• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

4 years ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

15 minutes ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

1 hour ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

2 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

3 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

15 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

16 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

16 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

17 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

17 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

18 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

19 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?

editor by editor
December 24, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী
0
দীপলিনাক মানসিক হাৰাশাস্তি চলাই চানমাৰি থানাৰ অতিথি হ’ল মৃদুল! নিশা ৩-৪ বজালৈ দীপলিনাক ফোন কৰি ডিষ্টাৰ্ব দিয়া কোন এই মৃদুল?
0
SHARES
20.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কণ্ঠশিল্পী দীপলিনা ডেকাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক। নিশা চানমাৰি থানাৰ আৰক্ষীয়ে আটক কৰে লোকজনক। মৃদুল কুমাৰ নাথ নামৰ যুৱকজনৰ আটক কৰিছে আৰক্ষীয়ে। দীপলিনা ডেকাক মানসিকভাৱে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ধৃত মৃদুলৰ বিৰুদ্ধে। বিগত এমাহ ধৰি মানসিক হাৰাশাস্তি চলাই আছিল মৃদুলে।

দীপলিনা ডেকাই এজাহাৰ দাখিল কৰাৰ পাছতেই দিয়া মন্তব্যত কয়, যে, মৃদুল কুমাৰ নাথ নামৰ লোকজনে এমাহ ধৰি দীপলিনাৰ সৈতে যোগাযোগ কৰিছিল। প্ৰথম অৱস্থাত সকলো স্বাভাৱিক আছিল। কাৰণ কণ্ঠশিল্পী হোৱা হেতুকে দীপলিনালৈ অনুৰাগীৰ ফোনকল প্ৰায়ে আহি থাকে। লোকজনে দীপলিনাৰ মেনেজাৰলৈ ফোন কৰি দীপলিনাক লগ কৰাৰ কথা কৈ আহিছিল।

সাধাৰণতে কামৰ বাবে প্ৰায়ে ঘৰৰ বাহিৰত থকা দীপলিনাই ঘৰত থকাৰ সময়ত লোকজনক মাতিবলৈ কৈছিল। দীপলিনাই এই সন্দৰ্ভত লগতে কয়, ‘এদিন লোকজনে ফোন কৰি মোৰ মেনেজাৰ কমলৰ সৈতে কাজিয়াত লিপ্ত হয়। অশ্লীল গালি-গালাজ। তাৰ পাছতেই এদিন দেউতাই ফোন কৰি কৈছিল যে এজন মানুহ আহিছে। তেতিয়া গম পাইছিলো যে সেই লোকজনেই গৈ ঘৰ ওলাল।’

এনেদৰে মানসিক হাৰাশাস্তি চলাই অহাৰ বাবেই দীপলিনাই দিয়া গোচৰৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদুল নামৰ ব্যক্তিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন
অসম

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

August 21, 2026
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?
ভাৰত

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

August 21, 2026
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
Next Post
আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত...

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.