• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?

ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?

4 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

57 minutes ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

1 hour ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

2 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

3 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

4 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

4 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

5 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

5 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

6 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

6 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?

editor by editor
December 21, 2022
in গুৱাহাটী, চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
ইনষ্টাগ্ৰামত ৩৩ নিযুত ফ’লৱাৰ্ছ থকা শ্বাহৰুখ খানে ফ’ল কৰে মাত্ৰ ৬ ব্যক্তিক! কিং খানে ফ’ল কৰা এই ৬ ব্যক্তি কোন?
0
SHARES
9.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্বাহৰুখ খান এতিয়া দেশজুৰি চৰ্চাত। ‘পাঠান’ বিতৰ্কক লৈ দেশজুৰি চৰ্চা হ’লেও শ্বাহৰুখ খানৰ অনুৰাগী জানো পৃথিৱীত কম আছে! ভাৰততেই আছে শ্বাহৰুখৰ অগণন অনুৰাগী। সামাজিক মাধ্যমতো শ্বাহৰুখ অতি সক্ৰিয়।শ্বাহৰুখ খানৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত আছে ৩৩.৫ নিযুত ফ’লৱাৰ্ছ। কিন্তু শ্বাহৰুখ খানে নিজেই কেইজন ব্যক্তিক ফ’ল কৰে? মিলিয়ন ফলৱাৰ্ছ থকা শ্বাহৰুখে ফ’ল কৰে মাত্ৰ ৬ গৰাকী ব্যক্তিক। কোন এই ৬ ব্যক্তি?

গৌৰী খান
বলীউডৰ কিং খান শ্বাহৰুখৰ খানে ইনষ্টাগ্ৰামত পত্নী গৌৰী খানক ফ’ল কৰে। গৌৰীৰো ইনষ্টাগ্ৰামত ফ’লৱাৰ্ছৰ সংখ্যা কম নহয়। ৪.৬ মিলিয়ন ফৰৱাৰ্ছ আছে গৌৰীৰ ইনষ্টাগ্ৰামত।

সুহানা খান

শ্বাহৰুখ খানে ইনষ্টাগ্ৰামত তেওঁৰ কন্যা সুহানা খানক ফ’ল কৰিছে। অচিৰেই চিনেমাত দেখা যাব শ্বাহৰুখ কন্যা সুহানাক। বলীউডৰ আগশাৰীৰ চিনেমা পৰিচালক জয়া খানৰ ছবিত দেখা যাব সুহানাক। সুহানাৰো ইনষ্টাগ্ৰামত আছে প্ৰায় ৩ মিলিয়ন ফ’লৱাৰ্ছ। বলীউডৰ বহু সূত্ৰই দাবী কৰা মতে শ্বাহৰুখে তেওঁৰ কন্যা সুহানাৰ সৈতে খুৱেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক শ্বেয়াৰ কৰে।

আৰিয়ান খান

কেৱল কন্যা আৰু পত্নীকেই নহয় পুত্ৰ আৰিয়ানকো ইনষ্টাগ্ৰামৰ ফ’ল কৰিছে শ্বাহুৰুখে। আৰিয়ানৰ ইনষ্টাগ্ৰামত মুঠ ফ’লৱাৰ্ছ আছে ২.৩ মিলিয়ন।

পূজা দাদলানী

নিজৰ পৰিয়ালৰ বাহিৰেও শ্বাহৰুখে ফ’ল কৰিছে তেওঁৰ মেনেজাৰ পূজা দাদলানীক। পূজাইয়ো শ্বাহৰুখৰ সৈতে খুবেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক শ্বেয়াৰ কৰে বুলি বহুতেই প্ৰকাশ কৰি আহিছে। পূজাক শ্বাহৰুখে পৰিয়ালৰ সদস্যৰ দৰেই ব্যৱহাৰ কৰে বুলিও বলীউডৰ সূত্ৰই প্ৰকাশ কৰিছে।

আলিয়া ছিব্বা

সকলোকেইটা পৰিচিত মানুহকেই শ্বাহৰুখে ফ’ল কৰি আহিছে। তাৰমাজতেই এই আলিয়া ছিব্বা কোন? আলিয়া সুহানা খানৰ সম্পৰ্কীয় ভনীয়েক। ইনষ্টাগ্ৰামত আলিয়াৰ আছে প্ৰায় ১৬৬ হাজাৰ ফ’লৱাৰ্ছ। আলিয়া গৌৰীৰ ভাতৃৰ কন্যা।

কাজল আনন্দ
কাজল পেছাত এগৰাকী অধিবক্তা। কাজলে প্ৰায়সংখ্যক চেলিব্ৰিটিৰ কেছসমূহ হেণ্ডেল কৰে। শ্বাহৰুখৰো বহু কেছ আছে। এইসমূহো কাজলেই হেণ্ডেল কৰি আছে। কাজলক ইনষ্টাগ্ৰামত কিং শ্বাহৰুখে বহুদিনৰে পৰাই ফ’ল কৰি থকা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
BCCI- শীৰ্ষস্থানীয় বৈঠক… ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

BCCI- শীৰ্ষস্থানীয় বৈঠক... ৰোহিত-বিৰাট-দ্ৰাবিড়ৰ ভৱিষ্যতক লৈ হ’ব পৰ্যালোচনা, T-20ত ভাৰতীয় দলৰ নতুন কেপ্টেইন হ’ব হাৰ্দিক পাণ্ডিয়া!

বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.