• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে…

অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে…

4 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

7 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

7 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

7 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

8 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

8 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

8 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

9 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

10 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

11 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

12 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

13 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে…

editor by editor
December 22, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, নিয়োগ, ভাৰত, ৰাজনীতি
0
অসমৰ বিধায়কে আপুনি মই ভৱাৰ দৰে অত্যাধিক দৰমহা নাপায়, সৰ্বাধিক দৰমহা কোন ৰাজ্যৰ বিধায়কে পায়? জানেনে…
0
SHARES
39.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এজন বিধায়কে কিমান দৰমহা পায়? জনসাধাৰণে প্ৰতিনিধি কৰি পঠিওৱা একোগৰাকী বিধায়কে এটা অঞ্চল বা এটা সমষ্টিক প্ৰতিনিধিত্ব কৰে৷ নিৰ্দিষ্ট অঞ্চলটোৰ সমস্যাসমূহ চৰকাৰৰ সন্মুখত তুলি ধৰে৷ এই কামৰ বাবে, বিধায়কজনে ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত দৰমহা লাভ কৰে৷ ইয়াৰ উপৰিও, একোগৰাকী বিধায়কক বহুতো ভাট্টাও দিয়া হয়। যদি আমি সৰ্বাধিক বেতন প্ৰাপ্ত বিধায়কসকলৰ কথা কওঁ, তেন্তে এই তালিকাৰ শীৰ্ষত আছে তেলেংগানাৰ বিধায়কসকল, যিসকলে প্ৰতি মাহে দৰমহা হিচাপে প্ৰায় ২.৫০ লাখ টকা৷ একে সময়তে, উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাৰ বিধায়কসকলে সৰ্বনিম্ন দৰমহা লাভ কৰে। বিধায়কসকলৰ দৰমহা ৰাজ্য অনুসৰি বেলেগ বেলেগ হয়। বিভিন্ন ৰাজ্যৰ বিধায়কসকলৰ দৰমহা কিমান তালিকা যদি চাওঁ, তেন্তে-

তেলেংগানাৰ পিছতেই সৰ্বাধিক বেতন লাভ কৰে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ বিধায়কসকলে। মহাৰাষ্ট্ৰৰ বিধায়কসকলে মাহিলী বেতন পায় ২.৩২ লাখ টকা আৰু দিল্লীত প্ৰতিমাহে বিধায়কে পায় ২.১০ লাখ টকা৷ একে সময়তে, উত্তৰ প্ৰদেশৰ বিধায়কৰ দৰমহা আছে এই তালিকাৰ চাৰি নম্বৰত আছে। উত্তৰ প্ৰদেশৰ বিধায়কসকলক প্ৰতি মাহে ১.৮৭ লাখ টকা আৰু জম্মু-কাশ্মীৰৰ বিধায়কসকলে প্ৰতি মাহে লাভ কৰে ১.৬০ লাখ টকা৷

সৰ্বনিম্ন দৰমহা লাভ কৰা ৰাজ্যকেইখনৰ ভিতৰত পোনতেই আছে ত্ৰিপুৰা৷ তাৰ পাছতেই নাগালেণ্ডৰ বিধায়কসকলে পায় ৩৬০০০ টকা৷ মনিপুৰৰ বিধায়কে পায় ৩৭,০০০ টকা, অসমৰ বিধায়কে পায় ৪২০০০ টকা, মিজোৰামৰ বিধায়কে পায় ৪৭,০০০ আৰু অৰুণাচলৰ বিধায়কে পায় ৪৯,০০০ টকা৷

উল্লেখ্য যে বিধায়কসকলে দৰমহাৰ উপৰিও আন বহুতো সুবিধা লাভ কৰে৷ উত্তৰ প্ৰদেশত, বিধায়কসকলে অঞ্চলটোৰ উন্নয়নৰ বাবে বিধায়কৰ পুঁজি লাভ কৰে। ইয়াৰ বাহিৰেও, তেওঁলোকক থাকিবলৈ চৰকাৰী আৱাস দিয়া হয়। তেওঁলোকে চিকিৎসা আৰু ভ্ৰমণ ভাট্টাও লাভ কৰে। ইয়াৰ বাহিৰেও, যদি এবাৰ বিধায়ক হোৱাৰ অন্তত পৰবৰ্তীসময়ত পুনৰ বিধায়ক হ’ব নোৱাৰে তেন্তে তেওঁলোকে প্ৰতিমাহে পেঞ্চনো লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
Next Post
মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…

এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.