• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

1 month ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

2 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

2 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

5 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

7 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

7 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

8 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

1 day ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

1 day ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

2 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

2 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

2 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

2 days ago
  • About
  • Advertise
  • Careers
Saturday, February 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?

editor by editor
December 22, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
বিশ্বৰ বহুকেইটা স্থানত আছে ২৩৪ কোটি টকাৰ বিলাসী প্ৰাসাদ! লিওনেল মেছিৰ মুঠ সম্পত্তিৰ পৰিমান কিমান?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ ৰ বিশ্বকাপ জয় কৰা মেছিৰ সম্পত্তিৰ পৰিমান কিমান জানেনে? মাত্ৰ ৩৫ বছৰ বয়সতেই মেছিয়ে ৰাজকীয় এক জীৱন যাপন কৰে। সমগ্ৰ বিশ্বজুৰি লিওনেল মেছিৰ আছে প্ৰায় ২৩ মিলিয়ন পাউণ্ডৰ কেইবাটাও প্ৰাসাদ। ভাৰতীয় টকাত সেই সম্পত্তিৰ পৰিমান হ’ব ২৩৮ কোটি টকা।

গুগলত দেখুওৱা অনুসৰি বৰ্তমান মেছিৰ মুঠ সম্পত্তিৰ পৰিমান প্ৰায় ৪০০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান হ’ব ৩,২৬৮ টকা। বিশ্বৰ ধনী খেলুৱৈৰ তালিকাত শীৰ্ষ ৩ নম্বৰত আছে মেছি। তেওঁ বছৰি উপাৰ্জন প্ৰায় ১৩০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাত সেই ধনৰ পৰিমান হ’ব প্ৰায় ১০৬২ টকা। বিশ্বৰ মুঠ ৪ খন দেশত আছে মেছিৰ বিলাসী প্ৰাসাদ। তাৰ ভিতৰত সবাতোকৈ দামী প্ৰাসাদটো আছে স্পেইনৰ ইবিজা আইলেণ্ডত। এই প্ৰাসাদৰ মুল্য হৈছে প্ৰায় ৯.৫ মিলিয়ন পাউণ্ড। ভাৰতীয় টকাত সেই সম্পত্তিৰ মুল্য হ’ব প্ৰায় ৯৭ কোটি টকা। বৰ্তমান বিশ্বকাপ জয় কৰিয়েই মেছি উৰা মাৰিছে স্পেইনৰ সেই বিলাসী প্ৰাসাদলৈ। সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰাসাদৰ নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই।

মেছিৰ বাৰ্ছিলোনাতো আছে ৫.৫ পাউণ্ডৰ এটি বাংলো। ভাৰতীয় টকাত এই বাংলোৰ মুল্য হ’ব ৫৬ কোটি টকা। এই বাংলোটো বাৰ্ছিলোনাৰ বিখ্যাত ন্যু ষ্টেডিয়ামৰ পৰা মাত্ৰ ১২ কিঃমিঃ দূৰত্বত অৱস্থিত। সেই বাংলোটোৰ ভিতৰতেই আছে ফুটবল গ্ৰাউণ্ড, ছুইমিং পুল, ইনডৰ ষ্টেডিয়াম আদি।

মাৰ্কিন যুক্তৰাজ্যৰ মিয়ামিতো আছে মেছিৰ এটা এপাৰ্টমেণ্ট। সেই এপাৰ্টমেণ্টটোৰ দাম ভাৰতীয় মুদ্ৰাত প্ৰায় ৫১ কোটি টকাৰ।

নিজা দেশ আৰ্জেণ্টিনাতো আছে মেছিৰ এটা ঘৰ। আৰ্জেণ্টিনাৰ ৰোজাৰিঅ’ ত থকা সেই ঘৰৰ দাম প্ৰায় ৩১ কোটি টকা। এই গৃহত অত্যধুনিক সকলো সা-সুবিধাই উপলব্ধ। ঘৰৰ ভিতৰতেই আছে চিনেমা হল, জিম, গেৰেজ, বিশেষ গেৰেজটোতেই আছে মেছিৰ বহু গাড়ীৰ কালেকছনো।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…
অপৰাধ

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

February 4, 2023
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ
অসম

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

February 2, 2023
Next Post
বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল…

বিজয় উৎসৱ উদযাপনতেই অঘটন! বেলুন নাপায়, কণ্ডমেৰে সজালে হাস্পতাল...

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.