• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ…

২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ…

4 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

58 minutes ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

1 hour ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

2 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

3 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

4 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

4 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

5 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

5 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

6 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

6 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ…

editor by editor
December 21, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
২০২৩ ত এই ৰাশিৰ লোকসকলৰ ওপৰত ৰাহুৰ প্ৰভাৱ পৰিব! ৰাহুৱে মীন ৰাশিত প্ৰৱেশ কৰিব, সালসলনি কি কি আহিব সবিশেষ…
0
SHARES
33.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ চনত বহুকেইটা ডাঙৰ গ্ৰহৰ ৰাশি পৰিবৰ্তন হ’ব। এইবাৰ ৰাহুৱেও নিজৰ স্থান সলনি কৰিব। ৩০ অক্টোবৰত ৰাহুৱে মীন গ্ৰহত প্ৰৱেশ কৰিব। ৰাহুৱে মীন গ্ৰহত প্ৰৱেশ কৰাৰ লগে লগে শুভ-অশুভ দুয়োটা প্ৰভাৱে পৰিব মীন ৰাশিৰ জাতক-জাতিকাৰ জীৱনত। ৰাহুৰ এই পৰিবৰ্তনে কিছু ৰাশিত জাতক-জাতিকাৰ চিন্তা বৃদ্ধি কৰিব। বহুকেইটা সমস্যাৰ সন্মুখীন হ’ব পাৰে কেইটামান ৰাশিৰ ব্যক্তি। এই সমস্যাৰ পৰা সমাধান কেনেদৰে পাব? এই বিষয়টোক লৈ জ্যোতিষীয়ে আগবঢ়াইছে কেইটামান বিশেষ মতামত।

মীন ৰাশি
নতুন বছৰতে ৰাহুৱে মীন গ্ৰহত প্ৰৱেশ কৰিব। সেয়ে মীন ৰাশিৰ জাতক-জাতিকাসকলে নতুন বছৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগে। এই ৰাশিৰ জাতক-জাতিকাৰ হ’ব লগীয়া কামো এইবাৰ নোহোৱা হৈ যাব পাৰে। ইয়াৰোপৰি কাৰ্যত বাধা বহু আহিব। ঘৰ আৰু কাৰ্যালয়ত বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। অন্যথা মতবিৰোধ ঘটাৰ সম্ভাৱনা আছে। খাদ্য গ্ৰহণত সাৱধানতা অৱলম্বন কৰক। অনথ্যা শৰীৰ ভালে নাযাব।

তুলা ৰাশি
৩০ অক্টোবৰত ৰাহুৰ স্থান সলনিয়ে এই ৰাশিতো প্ৰভাৱ পেলাব। বিবাহিত জীৱনত প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত অলপ শান্তভাৱে কৰিব লাগিব। চাকৰিয়াল সকলেও সাৱধানে চলাটোৱে মঙ্গল। জ্যোতিষীয়ে উল্লেখ কৰা অনুযায়ী এই ৰাশিৰ লোকে সহকৰ্মীৰ সৈতে তৰ্কযুঁজত লিপ্ত হ’ব পাৰে। ঘৰত বিভেদৰ সৃষ্টি হ’ব পাৰে।

বৃষ ৰাশি
ৰাহুৰ স্থান সলনিৰ সময়ত এই ৰাশিত কিছু প্ৰভাৱ পৰিব। আৰ্থিক সমস্যা থাকিব। এই সময়ছোৱাত, এই ৰাশিৰ লোকসকলৰ ধনৰ অপব্যয় হ’ব। এই ৰাশিৰ লোকসকলৰ ধন ঘটাতো বাধা আহিব পাৰে। এনে পৰিস্থিতিত, চিন্তা কৰি ব্যয় কৰিব। মানসিক সমস্যাও অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যসম্পৰ্কীয় সাৱধানতা অৱলম্বন কৰক।

মেষ ৰাশি

জ্যোতিষশাস্ত্ৰ অনুসৰি, ৰাহু বৰ্তমান মেষ ৰাশিত আছে। ৩০ অক্টোবৰ ২০২৩ ত মেষ ৰাশিৰ পৰা ৰাহুৱে মীনত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত, এই ৰাশিৰ লোকসকলো বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজন আছে। এই সময়ছোৱাত, মেষ ৰাশিৰ লোকসকল ডাঙৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে। পৰিয়ালত বিতৰ্কৰ সৃষ্টি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?

ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?

BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

BCCI- শীৰ্ষস্থানীয় বৈঠক... ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.