• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

5 months ago
ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

14 hours ago
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

17 hours ago
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

18 hours ago
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

20 hours ago
বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

বুকুৰ বিষ মানেই হৃদৰোগ নহয়! হাওঁফাওঁৰ সংক্ৰমণ হ’লেও হ’ব পাৰে বুকু বিষ, লক্ষণসমূহ কেনেকৈ বুজিব?

21 hours ago
বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

22 hours ago
জগন্নাথলৈ আহিয়েই ভক্তৰ মৃত্যু! মন্দিৰৰ বিগ্ৰহ দৰ্শন কৰিয়েই হঠাৎ কিয় মৃত্যুক আঁকোৱালি ল’লে ভক্তজনে?

জগন্নাথলৈ আহিয়েই ভক্তৰ মৃত্যু! মন্দিৰৰ বিগ্ৰহ দৰ্শন কৰিয়েই হঠাৎ কিয় মৃত্যুক আঁকোৱালি ল’লে ভক্তজনে?

2 days ago
মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে… ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

মৃত্যু আহে কেতিয়া কোনে জানো জানে! নাজানে কোনোৱে, নাজানে একোকে… ফুলশয্যাৰ নিশাই দৰা-কইনাৰ হাৰ্ট এটেক

2 days ago
৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

৩০ ছেকেণ্ডতেই কমিব হাইপাৰটেনছন! সুস্থ থকাৰ টিপছ দিছে মালাইকা আৰোৰাই

2 days ago
ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

2 days ago
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

2 days ago
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, June 6, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

editor by editor
December 24, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…
0
SHARES
12.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আই পি এল ২০২৩ নিলাম (IPL 2023 Mini Auction) ইতিমধ্যেই সম্পন্ন হৈছে। বহুতো নতুন নতুন খেলুৱৈয়ে এই নিলামত স্থান পাইছে। পঞ্জাৱ কিংছ দলে এইবাৰ আই পি এল ইতিহাসৰ আটাইতকৈ ডাঙৰ নিবিদা কৰি সকলোৰে কাঢ়িছে। ইয়াতকৈও আচ্যৰ্যকৰ কথা যে নিলামত বহুতো অভিজ্ঞ খেলুৱৈও এইবাৰ বিক্ৰী হোৱা নাই। আইপিএলৰ এই নিলাম আৰু এটা কাৰণত ব্যতিক্ৰম কিয়নো এইবাৰেই এনে নিলাম হৈছে য’ত একেখন ঘৰৰেই এজন ভাতৃ যদি নিলাম হৈছে আনজন অভিজ্ঞ হৈয়ো পিছপৰি ৰৈছে।

পঞ্জাৱ কিংছে ইংলেণ্ডৰ তাৰকা খেলুৱৈ ছেম কৰণক ক্ৰয় কৰিবলৈ ১৮.৫ কোটি টকা ব্যয় কৰিছে, যি টো এতিয়ালৈকে আই পি এলৰ ইতিহাসত সৰ্বাধিক নিবিদা। ইয়াৰ আগতে, ক্ৰিছ মৰিছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰিছিল। সেয়া আছিল আইপিএলৰ ইতিহাসত সৰ্বাধিক নিবিদা। কিন্তু ২০২৩ ৰ নিলামত এই সমূহ ৰেকৰ্ড ভংগ হৈছে। নিলামৰ পিছত চেম কৰণে দাঙি ধৰা মন্তব্যত কয় যে তেওঁ খুবেই সুখী। কিন্তু সুখৰ মাজতেই চেম দুখীও কিয়নো তেওঁৰ ভাতৃ টম কৰণক এই নিলামত কোনোৱে ক্ৰয় কৰা নাই।

টম কৰণ, চেম কৰণতকৈ ডাঙৰ। টম কৰণ বৰ্তমানলৈয়ে এতিয়ালৈকে ৩ টা আই পি এল ছিজনৰ অংশ হৈ আছে। তেওঁ তেওঁৰ আইপিএল কেৰিয়াৰত মুঠ ১৩ খন মেচ খেলিছে, টম বিগত আইপিএলত ৰাজস্থান ৰয়েলছ আৰু দিল্লী দলৰ হৈ খেলিছিল।

উল্লেখ্য যে চেম কৰণে ২০১৯ চনত পঞ্জাৱ কিংছৰ হৈ আই পি এলত প্ৰথমে আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছত দলটোৱে তেওঁক ৭.২ কোটি টকাত ক্ৰয় কৰে। ২০২০ৰ নিলামত, তেওঁক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে (চিএছকে) ৫.৫ কোটি টকাত ক্ৰয় কৰে। দুবছৰে চেন্নাই চুপাৰ কিংছৰ সদস্য হৈ থকাৰ পাছত এইবাৰ পঞ্জাৱ দলৰ হৈ খেলিবলৈ আগবাঢ়িছে চেমে। আই পি এলত ছেমে বৰ্তমানলৈ ৩২ খন মেচত ৩৩৭ ৰাণ সংগ্ৰহ কৰিছে আৰু ৩২ টা উইকেটো লৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ মেন অফ দ্য টুৰ্ণামেণ্টো আছিল চেম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’
বিশ্ব

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

June 5, 2023
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন
জীৱনশৈলী

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

June 5, 2023
হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?
জীৱনশৈলী

হাস্পতালৰ বিচনাত এখন ভৰিৰে ছটফটাই আছে কৰমণ্ডল এক্সপ্ৰেছৰ চালক, বাৰে বাৰে অজ্ঞান হৈ পৰা চালকে কেনেদৰে দিছে শিঁহৰণকাৰী নিশাটোৰ বৰ্ণনা?

June 5, 2023
বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?
প্ৰযুক্তি

বিহাৰৰ ভাগলপুৰৰ ভাগি পৰা দলঙৰ আঁৰৰ ৰহস্য কি?

June 5, 2023
Next Post
মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ...

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.