• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…

ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…

4 years ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

24 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

27 minutes ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

58 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

1 hour ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…

editor by editor
December 21, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ঠাণ্ডা পানী এৰক! দৈনিক গৰম পানী খালে এইকেইটা সমস্যা আপোনাৰ কাহানিও নহয়…
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পানী অবিহনে জীৱ জীয়াই থকা অসম্ভৱ। পানীয়েই প্ৰাণীৰ প্ৰাণ। কিন্তু পানী সেৱন কৰোতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোক নজৰ দিব লাগে। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী নাখালে শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰে। পৰ্যাপ্ত পৰিমানৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী। বহুতেই ঠাণ্ডাৰ দিনেই হওক বা গৰম দিনেই হওক, গৰম পানীয়েই সেৱন কৰে। কিন্তু এইদৰে গৰম পানী খোৱাটো বহুক্ষেত্ৰত উপকাৰী যদিও অসুবিধাৰো সৃষ্টি হ’ব পাৰে। গোটেই দিনটো গৰম পানী খালে ৰক্ত সঞ্চালন উন্নত হয়। লগতে মানসিক চাপ কমোৱাতো সহায় কৰে। গৰম পানী খালে পাচনতন্ত্ৰ উন্নত হয় আৰু পানীলগাৰ সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল হয়।

কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব

কুহুমীয়া পানী খালে পেট পৰিষ্কাৰ হৈ থাকে ইয়াৰোপৰি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰি। পুৱাই এগিলাচ গৰম পানী সেৱন কৰিলে বদহজম আৰু এচিডিটিৰ সমস্যা আঁতৰ হয়। পেটৰ ক্ৰেম্প আৰু যিকোনো বিষৰ পৰাও উপশম পোৱাত সহায়ক হয়।

পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে

গৰম পানী খালে পাচন শক্তিও বৃদ্ধি পায়। খাদ্য সঠিকভাৱে হজম হোৱাত আমাক সহায় কৰে গৰম পানীয়ে। ই পেট আৰু অন্ত্ৰ জলসিঞ্চিত কৰি ৰখাত সহায় কৰে।

ওজন হ্ৰাস কৰাত সহায় কৰে

গৰম পানী সেৱন কৰিলে খাদ্য হজম কৰাৰ ক্ষমতা বাঢ়ি যায়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে ৰাতিপুৱা আৰু গধূলি খাদ্য খোৱাৰ পাছত গৰম পানী খাব লাগে।

হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে
গৰম পানী খালে ডি-হাইড্ৰেছনৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

ইনষ্টিটিউট অৱ মেডিচিনৰ পৰামৰ্শ অনুসৰি মহিলাসকলে প্ৰতিদিনে ২.৩ লিটাৰ আৰু পুৰুষে দৈনিক ৩.৩ লিটাৰ পানী খাব লাগে। সেই সংখ্যাবোৰত ফল-মূল, শাক-পাচলি, আৰু গলি যোৱা যিকোনো খাদ্যও খাদ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিব পাৰে। গৰ্ভৱতী বা স্তনপান কৰাই থকা মহিলাইয়ো গমৰ পানীয়েই সেৱন কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…

হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা...

বুধে সলনি কৰিব স্থান! বছৰৰ শেষত এইকেইটা ৰাশিৰ বাঢ়িব ধন, পদবী, সন্মান…

বুধে সলনি কৰিব স্থান! বছৰৰ শেষত এইকেইটা ৰাশিৰ বাঢ়িব ধন, পদবী, সন্মান...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.