• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

4 years ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

20 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

30 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

47 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?

editor by editor
December 21, 2022
in অসম, উত্তৰ-পূব, ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
বিশ্বকাপ জয় কৰিয়েই মেছি হ’ল ভাৰতৰ আৰক্ষী বিষয়া! আঁৰৰ ৰহস্য কি?
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত দেওবাৰে বিশ্বকাপ ফুটবলৰ সামৰণি পৰিল। আৰ্জেণ্টিনা বাহিনীও ট্ৰ্ফী লৈ দেশলৈ উভতিল। মৰু উপত্যকা নিজম পৰিলেও সামাজিক মাধ্যমত কিন্তু আজিও ট্ৰেণ্ডিঙত মেছিবাহিনী। মেছিক লৈ বিশ্বত যিয়েই চৰ্চা নচলক কিয় আমাৰ ৰাজ্যত কিন্তু মেছিৰ চৰ্চা অন্য কাৰণতহে। অসমত আৰম্ভ হোৱা চৰ্চা পাইছগৈ বীৰেন্দৰ ছেহৱাগৰ হাতত। ছেহৱাগেও নিজা সামাজিক মাধ্যমত অসমত চলি থকা বিশেষ মিমটো শ্বেয়াৰ কৰিছে।

ছেহৱাগে শ্বেয়াৰ কৰা পষ্টটোত দেখা গৈছে মেছিৰ অন্যৰূপ। ফটোখনত মেছিয়ে পৰিধান কৰিছে ডিএছপিৰ পোছাক। ফটোখনৰ কেপশ্ব্যনত ছেহৱাগে লিখিছে,’যদি মেছিয়ে ভাৰতত জন্মলাভ কৰিলে হেতেন তেন্তে আজি মেছি ডিএছপি হ’লহেতেন।’

কিয় ছেহৱাগে এই পষ্ট দিলে সেই সম্পৰ্কত একাংশ ক্ৰীড়া সমালোচকে উল্লেখ কৰা অনুযায়ী ভাৰতৰ কোনো ক্ৰীড়াবিদে আন্তৰ্জাতিক কোনো খেলত জয়লাভ কৰিলেই লগে লগে দেশৰ প্ৰশাসনিক সেৱাত চাকৰি দিয়া হয়। বেছিভাগকেই আৰক্ষী বিভাগত চাকৰি দিয়া হয়। উদাহৰণস্বৰূপে হিমা দাস, নীৰজ চোপ্ৰা, বজৰং পুনিয়া, লাভলীনা বৰগোঁহাই, আদি খেলুৱৈয়ে লাভ কৰিছে আৰক্ষীৰ ডিএছপি চাকৰি। সেয়ে যদি মেছিয়ে ভাৰতত জন্মলাভ কৰিলেহেতেন তেন্তে নিশ্চয় মেছিয়ে এতিয়া চৰকাৰী চাকৰি লাভ কৰিলেহেতেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
Next Post
ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…

ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়...

হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…

হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.