• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…

হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

24 minutes ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

57 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

2 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

2 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

3 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

4 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

5 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

5 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

6 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

16 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

16 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…

editor by editor
December 21, 2022
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত, সংগীত
0
হালধীয়া দুপাত্তা, ৰঙা লেহেঙ্গা, সাজি-কাচি থকা এই কণমানিগৰাকী এতিয়া বলীউডৰ আগশাৰীৰ নায়িকা…
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছবিখনত দেখা এই কণমানি ছোৱালীজনীয়েই আজি লাখ লাখ অনুৰাগীৰ হৃদয়ত বাস কৰে। এই কণমানিজনীয়েই আজি বলীউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। বলীউডৰ এই ধুনীয়া অভিনেত্ৰীগৰাকীয়ে কেৱল তাইৰ অভিনয়েৰে দৰ্শকৰ মনত ঠাই লৈছে এনে নহয়। বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ মতাদৰ্শইয়ো বহু সময়ত চৰ্চা লাভ কৰে।

এই শিশুটিয়েই এতিয়া বলীউডৰ এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী। তেওঁ ভূমি পেডনেকাৰ। শেহতীয়াকৈ ‘গোবিন্দা মেৰা নাম’ বোলছবিখনত দেখা পোৱা বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে অতি কম সময়ৰ ভিতৰতে তেওঁৰ বলিষ্ঠ অভিনয়েৰে বলীউডত নিজকে প্ৰতিষ্ঠা কৰিছে। ‘দম লগা কে হাইছা’, ‘বধাই দো’, ‘চান্দ কি আঁখ’ কে ধৰি বহুকেইখন ছবিত ভূমিয়ে অভিনয় কৰিছে।

শেহতীয়াকৈ ভুমিয়ে নিজা ইনষ্ট্ৰাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো। ভূমি ছচিয়েল মিডিয়াত সদায়ে সক্ৰিয়। শৈশৱৰ ছবিখন শ্বেয়াৰ কৰাৰ পাছতেই বহুতেই ছবিখনত কমেণ্ট কৰাৰ ওপৰিও শ্বেয়াৰ কৰাও পৰিলক্ষিত হৈছে। ছবিখনত ভূমিয়ে ৰঙা লেহেঙ্গা, হালধীয়া দুপাত্তা লৈ আছে। গহনাৰে সজ্জিত ভূমিৰ সেই ছবিতেই দেখা গৈছে ভূমিৰ উজ্জলতা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

April 22, 2026
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…
বিনোদন

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

April 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

April 22, 2026
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম
জীৱনশৈলী

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

April 22, 2026
Next Post
বুধে সলনি কৰিব স্থান! বছৰৰ শেষত এইকেইটা ৰাশিৰ বাঢ়িব ধন, পদবী, সন্মান…

বুধে সলনি কৰিব স্থান! বছৰৰ শেষত এইকেইটা ৰাশিৰ বাঢ়িব ধন, পদবী, সন্মান...

মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে… চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা

মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে... চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.