• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

3 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

2 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

3 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

4 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

5 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

5 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

6 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

6 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

7 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

9 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত

editor by editor
December 22, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
মৃত্যুমুখী বুলি আপুনি-মই অনুধাৱন কৰিব নোৱাৰিলেও এজন ব্যক্তিয়ে নিজেই লাভ কৰে মৃত্যুৰ সংকেত
0
SHARES
38.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ হ’ল গৰুড় পুৰাণ৷ সনাতন ধৰ্ম অনুসৰি গৰুড় পুৰাণে আমাৰ মৃত্যুৰ পাছত আমি কি হ’ল সেই তথ্য দাঙি ধৰে৷ হিন্দু ধৰ্মমতে সেয়ে কোনো ব্যক্তিৰ মৃত্যু হ’লে গৰুড় পুৰাণ পাঠ কৰোৱা হয়৷ হিন্দু ধৰ্মৰ ১৮ টা পুৰাণৰ মাজত বিশেষ বুলি গৰুড় পুৰাণক ধৰা হয় কিয়নো, এই পুৰাণৰ অধিষ্ঠাতা স্বয়ং বিষ্ণুৱেই৷ মানৱ জীৱনৰ জন্ম আৰু মৃত্যুৰ এই চক্ৰাকাৰ যাত্ৰাক গৰুড় পুৰাণে বিস্তাৰিতভাৱে বাখ্যা কৰিছে৷ স্বৰ্গ, নৰক, পাপ, পূণ্য সম্পৰ্কে ইয়াত বিশদ বাখ্যা আছে৷

এই পুৰাণ অনুসৰি মানুহে জীৱনত ভাল কাম-কাজ কৰিলে মৃত্যুৰ পাছত পূণ্যতা লাভ কৰি স্বৰ্গসুখ লাভ কৰে৷ বেয়া কাম কৰিলে নৰকলৈ গৈ না না কষ্ট ভোগ কৰে৷ গৰুড় পুৰাণত থকা অনুযায়ী এজন ব্যক্তিয়ে মৃত্যুৰ পূৰ্বেই কেইবাটাও সংকেত লাভ কৰে৷ মৃত্যু কাষতে নেকি সেই কথাও অনুমান কৰিব পাৰে এজন মানুহে৷ মৃত্যুৰ আগে আগে এজন মানুহে কি কি সংকেত পায় জানেনে?

মৃত্যু কাষ চাপিলে এজন ব্যক্তিয়ে পানী আৰু তেলত নিজৰ ছায়া নেদেখা হয়৷ সেয়ে কোৱা হয় মৃত্যুৰ আগত আমি নিজৰ ছাঁ টোৰ পৰাও দূৰত্বত অৱস্থান কৰো৷ প্ৰতিজন মানুহৰ হাতত থকা হস্তৰেখাও ভিন্ন হয়৷ হস্তেৰেখা অনুসৰি আমাৰ ভাগ্যত কি আছে সেয়া অনায়াসে কৈ দিব পাৰি৷ গৰুড় পুৰাণত উল্লেখ থকা অনুযায়ী মৃত্যু কাষ চাপিলে এজন মানুহৰ হাতত থকা হস্তৰেখা পাতল হৈ আহে৷ বহুৰেখা নোহোৱাও হয়৷ মৃত্যুৰ কিছুদিন পূৰ্বে এজন মানুহে বিভিন্ন অলৌকিক সপোন দেখিবলৈ আৰম্ভ কৰে৷ যেনে জ্বলি থকা চাকি হঠাতে নুমাই যোৱা৷

মৃত্যুৰ আগে আগে এজন মানুহে নিজৰ পূৰ্বপুৰুষক দেখিবলৈ আৰম্ভ কৰে। নিজৰ আশেপাশে মৃত্যুমুখী মানুহ দেখিবলৈ আৰম্ভ কৰে। কিছুসংখ্যকে আকৌ প্ৰয়াত আ্ত্মাও দেখিবলৈ আৰম্ভ কৰে। সেয়া দেখা মানেই ব্যক্তিজনৰ তেওঁৰ পূৰ্বপুৰুষে মৃত্যুৰ পাছৰ জগতখনলৈ স্বাগতম জনোৱা আৰম্ভ কৰিছে বুলি ধৰিব পাৰে।

মৃত্যু কাষ চাপিলে মানুহে শ্বাস-প্ৰশ্বাস ওলোটাভাৱে ল’বলৈ আৰম্ভ কৰে। বহুসময়ত তেওঁ চিনাকি মানুহকো পাহৰি যায়। চাৰিওফালে যমদূত দেখিবলৈ আৰম্ভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!
জীৱনশৈলী

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

April 30, 2026
Next Post
এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী…

এখন মেছ খেলিবলৈকে মেছিৰ বাবে তৈয়াৰ কৰা হয় ৩০০ জাৰ্ছী! এখন খেলত এজন খেলুৱৈক কিয় লাগে ইমান জাৰ্ছী, আঁৰত কাহিনী...

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.