ্টা (প্ৰতিৰক্ষা সেৱা) শ্ৰীমতী ৰসিকা চৌবে আৰু বন্ধন বেংকৰ চৰকাৰী ব্যৱসায় হেড শ্ৰী দেবৰাজ সাহাৰ উপস্থিতিত নতুন দিল্লীত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

প্ৰতিৰক্ষা সচিবে দিল্লী কেণ্টনমেণ্টত এক স্পৰ্শ সেৱা কেন্দ্ৰ উদ্বোধন কৰে, এই কেন্দ্ৰত সেৱা অনুৰোধ আৰু অভিযোগ নিষ্পত্তি, বাৰ্ষিক জীৱন প্ৰমাণপত্ৰ, পেঞ্চনাৰ তথ্য প্ৰমাণীকৰণ (পিডিভি) আধাৰ নম্বৰ, পেন নম্বৰ, ডাক ঠিকনা ও বেংকৰ বিৱৰণসহ প্ৰ’ফাইল পৰিৱৰ্তনৰ দৰে বিভিন্ন ধৰণৰ পৰিসেৱা পোৱা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

July 29, 2026
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
Next Post
মেছিৰ জন্ম অসমতেই হৈছিল! সাংসদ আব্দুল খালেকে জানে মেছিৰ জন্মকাহিনী…

মেছিৰ জন্ম অসমতেই হৈছিল! সাংসদ আব্দুল খালেকে জানে মেছিৰ জন্মকাহিনী...

২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ…

২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.