• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে… চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা

মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে… চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা

4 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

4 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

4 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

5 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

6 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

6 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

7 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

9 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

9 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

10 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

11 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

12 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে… চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা

editor by editor
December 22, 2022
in অসম, ক'ভিড-১৯, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মাস্ক পিন্ধিবই! সাজু হওক কৰ’না আকৌ আহিছে… চৰকাৰে দিছে কেইবাটাও কঠোৰ নিৰ্দেশনা
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীৰ বহুকেইটা স্থানত বৃদ্ধি হৈছে কভিড সংক্ৰমনৰ ঘটনা। হঠাতেই আকৌ কভিডৰ ঢৌ বিশ্বত। ভাৰততো ইতিমধ্যেই কভিড বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে দেশৰ কভিড স্থিতি পৰ্যবেক্ষণ কৰে। কভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছতেই কয় যে সতৰ্ক হোৱাৰ সময় আহি পৰিছে।

কভিড পৰিস্থিতিক লৈ ক্ষন্তেক পাছতেই বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়া। বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বেই বুধবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি পূৰ্বেই সাৱধান হৈ থাকিলে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পাৰিম।’ জাপান, আমেৰিকা, কোৰিয়া, ব্ৰাজিল আৰু চীনত ইতিমধ্যে কভিডৰ সংক্ৰমন বৃদ্ধি পাইছে। দেশতো কভিড বৃদ্ধিৰ শংকাৰে কেন্দ্ৰীয় শাষিত অঞ্চলৰ লগতে দেশৰ বহুকেইটা স্থানত কভিড পৰীক্ষাৰ বাবে নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

July 10, 2026
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
Next Post
অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে…

অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে...

মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.